লিপিড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
[[File:Common lipids lmaps.png|thumb|right|450px|সাধাৰণ লিপিডৰ গঠন]]
'''লিপিড''' {{En|Lipids}} হৈছে [[চৰ্বী]], [[মম]], [[ষ্টেৰ'ল]], স্নেহ-দ্ৰাব্য [[খাদ্যপ্ৰাণ]] (যেনে ভিটামিন এ, ডি, ই, আৰু কে) [[মনগ্লিচেৰাইড]], [[ডাইগ্লিচেৰাইড]], [[ট্ৰাইগ্লিচেৰাইড]], [[ফছফ'লিপিড]] আৰু অন্য কিছুমানকে সাঙুৰিলোৱা এক শ্ৰেণীৰ প্ৰাকৃতিক [[অনু]]। লিপিডে প্ৰধানত শক্তিৰ সংৰক্ষণ, [[লিপিড সংকেতন|সংকেতন]], আৰু [[কোষাৱৰণ]]ৰ গাঠনীয় উপাদান হিচাপে কাৰ্য কৰে। প্ৰসাধন সামগ্ৰী, আৰু খাদ্য উদ্যোগৰ লগতে নেন'টেকনলজিত লিপিডৰ ব্যৱহাৰ কৰা হয়।
==বৈশিষ্ট==
*লিপিড পানীত অদ্ৰবণীয়।
*ই বৰণহীন, স্বাদহীন আৰু গন্ধহীন।
*ই ইথাৰ, এলকহ'ল, বেনজিন, ক্লোৰ'ফৰ্ম, এচিটন, পেট্ৰ'লিয়াম ইত্যাদি দ্ৰৱণত দ্ৰৱণীয়।
*ইয়াক ফেটি এচিডৰ এষ্টাৰ হিচাপে পোৱা যায়।
*ই পানীতকৈ পাতল বাবে পানীত উপঙে।
*জল অপসাৰণৰ শেষত ই ফেটি এচিড আৰু গ্লিচাৰললৈ পৰিণত হয়।
*আনৱিক ওজন বৃদ্ধিৰ লগে লগে ইয়াৰ গলনাংকও বৃদ্ধি পায়।
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/লিপিড"ৰ পৰা অনা হৈছে