সীতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
8 নং শাৰী:
| Devanagari = सीता
| Sanskrit_Transliteration = Sītā
| Affiliation = Avatar of [[Lakshmiলক্ষ্মী]]ৰ অৱতাৰ
| Parents = [[Janaka|His Majesty King Janak]](adoptive father)<br>Sunayana(adoptive mother)
| Consort = [[ৰাম]]
14 নং শাৰী:
}}
 
'''সীতা''' হিন্দু মহাকাব্য [[ৰামায়ণ]]ৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ আৰু মিথিলা ৰাজ্যৰ ৰজা জনকৰ পুত্ৰী। তেওঁৰ অন্য নাম বৈদেহী, জানকী, মৈথেলী, ভূমিজা। সীতাক হিন্দু ধৰ্মৰ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ[[লক্ষ্মী]]ৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়। হিন্দুসকলৰ প্ৰধান পূজ্য দেৱতা বিষ্ণুৰ [[ম|ৰাম]] অৱতাৰৰ সময়ত লক্ষ্মী দেৱীয়ে সীতা ৰূপে অৱতাৰ গ্ৰহণ কৰে আৰু ৰামৰ পত্নী হয়। সীতাক আদৰ্শ হিন্দু নাৰীচৰিত্ৰৰ প্ৰতীক হিচাপে মান্যতা প্ৰদান কৰা হয়। পতিব্ৰত ধৰ্ম পালন, আত্মবলিদান, অদম্য সাহস আৰু পৱিত্ৰতাৰ বাবে সীতা হিন্দু নাৰী সকলৰ আদৰ্শ চৰিত্ৰ।
"https://as.wikipedia.org/wiki/সীতা"ৰ পৰা অনা হৈছে