বগীবিল দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Infobox image updated
3 নং শাৰী:
| native_name = বগীবিল দলং
| native_name_lang = অসমীয়া
| image = BogibilBogibeel Bridge.jpg
| image_size = 200250 px
| alt =
| caption = নিৰ্মীয়মান অৱস্থাত বগীবিল দলং
| caption = বগীবিল দলঙৰ পৰিকল্পনা
| official_name =
| other_name =
58 নং শাৰী:
 
 
বগীবিল দলং [[অসম]]ৰ [[ডিব্ৰুগড় জিলা]]ৰ [[বগীবিল]] নামৰ ঠাইত নিৰ্মান কৰিবলৈ লোৱা [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ চতুৰ্থখন দলং৷ ১৯৯৭ চনৰ ২২ জানুৱাৰীত [[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰৰ [[চিচিবৰগাওঁ|চিচিবৰগাঁৱৰ]] কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী [[এইচ ডি দেৱেগৌড়া]]ই এই দলঙৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পিছত ২০০২ চনত সেই সময় ৰ প্ৰধানমন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]]য়ে দলং নিৰ্মানৰ শুভাৰম্ভ কৰে৷ [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা [[ভাৰত]]ৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ'ব৷ দুখলপীয়া দলংখনত তলৰ খাপত তিনিটা লেনযুক্ত পথ থাকিব৷<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>
 
==নিৰ্মাণৰ অগ্ৰগতি==