গান্ধী জয়ন্তী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox holiday |holiday_name =গান্ধী জয়ন্তী<br> Gandhi Jayanti |type = ৰাষ্ট্ৰীয় |longtype = |i...
 
No edit summary
10 নং শাৰী:
|observances = সমাৰোহ, গান্ধী বিষয়ক প্ৰতিযোগিতা, প্রার্থনা সভা
|significance = ভাৰতীয় স্বাধীনতা সংগ্ৰামত [[মহাত্মা গান্ধী]]ৰ ভূমিকা আৰু তেওঁলৈ শ্ৰদ্ধা নিবেদন
|relatedto = [[আন্তজাৰ্তিক অহিংসা দিৱস]]<br>[[গণৰাজ্য দিৱস (ভাৰত)|গণৰাজ্য দিৱস]] <br /> [[স্বাধীনতা দিৱস (ভাৰত)| স্বাধীনতা দিৱস]]
}}
'''গান্ধী জয়ন্তী''' ভাৰতৰ ''জাতিৰ পিতা'' [[মহাত্মা গান্ধী]]ৰ জন্ম জয়ন্তী। সমগ্ৰ ভাৰতত এই দিনটো চৰকাৰী ছুটিৰ দিন। যদিও ভাৰতৰ সংবিধানত জাতিৰ পিতা বুলি কোনো উপাধি প্ৰদান কৰা হোৱা নাই, তথাপিও ভাৰতৰ জন-গণে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি গণ্য কৰে।<ref>{{cite web|url=http://archive.indianexpress.com/news/gandhi-not-formally-conferred-father-of-the-nation-title-govt/973101/|title=Gandhi not formally conferred 'Father of the Nation' title: Govt|work=indianexpress.com}}</ref><ref>{{cite web|url=http://timesofindia.indiatimes.com/india/Constitution-doesnt-permit-Father-of-the-Nation-title-Government/articleshow/16961980.cms|title=Constitution doesn't permit 'Father of the Nation' title: Government|work=The Times of India}}</ref>