ত্ৰিমাত্ৰিক ক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[Image:Coord planes color as.svg|right|thumb|300px|ত্ৰিমাত্ৰিক [[কাৰ্টেচীয় স্থানাংক প্ৰণালী]], পৰ্যবেক্ষকৰ ফালে x-অক্ষ আছে]]
 
"'''ত্ৰিমাত্ৰিক ক্ষেত্ৰ'"'' ([[ইংৰাজী]]: Three-dimensional space) আমাৰ ব্ৰহ্মাণ্ডখনৰ এটা তিনিটা চলকেৰে (সময় চলকক বাদ দি) বৰ্ণোৱা প্ৰণালী। এই তিনিটা চলক বা মাত্ৰাক সাধাৰণতে দীঘ, প্ৰস্থ, ঊচ্চতা(বা গভীৰতা) বোলা হয়, এই তিনিটা চলক কেতিয়াও একেখন সমতলত (জ্যামিতিক) থাকিব নোৱাৰে।
 
[[পদাৰ্থ বিজ্ঞান]] আৰু [[গণিত]]ত "n"টা [[স্বাভাবিক সংখ্যা]]ৰ এটা [[ইউক্লীডীয় ভেক্টৰ]]ক এখন "n" মাত্ৰাৰ ক্ষেত্ৰৰ কোনো এক স্থান বুলি বুজিব পাৰি। যেতিয়া "n"=৩ হয়, তেনে সকলোবোৰ স্থানৰ সংহতিক "ত্ৰিমাত্ৰিক ইউক্লীডীয় ক্ষেত্ৰ" বোলা হয়। সাধাৰণভাবে <math>\scriptstyle{\mathbb{R}}^3</math>ৰে, ইয়াক চিহ্নিত কৰা হয়, অৱশ্যে এই ক্ষেত্ৰখন বহুবোৰ ত্ৰিমাত্ৰিক ক্ষেত্ৰৰ এটা উদাহৰণহে।