মালালা ইউছুফজাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
|other_names = গুল মাকাই
| parents = জীয়াউদ্দীন ইউচেফজায় (পিতৃ)
| awards = নোবেল[[ন'বেল বঁটা (২০১৪)|ন'বেল]] শান্তিৰ পুৰস্কাৰ <br /> আন্তঃৰাষ্ট্ৰীয় বল শান্তি পুৰস্কাৰ <br />পাকিস্তানৰ ৰাষ্ট্ৰীয় যুৱ শান্তি পুৰস্কাৰ <small>(2011)</small>
|known_for = মহিলা অধিকাৰ কাৰ্যকৰ্তা, শিক্ষাবিদ
|caption
25 নং শাৰী:
| accessdate = ১২ অক্টোবৰ ২০১২
}}
'''মালালা ইউছুফজাই''' ({{lang-en|Malala Yousafzai}} জন্ম: ১২ জুলাই ১৯৯৭)<ref name="CBCuk"/>ক শিশু অধিকাৰৰ বাবে কাম কৰাৰ বাবে জনা যায়। তেওঁ [[পাকিস্তান]]ৰ [[:en:Khyber Pakhtunkhwa|সেবাৰ-পুসতুনসোৱা]] প্ৰান্তৰ [[স্বাত জিলা]]ত অৱস্থিত মিঙ্গ'ৰা চহৰৰ এগৰাকী ছাত্ৰী।<ref name = "bbc-diary">{{cite news|url=http://news.bbc.co.uk/2/hi/south_asia/7834402.stm|title=Diary of a Pakistani schoolgirl|publisher=BBC News|date=১৯ জানুৱাৰী ২০০৯}}</ref><ref>{{cite news|url=http://www.bbc.co.uk/news/world-asia-15879282|title=Pakistani girl, 13, praised for blog under Taliban|publisher=BBC News|date=২৪ নৱেম্বৰ ২০১১}}</ref> ১৩ বছৰ বয়সতে তেওঁ তাহৰিক-এ-তালিবান শাসনৰ অত্যাচাৰৰ বিষয়ে ''"গুল মাকাই"'' ছদ্ম নাম লৈ "বিবিচি"ৰ বাবে ব্লগিঙৰ দ্বাৰা স্বাতৰ লোকৰ মাজত নায়িকা হৈ পৰে। অক্টোবৰ ২০১২ত মাত্ৰ ১৪ বছৰ বয়সত নিজৰ উদাৰবাদী প্ৰয়াসৰ কাৰণত তেওঁ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চিকাৰ হয়, যাৰ দ্বাৰা তেওঁ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আন্তঃৰাষ্ট্ৰীয় মিডিয়াত আকৰ্ষণ স্বৰূপ হৈ পৰে। ২০১৪ চনৰ ১০ অক্টোবৰত মালালাই [[কৈলাস সত্যাৰ্থী|কৈলাশ সত্যাৰ্থী]]ৰ সৈতে যুটীয়াভাৱে শান্তিৰ [[ন'বেল বঁটা (২০১৪)|নোবেল বঁটা]] লাভ কৰে।<ref>{{cite news |url=http://abcnews.go.com/International/wireStory/top-10-youngest-nobel-laureates-26098133 |title=A Look at the Top 10 Youngest Nobel Laureates |publisher=Yahoo!-ABC News Network |accessdate=11 October 2014 |date=10 October 2014}}</ref>
 
==তথ্য সংগ্ৰহ==
41 নং শাৰী:
 
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]