ডেন ব্ৰাউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Gitartha.bordoloiয়ে পুনৰ্নিৰ্দেশ নেৰাকৈ পৃষ্ঠা ডন ব্ৰাউনৰ পৰা ডেন ব্ৰাউনলৈ স্থানান্তৰ কৰিলে: শুদ্ধ ন...
নাম শুধৰণি
1 নং শাৰী:
{{বিস্তাৰ}}
{{Infobox writer
| name = ডনডেন ব্ৰাউন
| image = Dan Brown bookjacket cropped.jpg
| image_size = 220px
| alt =
| caption =
| birth_name = ডেনিয়েল গেৰাৰ্ড ব্ৰাউন
| birth_date = ২২ জুন,১৯৬৪
| birth_place = [[:en:Exeter, New Hampshire|এক্সিটাৰ, নিউ হাম্পশ্বায়াৰ]], <br> [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
12 নং শাৰী:
| death_place =
| resting_place =
| occupation = উপন্যাসিকঔপন্যাসিক
| language = ইংৰাজী
| nationality = আমেৰিকান
30 নং শাৰী:
}}
 
'''ডনডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন''' ({{lang-en|Dan Brown}}, জন্ম:২২ জুন,১৯৬৪ চন) এজন আমেৰিকাৰআমেৰিকান ৰহস্য ঔপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস ''ড্যাদ্য ডা ভিঞ্চি কোড'' {{enwiki|The Da Vinci Code}}ৰ বাবে তেওঁ বিখ্যাত। ব্ৰাউনৰ উপন্যাসৰ ঘাই উপজীব্য হৈছে ২৪ ঘণ্টাত শেষ হোৱা এটা কাহিনী, পৌণঃপৌণিক গোপন সংকেতৰ অৱতৰণ, ৰহস্যৰ ছাবি, গোপন চিহ্ণ,কোড সংকেত আৰু ষড়যন্ত্ৰৰ থিয়ৰি।<ref name=Themes>Brown. Witness statement; Pages 17 & 21.</ref> তেওঁৰ উপন্যাসমূহ পৃথিৱীৰ প্ৰায় ৫২ টা ভাষালৈ অনুদিত হৈছে আৰু ২০১২ চনলৈ প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰী হৈছে। ইয়াৰে The Da Vinci Code আৰু Angels & Demons উপন্যাস দুখনৰ কাহিনীৰে একে নামৰ কথাছবি দুখনো নিৰ্মাণ হৈছে।
 
ব্ৰাউনৰ উপন্যাস সমূহৰ মূখ্যমুখ্য চৰিত্ৰ হ'ল ৰবাৰ্ট লেংডন। খ্ৰীষ্টান ধৰ্মৰ কিছুমান (বাস্তৱ আৰু কাল্পনিক) ঐতিহাসিক প্ৰথা, সংগঠন আদিক সমল হিচাপে লৈ ৰচনা কৰা এই শিহৰণকাৰী ৰোমাঞ্চকৰ উপন্যাস সমূহে কিছু পৰিমাণে বিতৰ্কৰ সূত্ৰপাত নকৰাকৈ থকা নাই। ব্ৰাউনে তেওঁৰ ৱেৱচাইটত কৈছে যে তেওঁৰ উপন্যাস সমূহ খ্ৰীষ্টান বিৰোধী নহয়, তেওঁৰ মতে তেওঁৰ উপন্যাস The Da Vinci Code কেৱল এটা মনোৰঞ্জনধৰ্মী কাহিনী যিয়ে আধ্যাত্মিক আলোচনা আৰু বিতৰ্কক উৎসাহিত কৰে।
 
প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰীৰে মাত্ৰ ৬ খন কিতাপ লিখিয়ে সৰ্বাধিক বিক্ৰী হোৱা লিখক সকলৰ মাজৰ হিচাপে স্বীকৃতি পাবলৈ ব্ৰাউন সক্ষম হৈছে। তেওঁৰ এই ''ৰবাৰ্ট লেংডন'' শৃংখলাটো সৰ্বাধিক বিক্ৰী হোৱা শৃংখলাবোৰৰ ভিতৰত বৰ্তমান সপ্তম স্থানত আছে।
 
==প্ৰাৰম্ভিক জীৱন==
আমেৰিক যুক্তৰাষ্ট্ৰৰ নিউ হাম্পশ্বায়াৰৰ এক্সিটাৰত জন্ম আৰু ডাঙৰ দীঘ্লদীঘল হোৱা ডনডেন ব্ৰাউন পৰিয়ালটোৰ তিনিজন সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল। তেওঁ ফিলিপচ্‌ এক্সিটাৰ একাডেমীৰ চৌহদত ডাঙৰ দীঘল হৈছিল,য'ত তেওঁৰ দেউতাক ৰিছাৰ্ড ব্ৰাউন এজন গণিতৰ শিক্ষক আছিল আৰু লগতে তেওঁ ১৯৬৮ চনৰ পৰা ১৯৯৭ চনত তেওঁৰ অৱসৰৰ সময়লৈকে গণিতৰ পাঠ্যপুথি লিখিছিল।<ref name=Boston>[http://www.boston.com/news/local/articles_of_faith/2009/09/dan_brown_on_re.html Paulson, Michael. "Dan Brown on religion and writing" Boston.com; September 20, 2009]</ref><ref name=kaplan>{{cite news|url=http://www.parade.com/news/2009/09/13-dan-brown-life-after-da-vinci-code.html|title=Life after 'The Da Vinci Code'|date=September 13, 2009|accessdate=September 13, 2009|author=Kaplan, James}}</ref> ব্ৰাউনৰ মাক-দেউতাক দুয়ো সংগীতজ্ঞ আছিল আৰু গীৰ্জাত সমৱেত সংগীত পৰিৱেশন কৰিছিল।<ref>[http://phillips.exeter.edu/ei/news/news_danbrown.html "Da Vinci Code Author Dan Brown and Siblings, Valerie Brown '85 and Gregory Brown '93 Establish New Fund in Honor of their Father" The Exeter Initiatives. November 1, 2004]</ref> ব্ৰাউন [[:en:Episcopal Church (United States)|Episcopalian]] হিচাপে ডাঙৰ-দীঘল হৈছিল, কিন্তু তেওঁ কোৱা মতে ধৰ্ম বিষয়ত ৰস পোৱাৰ আগতেই তেওঁ খ্ৰীষ্টানৰ পৰা আতৰি আহিছিল।
 
গোপন সংকেত, পাজল আদিলৈ ব্ৰাউনৰ আকৰ্ষণ ল'ৰালিতে গঢ় লৈ উঠিছিল। ব্ৰাউনৰ ঘৰত কোড, গোপন সাংকেতিক বাৰ্তা আদিয়ে তেওঁৰ পিতৃ-মাতৃৰ কৰ্মক্ষেত্ৰ গণিত,ভাষা আৰু সংগীতক বান্ধি ৰাখিছিল। ব্ৰাউনে ঘণ্টাৰ পিছত ঘ্ণ্টাঘণ্টা এনাগ্ৰাম আৰু শব্দৰ পাজল সমাধান কৰি কটাইছিল। তেওঁ আৰু সহোদৰ কেইজন বন্ধৰ দিন বা জন্মদিনবোৰত দেউতাকে আয়োজন কৰা গোপন খাজনা সন্ধান কৰা অভিযানত অংশগ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে দেউতাকে বৰদিনত উপহাৰ পোণপটীয়াকৈপোনপটীয়াকৈ নিদি লুকাই ৰাখিছিল আৰু তেওঁ তৈয়াৰ কৰা আৰু গোটেই ঘৰ বা চহৰৰ কিছু অংশত লুকাই ৰখা পাজল,ক্লু, খাজনাৰ মেপ আদি অনুসৰণ কৰি বিচাৰি উলিয়াব লগা হৈছিল। The Da Vinci Codeৰ ছফী ন্যেভু ([[:en:List of The Da Vinci Code characters|Sophie Neveu]]) আৰু জ্যাকাচ চ'নিয়ে ([[:en:List of The Da Vinci Code characters|Jacques Sauniere]]) চৰিত্ৰ দুটাত ব্ৰাউন আৰু তেওঁৰ দেউতাকৰ মাজৰ সম্পৰ্কৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে আৰু ২৩ নং অধ্যায়টো শৈশৱৰ এটি খাজনা সন্ধান অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈছে।