মায়াৱতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
| honorific-suffix = সাংসদ
| birth_name = মায়াৱতী প্ৰভু দাস
| image = [[File:Mayawati (cropped).jpg|200px]]
| caption = এখন সংবাদমেলত অংশগ্ৰহণ কৰা মূহুৰ্তত মায়াৱতী
| office = National president of the [[Bahujan Samaj Party]]
48 নং শাৰী:
* [[মীৰুট বিশ্ববিদ্যালয়]]
}}
| religion = [[হিন্দু]]<ref name="hindudalit1"/><ref name="hindudalit2"/>
| signature =
| website =
59 নং শাৰী:
 
== ব্যক্তিগত জীৱন ==
১৯৬৫ চনৰ ১৫ জানুৱাৰীত [[দিল্লী|নতুন দিল্লী]]ৰ এটা দলিত পৰিয়ালত মায়াৱতীৰ জন্ম হৈছিল। মায়াৱতীৰ সম্পূৰ্ণ নাম হ'ল ''মায়াৱতী প্ৰভু দাস''। তেঁওৰ পিতৃৰ নাম ''প্ৰভু দয়াল'' আৰু মাতৃৰ নাম ''ৰামৰতী''। তেঁওৰ পিতৃ আছিল এজন ভাৰতীয় ডাক বিভাগৰ এজন কৰ্মচাৰী। মায়াৱতীৰ ছজন ভাতৃ আৰু দুজনী ভনীয়েক আছিল। তেঁওৰ পৈতৃক গাঁও হ'ল বাদলপুৰ যি [[উত্তৰ প্ৰদেশ]]ৰ গৌতমবুদ্ধ নগৰ জিলাত অৱস্থিত। বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে [[দিল্লী]]ৰ [[কালিন্দী কলেজ]]ৰ পৰা এল.এল.বি. উপাধি গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেখেতে বি.এড. ডিগ্ৰী গ্ৰহণ কৰে। ৰাজনীতিলৈ অহাৰ আগতে তেঁও দিল্লীৰ এখন বিদ্যালয়ত শিক্ষিকা হিচাপে কাম কৰিছিল। মায়াৱতীয়ে [[ভাৰতীয় প্ৰশাসনিক সেৱা]]ৰ পৰীক্ষাৰ বাবেও অধ্যয়ন কৰিছিল, কিন্তু ১৯৭৭ চনত দলিত ৰাজনৈতিক নেতা কাঞ্চীৰামক লগ পোৱাৰ পাছত তেখেতে সম্পূৰ্ণ ৰাজনীতিজ্ঞ হোৱাৰ নিৰ্ণয় লয়।
 
== ৰাজনৈতিক জীৱন ==
"https://as.wikipedia.org/wiki/মায়াৱতী"ৰ পৰা অনা হৈছে