ইলেকট্ৰন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
25 নং শাৰী:
|spin = {{frac|1|2}}
}}
ইলেক্ট্ৰন ([[ইংৰাজী]]: Electron) (চিহ্ন: {{SubatomicParticle|Electron}}) হৈছে একক ঋণাত্মক আধানযুক্ত এবিধ উপপাৰমাণৱিক কণা।<ref>{{cite web|title=JERRY COFF|url=http://www.universetoday.com/73323/what-is-an-electron/|accessdate=10 September 2010}}</ref> লেপ্তন পৰিয়ালৰ অন্তৰ্ভুক্ত ইলেক্ট্ৰন হৈছে প্ৰথম প্ৰজন্মৰ কণা। ইলেক্ট্ৰনক প্ৰাথমিক কণাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় কাৰণ ইহঁতৰ কোনো উপাংশ বা উপগঠনৰ বিষয়ে জনা নাযায়। ইলেক্ট্ৰনৰ এক নিৰ্দিষ্ট ভৰ আছে যাৰ মান হৈছে [[প্ৰ'টন]]ৰ ভৰৰ প্ৰায় ১/১৮৩৬।. [[কোৱান্টাম বলবিজ্ঞান]]ৰ মতে ইলেক্ট্ৰনৰ অন্তৰ্নিহিত বা ঘূৰ্ণন কৌণিক ভৰবেগৰ মান হৈছে ১/২ ''[[Planck constant|ħ]]'', অৰ্থৎ ইহঁত হৈছে [[ফাৰ্মায়ন]]।ফাৰ্মায়ন হোৱাৰ কাৰণে পাউলিৰ সূত্ৰ মতে দুটা ইলেক্ট্ৰনে কেতিয়াও এটা কোৱাণ্টাম স্তৰ অধিকাৰ কৰি থকিব নোৱাৰে। ইলেক্ট্ৰনে ইয়াৰ ওপৰিও তৰংগ-কণা দ্বৈত ধৰ্ম দেখুৱাই, যাৰ কাৰণে পোহৰৰ দৰে ইহঁতে অন্য কণাৰ লগত সংঘৰ্ষ কৰি অপবৰ্তিত হয়। ইলেক্ট্ৰন জড়িত বিভিন্ন পৰীক্ষাতো ইয়াৰ ক্ষুদ্ৰ ভৰৰ কাৰণে এ‌ই দ্বৈত ধৰ্ম সুন্দৰকৈ দেখুৱায়।
 
==টোকা==
"https://as.wikipedia.org/wiki/ইলেকট্ৰন"ৰ পৰা অনা হৈছে