মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
241 নং শাৰী:
=== গান্ধীৰ বিষয়ে কিতাপ ===
বহুকেইজন জীৱনীকাৰে গান্ধীৰ জীৱনী ৰচনা কৰিছে। ইয়াৰ ভিতৰত ডি. জি. টেণ্ডুলকাৰৰ ৮ খণ্ডৰ "Mahatma. Life of Mohandas Karamchand Gandhi" আৰু পিয়াৰীলাল আৰু সুশীলা নায়াৰৰ ১০ খণ্ডৰ "Mahatma Gandhi" উল্লেখযোগ্য। শুনা যায় যে বলদেৱ সিঙে তেওঁৰ গৱেষণা গ্ৰন্থ "Gandhi Behind the Mask of Divinity" লিখিবলৈ ২০ বছৰ ধৰি গান্ধীৰ মূল বক্তৃতা আৰু ৰচনাসমূহ সংগ্ৰহ কৰিছিল।<ref name="ReviewBaldevSingh">{{cite web| title=Gandhi Behind the Mask of Divinity |url=http://www.sikhspectrum.com/082004/gandhi_mask.htm | accessdate=2007-12-17}}</ref>
 
=== গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ ===
[[গান্ধী (চলচ্চিত্ৰ)]]
 
== তথ্য সংগ্ৰহ ==