এচিদ বৰষুণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:পৰিবেশ বিজ্ঞান বিলোপ কৰা হ’ল; শ্ৰেণী:পৰিৱেশ বিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জ...
No edit summary
1 নং শাৰী:
[[File:Origins of acid rain.svg|thumb|350px|এচিদ বৰষুণৰ লগত সম্বন্ধ থকা প্ৰক্ৰিয়াসমূহ]]
 
'''এচিদ বৰষুণ '''({{lang-en|Acid rain}}) বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা। কল কাৰখানা আৰু উদ্যোগ বিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধন বিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ _ডাই-ডাই-অক্সাইড,নাইট্ৰ'জেন অক্সাইড আৰু হাইড্ৰ'জেন ক্লৰাইড আদি গেচ বায়ুমণ্ডললৈ নিৰ্গত হয়। বায়ুমণ্ডলত এই গেচ সমূ্হ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ৰমে ছালফিউৰিক এচিদ,নাইট্ৰিক এচিদ আৰু হাইড্ৰক্ল'ৰিক এচিদলৈ ৰূপান্তৰিত হয়। এই এচিদ বিলাক বৰষুণৰ পানীৰ লগত লগ হৈ এচিদ বৰষুণ হিচাপে পৃথীৱীত পৰে। বৰষুণৰ পানীৰ PH ৰ মান ৫.৬ তকৈ হ্ৰাস পালে ইয়াৰ ধৰ্ম আম্লিক হয়। অম্লবৃষ্টিত প্ৰায় ৬০ শতাংশ ছালফিউৰিক এচিদ,৩৫ শতাংশ নাইট্ৰিক এচিদ আৰু খুব কম পৰিমাণৰ হাইড্ৰক্ল'ৰিক এচিদ আদি থাকে। <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= পৰিবেশ অধ্যয়ন | author= দীপালী দাস | Publisher = শ্ৰীমতী কল্পনা দে,কে.এম পাবলিচিং,"শ্যাম ভৱন" পানবজাৰ,কটন কলেজ ৰ'ড,গুৱাহাটী - ১(অসম) | year= ২য় সংস্কৰণ ২০১২ | ISBN = 81-85-916-100-4 }} </ref>