মহালক্ষ্মী আয়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 নং শাৰী:
 
==কেৰিয়াৰ==
১৯৯৬ চনত [[জুবিন গাৰ্গ]]ৰ সংগীত পৰিচালনাত অসমীয়া বোলছবি [[ৰঙ|''ৰঙ'']]ত ''ৰঙ তুমি হোৱানে'' গীতটিত কণ্ঠদান কৰে। সংগীত ১৯৯৭ চনত [[শংকৰ-এহছান-লয়|শংকৰ-এহছান-ল]]য়ে সংগীত পৰিচালনাৰপৰিচালনা কৰা প্ৰথম খন বোলছবি ''[[দছ (১৯৯৭ চলচ্চিত্ৰ)|দছ]]''ৰ ''হিন্দুস্তানী'' শীৰ্ষক গীতটিত কণ্ঠ দি মহালক্ষ্মীয়ে বলিউডৰ কেৰিয়াৰৰ আৰম্ভণি কৰে। বোলছবিখন মুক্তি নহ'ল আৰু গীতৰ এলবামটো ১৯৯৯ চনত মুক্তিলাভ কৰে। পাছলৈ তেওঁ শংকৰ-এহছান-লয়ৰ পৰিচালনাৰ বহুকেইটি গীতত কণ্ঠদান কৰে। তাৰ পাছতেই তেওঁ [[মণি ৰত্নম]]ৰ পৰিচালনাৰ আৰু [[এ আৰ ৰহমান]]ৰ সংগীত পৰিচালনাৰ ''[[দিল চে]]'' বোলছবিৰ ''এ আজনবী'' শীৰ্ষক গীতটিত [[উদিত নাৰায়ণৰ]] সৈতে কণ্ঠদান কৰে। (১৯৯৮)
 
তাৰ পাছৰেপৰা তেওঁ বহুকেইখন চলচ্চিত্ৰ, ধাৰাবাহিক, শ্ৰব্য এলবাম আৰু বিজ্ঞাপনৰ গীতত কণ্ঠদান কৰে।<ref name="rediff2001">{{cite news|url=http://www.rediff.com/entertai/2001/apr/09maha.htm |title='My day will come too!' |publisher=rediff.com |date=7 April 2001 |accessdate=27 December 2008}}</ref> ''[[মিছন কাশ্মীৰ]]'', ''[[য়াদেঁ (২০০১ চলচ্চিত্ৰ)|য়াদেঁ]]'', ''[[চাথিয়া (চলচ্চিত্ৰ)|চাথিয়া]]'' ইত্যাদি বোলছবিৰ জনপ্ৰিয় সংগীতৰ এলবামত তেওঁ কণ্ঠ দিয়ে। [[এ আৰ ৰহমান]], [[শংকৰ-এহছান-লয়]], [[অনু মালিক]], [[যতীন-ললিত]] আদি খ্যাতনামা সংগীত পৰিচালকৰ লগত তেওঁ কাম কৰাৰ সুযোগ পায়।