চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
87 নং শাৰী:
অন্যান্য মেৰুদণ্ডী প্ৰাণী সমূহৰ তুলনাত চৰাইৰ দেহটো বিশেষভাৱে অভিযোজিত, কাৰণ ই চৰাইক উৰাত সহায় কৰে৷ .
 
চৰাইৰ লাওখোলাৰ হাড়বোৰৰ ওজন খুব কম (lightweight)৷ ইহঁতৰ শ্বাসতন্ত্ৰত ডাঙৰ আকাৰৰ বায়ুপূৰ্ণ ছিদ্ৰ (air-filled cavities) থাকে যাক 'pneumatic cavities' বুলি কোৱা হয়৷ এই ছিদ্ৰসমূহ [[শ্বাসতন্ত্ৰ]]ৰ লগতসংযোজিত হৈ থাকে৷<ref>{{Cite web|last=Ehrlich |first=Paul R. |coauthors=David S. Dobkin, and Darryl Wheye |title=Adaptations for Flight |url=http://www.stanford.edu/group/stanfordbirds/text/essays/Adaptations.html |year=1988 |work=Birds of Stanford |publisher=[[Stanford University]] |accessdate=13 December 2007}} Based on The Birder's Handbook ([[Paul Ehrlich]], David Dobkin, and Darryl Wheye. 1988. Simon and Schuster, New York.)</ref>c পূৰ্ণবয়স্ক চৰাইৰ হাড় সমূহ fused আৰু [[cranial sutures]] নাথাকে৷ <ref name = "Gill">{{Cite book|last=Gill |first=Frank |year=1995 |title=Ornithology |publisher=WH Freeman and Co |loation=New York |isbn=0-7167-2415-4 |pages=}}</ref> ইয়াৰ ৰাজহাড় (vertebral column) ত চাৰ্ভিকেল (cervical),থ'ৰাচিকবক্ষীয় (thoracic), লুম্বাৰকটি (lumbar) আৰু ক'ডেলপুচ্ছীয় (caudal) অঞ্চল থাকে৷ ইয়াৰ cervicalগ্রীৱা (neck) vertebraeকশেৰুকী অঞ্চল খুব পৰিবৰ্ত্তনশীল(variable) আৰু নমনীয় (flexible) হয়, কিন্তু anteriorবক্ষ কশেৰুকা [[thoracic vertebrae]] অঞ্চলত নমনীয়তা কমি আহে৷ <ref>{{Cite news|title=The Avian Skeleton |url=http://www.paulnoll.com/Oregon/Birds/Avian-Skeleton.html |work=paulnoll.com | last=Noll | first=Paul |accessdate=13 December 2007}}</ref> উৰণত অক্ষম প্ৰজাতি সমূহৰ বাহিৰে অন্য চৰাইৰ প্ৰজাতিসমূহত কামিহাড় (ribs) চেপেটা আৰু [[sternum]] ই ডেউকাৰ‌উৰণ মাংসপেশীপেশী (flight muscle) লগত সংযোজিত হৈ থাকে৷ চৰাইৰ আগঠেং দুটা ডেউকালৈ ৰূপান্তৰিত হৈছে৷<ref>{{Cite news|title=Skeleton of a typical bird |url=http://fsc.fernbank.edu/Birding/skeleton.htm |date= publisher|Fernbank Science Center|work=Fernbank Science Center's Ornithology Web |accessdate=13 December 2007}}</ref>
 
সৰীসৃপৰ দৰে চৰায়ো প্ৰধানকৈ ইউৰিক'টেলিক ([[:en: Uricotelic|uricotelic]]), অৰ্থাৎ ইয়াৰ বৃক্ক (kidney) নাইট্ৰজেনযুক্ত বৰ্জনীয় পদাৰ্থ সমূহ (nitrogenous waste) তেজৰ পৰা নিস্কাষণ কৰি ইউৰিয়া বা এমনিয়ামৰ সলনি [[ইউৰিক এচিড]] ৰ ৰূপত বৰ্জন কৰে৷ যদিও চৰাইৰ মূত্ৰাশয় ([[urinary bladder]]) আছে ইউৰিক এচিড বিষ্ঠাৰ লগতে বিসৰ্জিত হয় ৷ <ref>{{Cite web|last=Ehrlich |first=Paul R. |coauthors=David S. Dobkin, and Darryl Wheye |title=Drinking |url=http://www.stanford.edu/group/stanfordbirds/text/essays/Drinking.html |year=1988 |work=Birds of Stanford |publisher=Standford University |accessdate=13 December 2007}}</ref><ref>{{Cite journal|last=Tsahar |first=Ella |title=Can birds be ammonotelic? Nitrogen balance and excretion in two frugivores |journal=Journal of Experimental Biology |volume=208 |issue=6 |pages=1025–34 |year=2005 |pmid=15767304 |doi=10.1242/jeb.01495 |month= March|issn=0022-0949 |url=http://jeb.biologists.org/cgi/pmidlookup?view=long&pmid=15767304 |last2=Martínez Del Rio |first2=C |last3=Izhaki |first3=I |last4=Arad |first4=Z }}</ref><ref name=coprodeum>{{cite journal | doi= 10.1016/S1095-6433(03)00006-0 | last1= Skadhauge | first1= E | last2= Erlwanger | first2= KH | last3= Ruziwa | first3= SD | last4= Dantzer | first4= V | last5= Elbrønd | first5= VS | last6= Chamunorwa | first6= JP | title= Does the ostrich (''Struthio camelus'') coprodeum have the electrophysiological properties and microstructure of other birds? | journal= Comparative biochemistry and physiology. Part A, Molecular & integrative physiology | volume= 134 | issue= 4 | pages= 749–755 | year= 2003 | pmid = 12814783 }}</ref> অৱশ্যে [[হামিং বাৰ্ড]]ৰ দৰে কিছুমান চৰায়ে বৰ্জনীয় পদাৰ্থ সমূহ এমনিয়াৰ ৰূপতো বিসৰ্জন কৰাৰ তথ্য পোৱা যায় ৷ <ref>{{Cite journal|last=Preest |first=Marion R. |month=April |year=1997 |title=Ammonia excretion by hummingbirds |journal=Nature |volume=386 |issue= 6625|pages=561–62 |doi=10.1038/386561a0 |last2=Beuchat |first2=Carol A.}}</ref>স্তন্যপায়ী প্ৰাণীৰ দৰে ইহঁতে ক্ৰিয়েটিনিন ([[creatinine]])ৰ সলনি ক্ৰিয়েটিন ([[creatine]]) বিসৰ্জন কৰে৷ <ref name = "Gill"/> অন্যান্য বৰ্জিত পদাৰ্থ সমূহৰ লগতে ইও চৰাইৰ 'ক্লৱাকা' ([[cloaca]])ত উৎপত্তি হয়৷ <ref>{{Cite journal|last=Mora |first=J. |year=1965 |title=The regulation of urea-biosynthesis enzymes in vertebrates |journal=[[Biochemical Journal]] |volume=96 |pages=28–35 |pmid=14343146 |url=http://www.biochemj.org/bj/096/0028/0960028.pdf|format=PDF |month= July|issn=0264-6021 |last2=Martuscelli |first2=J |last3=Ortiz Pineda |first3=J |last4=Soberon |first4=G |pmc=1206904|issue=1}}</ref><ref>{{Cite journal|last=Packard |first=Gary C.|year=1966 |title=The Influence of Ambient Temperature and Aridity on Modes of Reproduction and Excretion of Amniote Vertebrates |journal=[[The American Naturalist]] |volume=100 |issue=916 |pages=667–82 |doi=10.1086/282459 |jstor=2459303}}</ref> বিষ্ঠা বিসৰ্জনৰ উপৰিও ক্লৱাকাই চৰাইৰ দেহত একাধিক কাৰ্য্য সমাধা কৰে, যেনে- প্ৰজনন আৰু কনী পৰাত ক্লৱাকা ব্যৱহৃত হয়৷<ref>{{Cite journal|last=Balgooyen |first=Thomas G. |date=1 October 1971|title=Pellet Regurgitation by Captive Sparrow Hawks (''Falco sparverius'') |journal=[[Condor (journal)|Condor]] |volume=73 |issue=3 |pages=382–85 |doi=10.2307/1365774 |url=http://elibrary.unm.edu/sora/Condor/files/issues/v073n03/p0382-p0385.pdf|format=PDF |issn=00105422 |jstor=1365774 }}</ref> চৰাইৰ পাচকতন্ত্ৰ ([[digestive system]])কেইবাটাও কাৰণত অদ্বিতীয়৷ ইয়াৰ দুটা অংশ থাকে৷ খাদ্যবস্তু সাঁচিবলৈ 'ক্ৰপ' (crop) আৰু ' গিজাৰ্ড' ([[gizzard]]) যি গিলি থোৱা সৰু শিলেৰে খাদ্যবস্তু গুড়ি কৰাৰ কাম কৰে৷ <ref>{{Cite journal|last=Gionfriddo |first=James P. |date=1 February 1995|title=Grit Use by House Sparrows: Effects of Diet and Grit Size |journal=Condor |volume=97 |issue=1 |pages=57–67 |doi=10.2307/1368983 |url=http://elibrary.unm.edu/sora/Condor/files/issues/v097n01/p0057-p0067.pdf|format=PDF |issn=00105422 |author2=Best}}</ref>প্ৰায়ভাগ চৰাইৰ প্ৰজাতিয়ে উৰাত সহায়ক হোৱাকৈ খাদ্যবস্তুৰ খৰতকীয়াকৈ হজম কৰাত পাৰ্গত৷<ref name = "Attenborough">{{Cite book|last=Attenborough |first=David |authorlink=David Attenborough |year=1998 |title=[[The Life of Birds]] |location=Princeton |publisher=Princeton University Press |isbn=0-691-01633-X|pages=}}</ref> প্ৰব্ৰজননৰ সময়ত প্ৰটিনৰ প্ৰয়োজন পূৰাব পৰাকৈ কিছুমান প্ৰব্ৰজনকাৰী চৰায়ে দেহৰ বিভিন্ন অংশ যেনে খাদ্যনলী আদিৰ পৰা প্ৰটিন ব্যৱহাৰ কৰিবলৈও বিশেষভাৱে অভিযোজিত হয়৷ <ref name = "Battley">{{Cite journal|last=Battley |first=Phil F. |month=January |year=2000 |title=Empirical evidence for differential organ reductions during trans-oceanic bird flight |journal=[[Proceedings of the Royal Society]] B |volume=267 |issue=1439 |pages=191–5 |doi=10.1098/rspb.2000.0986 |pmid=10687826 |issn=0962-8452 |last2=Piersma |first2=T |last3=Dietz |first3=MW |last4=Tang |first4=S |last5=Dekinga |first5=A |last6=Hulsman |first6=K |pmc=1690512}} (Erratum in ''Proceedings of the Royal Society B'' '''267'''(1461):2567.)</ref>
196 নং শাৰী:
[[File:Golden-backed Weaver.jpg|thumb|left|alt= Yellow weaver (bird) with black head hangs an upside-down nest woven out of grass fronds.|মতা [[:en: Golden-backed Weaver|Golden-backed Weaver]]চৰায়ে ঘাঁহ বনেৰে সুন্দৰকৈ বাহ সাজে৷ ]]
 
চৰায়ে সাধাৰণতে নিজৰ বাহত কণী পাৰে৷ বেছিভাগ চৰায়ে নিজৰ প্ৰয়োজনৰ জোখাৰে বিভিন্ন আকৃতিৰ বাহ সাজি লয়৷ <ref name = "Hansell">Hansell M (2000). ''Bird Nests and Construction Behaviour''. University of Cambridge Press ISBN 0-521-46038-7</ref> <ref>{{cite journal | last1 = Lafuma | first1 = L | last2 = Lambrechts | first2 = M | last3 = Raymond | first3 = M | year = 2001 | title = Aromatic plants in bird nests as a protection against [[Hematophagy|blood-sucking]] flying insects? | url = | journal = Behavioural Processes | volume = 56 | issue = 2| pages = 113–20 | doi = 10.1016/S0376-6357(01)00191-7 }}</ref> চৰায়ে পাখিৰে বাহটো উমাল কৰি ৰাখে৷ <ref name = "Hansell"/> কিছুমান চৰাইৰ বাহ নাথাকে৷ উদাহৰণস্বৰূপে শিলাময় পাহাৰত বাস কৰা (cliff-nesting) [[:en: Common Guillemot|Common Guillemot]] নামৰ চৰাইটোৱে শিলতে কণী পাৰে ৷ তেনেদৰে এম্পাৰৰ পেংগুইনৰ মাইকীয়ে কণী পাৰে আৰু মতা চৰাইটোৱে নিজৰ ঠেঙৰ মাজতে কণীটো ভৰাই থয়৷ .
======চৰাইৰ ঠোঁট আৰু হাঁকোটা (Beaks and Claws in Bird)======
A. চৰাইৰ ঠোঁট (Beaks in Birds):
চৰাইৰ ঠোঁটটো উর্ধ আৰু নিম্ন হনুৰ দ্বাৰা গঠিত। ঠোঁটটো শিঙৰ দৰে টান পদার্থৰ আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণখনক ৰেম্‌ফ’থিকা (Rhamphotheca) বোলা হয়।
ঠোঁটৰ কাম (Functions of teeth):
1. খাদ্য সংগ্রহ কৰা।
2. খাদ্যবস্তু লাৰাচাৰা কৰা।
3. পাখিবোৰ আচোৰা আৰু জট ভঙা।
4. বাঁহ সাজিবলৈ সামগ্রী আহৰণ কৰা।
5. বাঁহ সজা।
6. পোৱালিবোৰক খুওৱাঅ
7. প্রতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰা।
ঠোঁটৰ প্রকাৰ (Types of Beaks):
খাদ্য আৰু ভক্ষণ প্রক্ৰিয়াৰ ওপৰত নির্ভৰ কৰি চৰাইৰ ঠোঁটবোৰ বিভিন্ন প্রকাৰে ৰূপান্তৰিত হয়। তলত বিভিন্ন প্রকাৰৰ ঠোঁটৰ বিষয়ে আলোচনা কৰা হ’ল।
1. বীজ ভক্ষণকাৰী ঠোঁট (Seed eating beak): বীজ ভক্ষণকাৰী ঠোঁটবোৰ টান, দৃঢ় আৰু শঙ্কু আকাৰৰ। বীজ ভক্ষণকাৰী চৰাইবোৰে টান খোলাযুক্ত বীজবোৰ ভাঙিবলৈ আৰু গুৰি কৰিবলৈ এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে।উদাহৰণ: ঘন চিৰিকা, ফিন্স চৰাই।
2. ছেদক ঠোঁট (Cutting beak): এইবোৰ ঠোঁট মজপুত আৰু চোকা ধাৰযুক্ত। ভক্ষী প্রাণীক ফালি টুকুৰা টুকুৰ কৰিবলৈ, কণী ভাঙিবলৈ নাইবা ফল কাটিবলৈ কিছুমান চৰায়ে এনে ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: কাউৰী।
3. ফল ভক্ষণকাৰী ঠোঁট (Fruit eating beak): ফল খাবলৈ ব্যৱহাৰ কৰা ঠৌঁটবোৰ চোকা, টান আৰু বেকা ধৰণৰ হয়। এনে ধৰণৰ ঠোঁট ফলৰ বাকলিবোৰ গুচাবলৈ আৰু বীজৰ টান বাকলি ফালিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ভাটৌ।
4. পতঙ্গভোজী ঠোঁট (Insect eating beak):পতঙ্গভোজী চৰাইবোৰৰ ঠোঁটবোৰ সৰু, চুটি আৰু চুঙা আকৃতিৰ। এনেকুৱা ধৰণৰ ঠোঁটবোৰ পতঙ্গ ধৰিবলৈ উপযোগী। উদাহৰণ: বতাহী চৰাই (Swift), তেলতুপি চৰাই (Swallow), দহিকতৰা (Robin)।
5. মোনাযুক্ত ঠোঁট (Pouched beak): মোনাযুক্ত ঠোঁটবোৰ টান, দীঘল আৰু নিম্নহনুৰ ঠোঁটটো মোনাযুক্ত। এইবোৰ ঠোঁট বহনকাৰী চৰাইবোৰে মাছ আদি ঠোঁটেৰে চিকাৰ কৰে। উদাহৰণ: পেলিকান (Pelican)।
6. চিকাৰ ধৰা ঠোঁট (Prey eating beak): চিকাৰ ধৰা ঠোঁটবোৰ টান, ক্ৰমাগত ভাৱে সঙ্কীর্ণ হৈ যোৱা ঠোঁট। এনে ধৰণৰ ঠোঁটৰ সহায়ত মৎস্যভোজী চৰাইবোৰে পানীৰ পৰা চিকাৰ ধৰি ওপৰলৈ উঠাই লৈ আহে। উদাহৰণ: মাছৰোকা (King fisher), চামুচ যেন ঠোঁটৰ বগলী (Spoon bill)।
7. বোকা ছাকনী ঠোঁট (Mud strainer beak): এইবোৰ ঠোঁট দৃঢ়, বহল আৰু চেপেটা আৰু কটা খাজযুক্ত। এইবোৰ ঠোঁটৰ দ্বাৰা কিছুমান চৰায়ে বোকা পানীৰ পৰা ছাকন প্রক্ৰিয়াৰে শামুক আদি আহৰণ কৰে।। উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe), ধিত্‌ৰাজ (Goose)।
8. কাঠত বটালী মৰা ঠোঁট (Wood chiselling beak): কাঠত বটালী মৰা ঠোঁটবোৰ অতি টান, দীঘল আৰু চিধা। এই ঠৌঁটৰ অধিকাৰী চৰাইবোৰে গছৰ শুকাণ বাকলিৰ তলৰ পৰা পতঙ্গ আদি আহৰণ কৰিবলৈ নাইবা গছত বাহ সজাৰ অর্থে খোৰোং সাজিবলৈ বটালীৰে কাঠত গাত খান্দে। উদাহৰণ: বাঢ়ৈটোকা চৰাই (Wood pecker)।
9. বোকাত পৰীক্ষক ঠোঁট (Mud probing beak): এইবোৰ ঠোঁট দীঘল আৰু চুঙা আকৃতিৰ। এনেকুৱা ঠোঁট বহনকাৰী চৰাইবোৰে বোকাত ঠোঁটটো সুমুৱাই দি কেঁচু, শামুক, পতঙ্গ আদিৰ উপস্থিতিৰ বিষয়ে উমান পায়। উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe)।
10. মাছ ধৰা ঠোঁট (Fish catching beak): মাছ ধৰা ঠোঁটবোৰ দীঘল, ঠেক আৰু খাজকটা। মাছ, ভেকুলী, লালুকি আদি ধৰিবলৈ কিছুমান চৰায়ে এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: পানী কাউৰী (Cormorant), বগলী (Heron)।
11. ফুল পৰীক্ষক ঠোঁট (Flower probing beak): ফুল পৰীক্ষক ঠোঁটবোৰ দীঘল, ঠেক আৰু জোঙা। মৌ আহৰণ কৰা চৰাইবোৰে এই ঠোঁটবোৰেৰে ফুলৰ পৰা মৌৰস আহৰণ কৰে। উদাহৰণ: চানবার্ড (Sun bird), হামিং বার্ড (Humming bird)।
12. বিন্ধোৱা আৰু ফলা ঠোঁট (Pierching and Tearing beak): এই ঠোঁটবোৰ চুটি, ওপৰৰ ঠোঁটটো তলমুৱাকৈ বেকা আৰু শক্তিশালী। এইবোৰ ঠোঁট সৰু ডাঙৰ চিকাৰবোৰ ফুটাবলৈ আৰু ফলাচিৰা কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ঈগল, ফেঁচা, শগুণ ।
 
 
[[File:Eastern Phoebe-nest-Brown-headed-Cowbird-egg.jpg|thumb|alt= Nest made of straw with five white eggs and one grey speckled egg|Nest of an [[Eastern Phoebe]] that has been parasitised by a [[Brown-headed Cowbird]]]]
Line 250 ⟶ 276:
চৰকাৰ তথা পৰিৱেশ সংৰক্ষণৰ কৰ্মী সকলে উপযুক্ত আইনৰ সহায় লৈ আৰু পৰিৱেশ restoration (ecological restoration) ৰে চৰাইৰ বাসস্থানৰ প্ৰতিৰক্ষা দিয়ে বা প্ৰয়োজন সাপেক্ষে captive breeding আৰু পুনৰ সংস্থাপন (reintroduction)ৰ বাবেও পদক্ষেপ হাতত লোৱা দেখা যায়৷ এনে পদক্ষেপসমূহ আংশিক ভাৱে হ'লেও সফল হৈছে বুলি কব পাৰি৷ এটা গৱাষণাত গম পোৱা গৈছিল যে এনেধৰণৰ পসক্ষেপ সমূহে ১৯৯৪ ৰ পৰা ২০০৪ ৰ ভিতৰত অতি কমেও ১৬ বিধ চৰাইৰ প্ৰজাতি বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিছে৷<ref>{{cite journal | doi = 10.1017/S0030605306000950 | last1 = Butchart | first1 = S | last2 = Stattersfield | first2 = A | last3 = Collar | first3 = N | year = 2006 | title = How many bird extinctions have we prevented? | url = http://www.birdlife.org/news/news/2006/08/butchart_et_al_2006.pdf | journal = Oryx | volume = 40 | issue = 3| pages = 266–79 }}</ref>
{{-}}
=====চৰাইৰ উৰণ পেশী আৰু উৰণ ক্ৰিয়াবিধি (Flight muscles and mechanism of flight in birds)======
চৰাইবোৰে ডেউকা দুখন ওপৰ তলকৈ কোৱাই বতাহত উৰিব পাৰে। চৰাইৰ আগ ঠেং দুখন ৰূপান্তৰিত হৈ ডেউকাৰ সৃষ্টি হৈছে। উৰণ কার্যৰ বাবে চৰাইৰ কিছুমান শক্তিশালী উৰন পেশী থাকে। এই পেশীবোৰ উৰোস্থি (Sternum) আৰু উৰোস্থিৰ তলত থকা তৰীদলৰ (Keel) লগত সংযুক্ত হৈ থাকে। উৰণ পেশীবোৰ যথেষ্ট ডাঙৰ। এই উৰণ পেশীবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল।
1. বক্ষ পেশী (Pecoral muscles):
উৰণ কার্যত সহায় কৰিবলৈ অতি প্রয়োজনীয় পেশী হ’ল বক্ষ পেশী। ই দুই প্রকাৰৰ, যেনে – বৃহৎ বক্ষ পেশী (Pectoralis major) আৰু লঘূ বক্ষ পেশী (Pectoralis minor)। এই পেশীবোৰৰ কাম হ’ল ডেউকা দুখনক টানি আৰু এৰি দি ডেউকা দুখনক তল- ওপৰ কৰোৱা। এই পেশী দুটা উৰোস্থিৰ তৰীদল আৰু ডেউকাত লাগি থাকে।
A. বৃহৎ বক্ষ পেশী (Pectoralis major): তৰীদল (Keel) আৰু জক্ৰকৰ (Clavicle) অংকদেশৰ দুয়োফালৰ পৰা বৃহৎ বক্ষ পেশী দুটুকুৰা মুক্ত হৈ চৰাইটোৰ বুকু অংশৰ সৃষ্টি কৰিছে। ই ত্ৰিভূজ আকৃতিৰ আৰু আন পেশীবোৰতকৈ আকৃতিত ডাঙৰ আৰু শক্তিশালী। বৃহৎ পেশীৰ সম্মুখৰ পিনে থকা বহল আৰু চেপেটা কণ্ডৰাডাল (Tendon) হিউমেৰাছৰ মুণ্ডৰ অংকীয় দিশত সোমাই পৰে। এই পেশীয়ে ডেউকাখনক তলৰ পিনে টানি অনাত সহায় কৰে। এই পেশীৰ সংকোচনৰ সময়ত ডেউকাখন তলৰ পিনে নামি আহে আৰু সম্মুখৰ পিনে আগবাঢ়ি যায়। ইয়াৰ ক্ৰিয়াৰ ফলত চৰাইটো ওপৰলৈ উঠিব পাৰে আৰু বতাহৰ মাজেৰে সম্মুখৰ পিনে আগুৱাব পাৰে।
B. লঘূ বক্ষপেশী (Pectoralis minor): সৰু আৰু দীঘলীয়া আকৃতিৰ অংকীয় বক্ষপেশীয়ে চৰাইৰ ডেউকাখন ওপৰলৈ উঠোৱাত সহায় কৰে। চৰাইৰ এই লঘূ বক্ষপেশীটো বৃহৎ বক্ষপেশীৰ তলৰফালে তৰীদল আৰু দেহৰ মাজৰ কোণটোত লাগি থাকে। পেশীটোৰ সম্মুখৰ ফালে থকা দীঘল আৰু ঠেক কণ্ডৰাডাল ত্ৰি অস্থি ৰন্ধ্রৰ (Foramen triossum) মাজেদি সোমাই সোমাই ওপৰলৈ উঠি হিউমেৰাছৰ মুণ্ডৰ ট্রচেন্টাৰত (Trochanter) সোমায়। ত্ৰি অস্থি ৰন্ধ্রটো ক্লেভিক’ল (Clavicle), কোৰাক’ইড (Coracoid) আৰু স্কাপুলাৰ মাজত থকা এটা ফাক বা খোলা অংশ। লঘূ বক্ষ পেশীয়ে ডেউকাখন ওপৰলৈ উঠোৱাত সহায় কৰে বাবে ইয়াক উত্তোলন পেশী (Elevator muscle) বোলা হয়। এই পেশীৰ সংকোচন ঘটিলে ইয়াৰ লগত সংযুক্ত কণ্ডৰাডালে হিউমেৰাছডালক পিছলৈ আৰু ওপৰলৈ টানে বাবে উৰণৰ সময়ত ডেউকাখন ওপৰলৈ ডাং খাই উঠে। এই কার্যত ত্ৰি অস্থি ৰন্ধ্রটোৱে কপিকলৰ দৰে কাম কৰে।
সহায়ক পেশী (Accessory muscles):
চৰাইৰ উৰণ ক্ৰিয়াত সহায় কৰিবলৈ বক্ষ পেশীৰ উপৰিও আন কিছুমান সহায়ক পেশীও থাকে। বক্ষ পেশীৰ ঠিক তলতে ত্ৰিভূজ আকৃতিৰ কৰাক’ব্রেকিয়েলিছ লংগাছ (Coraco brachialis longus) নামৰ আন এটুকুৰা পেশী থাকে। এই পেশীটো কোৰাককিড আৰু উৰোস্থিৰ পর্শুকী বা কষ্টেল প্রবর্ধৰ (Costal process) পৰা ওলায় আৰু ইয়াৰ ঠেক কণ্ডৰা অংশ প্রগণ্ডিআস্থি মুণ্ডৰ পিছফালে লাগি থাকে। এই প্রশীয়ে ডেউকাখনত তললৈ নমোৱাত সহায় কৰে। ইয়াৰ উপৰিও কৰাক’ব্রেকিয়েলিছ লংগাছৰ (Coraco brachialis longus) সম্মুখৰ পিনে কৰাক’ ব্রেকিয়েলিছ ব্রিভিছ (Coraco brachialis brevis) নামৰ আন এটুকুৰা সৰু ঠেক পেশীয়েও উৰণত সহায় কৰে।
আভ্যন্তৰিক পেশী (Intrensic muscles):
আভ্যন্তৰিক পেশীবোৰো উৰণৰ বাবে আতি লাগতিয়াল। ইয়াৰে ভিতৰত বাহুৰ বাইচেপ (Biceps) আৰু ট্রাইচেপ (Triceps) পেশী উল্লেখযোগ্য। এই পেশী দুটাই উৰণৰ সময়ত কিলাকুটিটো ঘূৰোৱাত সহায় কৰে। পূর্ব-বাহুৰ (Fore arm) এক্সটেনছৰ কার্পি ৰেডিয়েলিছ (Extensor carpi radialis) আৰু এক্সটেনছৰ কার্পি আলনেৰিছ (Exensor carpi ulnaris) নামৰ পেশী দুটাই ডেউকাখন জপোৱা আৰু মেলাত সহায় কৰে। আকৌ দুডাল ব্রেকিঅ’ ৰেডিয়েলিছ (Brachio-radialis) পেশীয়ে ৰেডিয়াছ (Radius) অস্থিডালক ঘূৰোৱাত সহায় কৰে। অতিশয় হ্রাসপ্রাপ্ত ডিজিটেল পেশীবোৰে (Digital muscles) উৰণৰ সময়ত পৃথক অংশসমূহ আনকি পাখিবিলাককো ঘুৰা মেলাত সহায় কৰে। আন এটুকুৰা পলিছিছ পেশীয়ে প্রথম আঙুলিত লাগি থকা এলুলা বা বাষ্টার্ড ডেউকাখনক (Alula or bastard wing) স্বাধীন ভাবে লৰাচৰা কৰাত সহায় কৰে।
তানিকা পেশী (Tensor muscles):
উৰণৰ সময়ত চৰাইটোৱে ডেউকাখন মেলাৰ সময়ত টেন্সৰ লংগাছ (Tensor longus), টেন্সৰ ব্রিভিছ (Tensor brevis) আৰু টেন্সৰ এক্সেছৰিয়াছ (Tensor accessorius) নামৰ তিনিবিধ তানিকা পেশীয়ে প্রি-পেটাজিয়ামখন (Pre-patagium) সম্পূর্ণকে মেলি ৰাখে। এনে ধৰণৰ আন এটুকুৰা টেন্সৰ পষ্টিৰিয়াছ (Tensor posterius) নামৰ পেশীয়ে উৰণৰ সময়ত পেটাজিয়ামখনক (Patagium) বহলকৈ মেলি ৰাখে।
উৰণ ক্ৰিয়াবিধি (Mechanism of Flight):
চৰাইৰ আকৃতি অনুসৰি উৰণৰ আৰম্ভণি ক্ৰিয়াবিধিও বেলেগ হয়। সৰু চৰাইবোৰে উৰাৰ আগে আগে ঠেং দুখনৰ সহায়ত এটা জাপ মাৰে। এই জাপটোৱে উৰিবৰ বাবে চৰাইটোক শক্তি যোগায়। ডাঙৰ আকৃতিৰ চৰাইৰ ক্ষেত্ৰত উৰণ কার্যৰ আৰম্ভণিৰ বাবে যথেষ্ট শক্তিৰ প্রয়োজন হয়। সেয়েহে শক্তি গোটাবৰ বাবে চৰাইটোৱে প্রথমতে কিছুদূৰ জোৰেৰে দৌৰ মাৰে নাইবা সাঁতোৰে যাতে মাটি এৰি বতাহত যাবলৈ পর্যাপ্ত পৰিমাণে বল আৰু উল্লাস পায়। উৰাৰ আৰম্ভণিত চৰাইটোৱে ডেউকাখন তলমুৱাকৈ আৰু পিছৰ ফালে কোৱাবলৈ ধৰে যাৰ ফলত প্রকৃত উৰণ আৰম্ভ হয়। আকৌ নামিবৰ সময়ত ডেউকা দুখন ওপৰলৈ আৰু আগলৈ কোৱাই কোৱাই চৰাইটো মাটিলৈ বা নির্দিষ্ট স্থানলৈ নামি আহে। চৰাইৰ প্রকৃত উৰণ পেশী হ’ল বৃহৎ বক্ষ পেশী। বৃহৎ বক্ষ পেশীৰ সংকোচনে ডেউকাখনক তলৰপিনে কোবাবলৈ শক্তি যোগায় যাৰ ফলত চৰাইটো ওপৰলৈ উঠে। ডেউকা দুখন তললৈ কোবোৱাৰ ফলত উত্তোলন বলৰ (Lift force) সৃষ্টি হয় আৰু চৰাইটো ওপৰলৈ উঠিবলৈ ধৰে। আকৌ বতাহৰ সোঁত ডেউকাৰ ওপৰেদি যোৱাৰ ফলত ওপৰৰ বায়ু চাপ কম হয় আৰু ইও চৰাইটোক কিছু ওপৰলৈ উঠাত সহায় কৰে।
লঘূ বক্ষ পেশীৰ সংকোচনে ডেউকা দুখনক ওপৰলৈ কোবোৱাত সহায় কৰে। ওপৰ ফালে কোবোৱাৰ ফলত ডেউকা দুখন আংশিক ভাবে জাপ খায় আৰু ডেউকাৰ মাজেৰে বায়ু পাৰ হৈ যাব পাৰে। ইয়াৰ ফলত চৰাইটো লাহে লাহে তললৈ নামি আহিবলৈ ধৰে।
চৰাইৰ পুচ্ছ পাখিসমূহে বঠাৰ দৰে কাম কৰে। পুচ্ছ পাখিসমূহ ওপৰলৈ ডাঙি ধৰিলে চৰাইটো ওপৰমূৰা হয় আৰু তলফালে নমাই দিলে চৰাইটো তলমূৱা হয়। নামিবৰ সময়ত চৰাইটোৱে পুচ্ছ পাখিবোৰ তললৈ নমাই দি বিছনীৰ দৰে কোবাৱাৰ ফলত ব্রেকৰ কাম কৰে আৰু লগে লগে ই ঠেং দুখন তললৈ নমাই দি গছৰ ডালত বা আন কোনো ঠাইত নামি পৰে।
 
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে