দশাৱতাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
[[চিত্ৰ:Avatars.jpg|thumb|250px|ভগৱান [[বিষ্ণু|বিষ্ণুৰ]] দশাৱতাৰ ৰূপসমূহ]]
'''দশাৱতাৰ''' হৈছে [[হিন্দু ধৰ্ম|হিন্দু ধৰ্মৰ]] এজন প্ৰধান উপাষ্য দেৱতা [[বিষ্ণু|বিষ্ণুৰ]] দহটা প্ৰধান [[অৱতাৰ]]। [[বৈষ্ণৱ]] দৰ্শনত, কোনো বিশেষ উদ্দেশ্যে আগত ৰাখি মৰ্ত্যত অৱতীৰ্ণ পৰম সত্ত্বাকে অৱতাৰ ([[সংস্কৃত ভাষা|সংস্কৃতত]]: अवतार, avatāra) নামেৰে অভিহিত কৰা হয়। বিষ্ণুৰ (বা কোনো কোনো ক্ষেত্ৰত [[কৃষ্ণ|কৃষ্ণৰ]]) দহটা মূখ্য অৱতাৰৰ সমষ্টিগত নামেই দশাৱতাৰ। এই দশাৱতাৰৰ কথা জনা যায় ''[[গৰুড় পুৰাণ|গৰুড় পুৰাণৰ]]'' (১।৮৬।১০-১১) পৰা।
"https://as.wikipedia.org/wiki/দশাৱতাৰ"ৰ পৰা অনা হৈছে