বল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 102 interwiki links, now provided by Wikidata on d:q11402 (translate me)
No edit summary
16 নং শাৰী:
:<math>\mathbf{F} = m\mathbf{a} \quad</math>
 
বলৰ সৈতে সম্পৰ্ক থকা অন্য এটা ৰাশি হৈছে টৰ্ক। কোনো বস্তুৰ ঘূৰ্ণন বেগ সলনি কৰিব পৰা পৰা কাৰকক [[টৰ্ক]] বোলা হয়। কোনো বস্তুৰ সকলো অংশত সুষমভাৱে ক্ৰিয়া নকৰা বলে যান্ত্ৰিক প্ৰতিচাপ সৃষ্টি কৰে, যিয়ে বস্তুটোৰ বিকৃতিৰ সৃষ্টি কৰে।<ref>{{cite web |url= http://eobglossary.gsfc.nasa.gov/Library/glossary.php3?mode=alpha&seg=f&segend=h |title=glossary |work=Earth Observatory |accessdate=2008-04-09 |publisher=[[NASA]] |quote=Force: Any external agent that causes a change in the motion of a free body, or that causes stress in a fixed body.}}</ref> কঠিন বস্তু এটাৰ ওপৰত যান্ত্ৰিক প্ৰতিচাপ প্ৰয়োগ কৰাৰ ফলত বস্তুটোৰ ক্ৰমান্বয়ে বিকৃতি ঘটাৰ বিপৰীতে জুলীয়া বা গেছীয় পদাৰ্থৰ চাপ বা আয়তনৰ পৰিবৰ্তন হয়।<ref name="texts">e.g. {{cite book |author=Feynman, R. P., Leighton, R. B., Sands, M. |title=Lectures on Physics, Vol 1 |publisher=Addison-Wesley |year=1963}}; {{cite book |last=Kleppner |first=Daniel |coauthors=Robert Kolenkow |title=An Introduction to Mechanics |publisher= McGraw-Hill |year=1973 |pages=133–134 |isbn=0-07-035048-5}}.</ref><ref name=uniphysics_ch2>''University Physics'', Sears, Young & Zemansky, pp18–38</ref>
==ধাৰণাৰ বিকাশ==
প্ৰাচীন কালত দাৰ্শনিকসকলে স্থিৰ আৰু গতিশীল বস্তু আৰু সৰল বলবিজ্ঞানৰ অধ্যয়নৰ কাৰণে বলৰ ধাৰণা ব্যৱহাৰ কৰিছিল। কিন্তু এৰিষ্ট’টল আৰু আৰ্কিমিডিছৰ দৰে চিন্তাবিদে বলৰ ধাৰণাৰ প্ৰাথমিক ভূলসমূহ লক্ষ্য কৰিছিল। ইয়াৰ এটা মূল কাৰণ আছিল ঘৰ্ষণৰ লগত জৰিত পৰোক্ষ বলৰ ক্ষেত্ৰত থকা অসম্পূৰ্ণ ধাৰণা। গতি কৰি থকা বস্তু এটাৰ গতি অব্যাহত ৰাখিবলৈ (আনকি স্থিৰ বেগত অব্যাহত ৰাখিবলৈও), বলৰ প্ৰয়োজন বুলি কৰা ধাৰণা আছিল এটা প্ৰথমিক ভূল।<ref name="Archimedes">{{cite web |last=Heath, T.L. |url=http://www.archive.org/details/worksofarchimede029517mbp |title=''The Works of Archimedes'' (1897). The unabridged work in PDF form (19&nbsp;MB) |publisher=[[Archive.org]] |accessdate=2007-10-14}}</ref> গতি আৰু বল সম্পৰ্কীয় প্ৰায়বিলাক ভূল ধাৰণা ছাৰ আইজাক নিউটনে দূৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁ গাণিতিক ধাৰণা প্ৰয়োগ কৰি গতিৰ সূত্ৰসমূহৰ বিকাশ সাধন কৰিছিল, যিকে‌ইটা সূত্ৰ পিছৰ প্ৰায় তিনিশ বছৰৰ কাৰণে অপৰিবৰ্তিত ৰূপত ব্যৱহাৰ হৈ আছিল।<ref name=uniphysics_ch2/>
"https://as.wikipedia.org/wiki/বল"ৰ পৰা অনা হৈছে