"মৈথিলী ভাষা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 বাইট যোগ দিয়া হ’ল ,  5 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
'''মৈথিলী''' ([https://commons.m.wikimedia.org/wiki/File:25.jpg মৈথিলী] ভাষাত: मैथिली) এটা [[ইন্দো-আৰ্য ভাষাসমূহ|ইন্দো-আৰ্য ভাষা]]। ই মূলত ভাৰতৰ বিহাৰ ৰাজ্য আৰু নেপালেৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ইন্দো-আৰ্য ভাষা হিচাবে গণ্য কৰে । হিন্দীতকৈ বাংলা, অসমীয়া আৰু ওড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাবে গণ্য কৰা হৈছিল যদিও [[২০০৩]] চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাবে সাংবিধানিক স্বীকৃতি লাভ কৰে।
 
মৈথিলি ভাষা মৈথিলী লিপিতে লিখা হৈছিল, যাৰ লগত অসমীয়া আৰু বাংলা লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।
2,049

টা সম্পাদনা