কৌৰৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
সৃষ্টি
(কোনো পাৰ্থক্য নাই)

11:20, 20 June 2016ৰ সংস্কৰণ

কৌৰৱ মহাভাৰতৰ চৰিত্ৰ বিশেষ। কৌৰৱ শব্দৰ উৎপত্তি কুৰু শব্দৰ পৰা আহিছে। হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰৰ এশ সন্তানক একেলগে কৌৰৱ বুলি কোৱা হয়। দুৰ্যোধন কৌৰৱৰ জেষ্ঠ ভাতৃ আৰু দুঃশলা কণিষ্ঠ ভগ্নী।

কৌৰৱৰ পিতৃ-মাতৃ

হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰ তথা গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী কৌৰৱৰ পিতৃ মাতৃ।

কৌৰৱৰ জন্ম বৃত্তান্ত