ৰাধা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ৰাধা (Hindi: राधा) হ'ল ভগৱান শ্রীকৃষ্ণৰ প্রেয়ষী ,তেওঁ ৰাসমণ্ডলৰ গ...
 
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
ৰাধা (Hindi: राधा) হ'ল ভগৱান শ্রীকৃষ্ণৰ প্রেয়ষীপ্রেয়সী ,তেওঁ ৰাসমণ্ডলৰ গোপীসকলৰ ভিতৰত সৰ্বশ্রেষ্ঠ। বঙ্গীয় আৰু নাদীয়া বৈষ্ণৱ শাখাত ৰাধাকেই মূলপ্রকৃতি বুলি অভিহিত কৰা হৈছে। বহ্মবৈৱৰ্ত পুৰাণ আৰু দেৱীভাগৱতৰ মতে ৰাধাৰ সৃষ্টি ভগৱান কৃষ্ণৰ শৰীৰৰ বাওঁভাগৰ পৰা হয় আৰু সেই ৰাধায়েই দ্বাপৰ যুগত বিষভানুৰ পুত্রী ৰুপে জন্ম গ্রহণ কৰে;ৰাধাৰ পৰাই লক্ষ্মী আৰু সৰস্বতীৰ আৰ্ভিভাব হ'ল। অবশ্যে বহুতো গ্রন্থত লক্ষ্মীদেৱীৰ অংশৰ পৰাহে ৰাধাৰ জন্ম বুলি উল্লেখ আছে।
"https://as.wikipedia.org/wiki/ৰাধা"ৰ পৰা অনা হৈছে