ৰাডাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q47528 (translate me)
No edit summary
1 নং শাৰী:
{{Science stub}}
 
[[Category:পদাৰ্থ বিজ্ঞান]]
[[শ্ৰেণী:অভিযান্ত্ৰিক বিদ্যা]]
ৰাডাৰ (ইং-Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ । [[ৰেডিঅ’ তৰংগ]]ৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয় । এই পদ্ধতিত কেইবাশ [[কিল’ৱাট]] ক্ষমতাৰ বিদ্যুৎ চুম্বকীয় পাল্স খন্তেকৰ বাবে লক্ষ্য বস্তুৰ পিনে এৰি দি বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা পাল্স গ্ৰাহক যন্ত্ৰত ধৰা পেলোৱা হয় আৰু [[অছিল’স্ক’প]]ৰ সহায়ত সময়ান্তৰ নিৰ্ধাৰণ কৰি বস্তুটোৰ অৱস্থান উলিওৱা হয় ।
 
[[File:Radar antenna.jpg|right|thumbnail|অলটেয়াৰ (ALTAIR) নামেৰে পৰিচিত দীৰ্ঘ পৰিসৰৰ ৰাডাৰ এন্টেনা।]]
{{Science stub}}
 
'''ৰাডাৰ''' (ইং-[[ইংৰাজী]]: Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ । [[ৰেডিঅ’ তৰংগ]]ৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয় । এই পদ্ধতিত কেইবাশ [[কিল’ৱাট]] ক্ষমতাৰ বিদ্যুৎ চুম্বকীয় পাল্স খন্তেকৰ বাবে লক্ষ্য বস্তুৰ পিনে এৰি দি বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা পাল্স গ্ৰাহক যন্ত্ৰত ধৰা পেলোৱা হয় আৰু [[অছিল’স্ক’প]]ৰ সহায়ত সময়ান্তৰ নিৰ্ধাৰণ কৰি বস্তুটোৰ অৱস্থান উলিওৱা হয় ।
"https://as.wikipedia.org/wiki/ৰাডাৰ"ৰ পৰা অনা হৈছে