বিজ্ঞাপন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
== বিজ্ঞাপন ==
 
বিজ্ঞাপন হৈছেৈহেছ এবিধএিবধ জনসংযোগজনসংেযাগ, যাৰ দ্বাৰা কোনোেকানো বস্তু বা সেৱাৰেসৱাৰ বিষয়েিবষয়ে উপভোক্তা সকলক জনোৱা হয়।
বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোছনী, টেলিভিছন, ৰেডিও, ইন্টাৰনেট, বিলবর্ড, ভিডিও গেম, দেৱাল লিখন, পষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি।
বিজ্ঞাপনবোৰ সাধাৰণতে বস্তু বা সেৱাৰ নির্মাতাৰ হৈ একোটা বিজ্ঞাপন সংস্থাই নির্মান আৰৃ প্ৰচাৰ কৰে। নির্মাতা সকলে তেওলোকৰ বস্তু/সেৱাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনত যথেষ্ট টকা খৰছ কৰে।
"https://as.wikipedia.org/wiki/বিজ্ঞাপন"ৰ পৰা অনা হৈছে