আৰিমত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

+infobox & Tag
No edit summary
15 নং শাৰী:
| occupation =
}}
'''আৰিমত্ত''' [[কামৰূপ ৰাজ্য]]ৰ এজন ৰজা আছিল। এওঁ বৰ্তমানৰ [[কামৰূপ]]ৰ বেতনা নামৰ ঠাইৰ ওচৰত বৈদ্যৰ গড়ত ৰাজধানী পাতি ৰাজত্ব কৰিছিল।<ref name="সোণৰ অসম">{{cite book | title=সোণৰ অসম | publisher=খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল | author=ভূপেন্দ্ৰ নাথ চৌধুৰী | authorlink=পুৰণি যুগৰ কামৰূপৰ অইন ৰজাকেইজনমান | year=১৯৯৫ | pages=১৪}}</ref> গুৱাহাটীৰ পশ্চিমত ৰামচন্দ্ৰ নামৰ এজন ৰজা আছিল। এওঁৰে পুতেক হৈছে আৰিমত্ত। আৰিমত্তৰ মূৰটো হেনো আৰি মাছৰ দৰে দীঘল নেজীয়াদীঘলীয়া আছিল। সেইবাবে তেওঁ আৰিমত্ত নাম পাইছিল।<ref name="সোণৰ অসম" />
 
==শাসন কাল==
আৰিমত্ত ডাঙৰ হৈ আৰিমত্তই বাপেক ৰামচন্দ্ৰৰ ৰাজ্য আক্ৰমণ কৰে। তেওঁ যুদ্ধত বাপেকক চিনি নাপাই হত্যা কৰে। পাছত মাকৰ পৰা সকলো কথা জানিব পাৰি তেওঁ পাপ মোচনৰ বাবে অনেক দান দক্ষিণা কৰে। কিন্তু তেওঁৰ মনৰ শোক নুগুছে। পাছত তেৱোঁ নিজা পুত্ৰ [[জঙ্গলজোঙাল বলাহুবলহু]]ৰ হাতত মৰা পৰে।<ref name="সোণৰ অসম" />
 
==তথ্য &nbsp;সংগ্ৰহ==
{{Reflist}}
 
"https://as.wikipedia.org/wiki/আৰিমত্ত"ৰ পৰা অনা হৈছে