কস্তুৰবা গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"कस्तूरबा गांधी" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
No edit summary
1 নং শাৰী:
{{Infobox person
|name = কস্তুৰবা গান্ধী
|image = Kasturba.jpg|thumb|কস্তুৰবা গান্ধী
|birth_date = ১১ এপ্ৰিল, ১৮৬৯
|birth_place = [[পোৰবন্দৰ]], [[কঠিয়াৱাৰ এজেঞ্চি]], [[ব্ৰিটিছ ভাৰত]]<br/>(বৰ্তমানৰ [[গুজৰাট]], [[ভাৰত]])
|death_date = ২২ ফেব্ৰুৱাৰী, ১৯৪৪ (৭৪ বছৰ বয়স)
|death_place = [[আগা খান পেলেচ]], [[পূণা]], [[বোম্বে পেলেচ]], [[ব্ৰিটিছ ভাৰত]]<br/>(বৰ্তমানৰ [[পূণে]], [[মহাৰাষ্ট্ৰ]], [[ভাৰত]])
|other_names =
|known_for = [[মোহনদাস কৰমচান্দ গান্ধী]] (মহাত্মা গান্ধী)ৰ পত্নী
|religion = [[হিন্দু ধৰ্ম|হিন্দু]]
}}
 
'''কস্তুৰবা গান্ধী '''(১৮৬৯-১৯৪৪) হ'ল [[মহাত্মা গান্ধী]]ৰ পত্নী। [[ভাৰত]]ত তেখেত '''বা''' নামেৰে প্ৰসিদ্ধ।
 
== জীৱনজীৱনী ==
=== প্ৰাৰম্ভিক জীৱন ===
[[চিত্ৰ:Gandhi_and_Kasturbhai_1902.jpg|left|thumb|200x200px|১৯০২ চনত '''বা''' আৰু '''বাপু''']]
১৮৬৯ চনৰ ১১ এপ্ৰিল তাৰিখে [[গুজৰাট]]ৰ [[পোৰবন্দৰ]] নামে ঠাইত কস্তুৰবা গান্ধীৰ জন্ম হৈছিল। ১৮৮৩ চনৰ মে' মাহত মাত্ৰ ১৪ বছৰ বয়সতে কস্তুৰবা গান্ধী ১৩ বছৰীয়া [[মোহনদাস কৰমচান্দ গান্ধী|মহাত্মা গান্ধী]]ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
 
=== ৰাজনৈতিক জীৱন ===
{{empty section}}
 
=== মৃত্যু ===
১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে কস্তুৰবা গান্ধীৰ মৃত্যু হয়।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
* [http://www.gandhiashramsabarmati.org/index.php/en/the-mahatma/gandhi-and-kasturba Gandhi and Kasturba]