মাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

56 নং শাৰী:
 
মাছৰ শ্রেণীটো অতি ডাঙৰ আৰু ইয়াৰ শ্রেণীবিভাজন প্রক্ৰিয়াও জটিল। বহুতো মাছৰ চৰিত্ৰ ইহঁতৰ জীৱাশ্মবোৰৰ পৰাহে জানিব পৰা গৈছে। মুলাৰে প্রথমতে নিম্নখাপৰ কশেৰুকী প্রাণীবোৰৰ শ্রেণীবিভাজন কৰিছিল আৰু মৎস্যক শ্রেণী হিচাপে গণ্য কৰি ইয়াক 6 টা উপশ্রেণীত ভাগ কৰিছিল। এই 6 টা উপশ্রেণী হ’ল – ডিপ্ন’ই (Dipnoi), টেলিঅ’ষ্টি (Teleostei), গেন’ইডি (Ganoidei), ইলাছম’ব্রাংকি (Elasmobranchi), মার্ছিপ’ব্রাংকি (Marsipobranchi) আৰু লেপ্ট’কার্ডি (Leptocardi)। বিস্তৃতি, প্রাচীন ইতিহাস, আৰু অন্য মেৰুদণ্ডী প্রাণীৰ লগত লগত তুলনা কৰি মাছবোৰক বর্তমানৰ বিজ্ঞানীসকলে ইয়াক অতিশ্রেণী (Super Class) হিচাপে গণ্য কৰিছে। আধুনিক যুগৰ বিজ্ঞানী বার্গে (Berg, 1940) মৎস্যসমূহক 7 টা শ্রেণীত ভাগ কৰিছে, যেনে – টেৰিক্‌থিছ (Pterichthys), কক্ক’’ষ্টি (Coccostei), একান্‌থ’ডি (Acanthodii), ইলাছম’ব্রাংকি (Elasmobranchii), হল’চেফালি (Holocephali), ডিপ্ন’ই (Dipnoi) আৰু টেলিঅ’ষ্টমি (Teleostomi)। এইবোৰৰ প্রথম তিনিটা পৃথিৱীৰ পৰা সম্পূর্ণৰূপে বিলুপ্তি হৈছে আৰু ইহঁতক একেলগে প্লেক’ডার্মি (Placodermi) বুলি কোৱা হয়।
 
শ্রেণী: 1. প্লেক’ডার্মি (Placodermi)
'''=শ্রেণী: 1. প্লেক’ডার্মি (Placodermi)='''
 
1.ইহঁতৰ শৰীৰটো অস্থিময় বর্মৰে সুৰক্ষিত হৈ থাকে বাবে ইহঁতক প্লেক’ডার্ম বোলা হয়।
2.হাইয়ড (Hyoid) হাড়ে নিলম্বিকাৰ কাম নকৰে।
3.যুগ্ম ফান আছে।
উদাহৰণ: কক্ক’ষ্টিয়াছ (Coccosteus)
 
'''শ্রেণী: 2. কন্দ্রিক্‌থিছ (Chondricthyes):
'''শ্রেণী: 2. কন্দ্রিক্‌থিছ (Chondricthyes):'''
1. দেহটো পৃষ্ঠীয় অংকীয়ভাৱে চেপেটা।
 
2. ছালখন টান, শ্লেষ্মাগ্রন্থিযুক্ত আৰু প্লেক’ইড বাকলিৰে আবৃত।
1.দেহটো পৃষ্ঠীয় অংকীয়ভাৱে চেপেটা।
3. মুখখন অংকীয়।
2.ছালখন টান, শ্লেষ্মাগ্রন্থিযুক্ত আৰু প্লেক’ইড বাকলিৰে আবৃত।
4. কংকালতন্ত্ৰ কোমলাস্থিৰ (Cartilage) দ্বাৰা গঠিত।
3.মুখখন অংকীয়।
5. মধ্য আৰু যুগ্ম ফান থাকে।
4.কংকালতন্ত্ৰ কোমলাস্থিৰ (Cartilage) দ্বাৰা গঠিত।
6. মতা মাছৰ শ্রোণী ফানৰ গুৰিত এযোৰ আলিংগক (Clasper) থাকে।
5.মধ্য আৰু যুগ্ম ফান থাকে।
7. বায়ুথলী আৰু হাওঁফাওঁ নেথাকে।
6.মতা মাছৰ শ্রোণী ফানৰ গুৰিত এযোৰ আলিংগক (Clasper) থাকে।
8. সংবেদী কোষবোৰ লাওঁখোলাৰ লগত সংযুক্ত।
7.বায়ুথলী আৰু হাওঁফাওঁ নেথাকে।
9. অৱস্তক গুহা (Cloaca) থাকে।
8.সংবেদী কোষবোৰ লাওঁখোলাৰ লগত সংযুক্ত।
10. কশেৰুকা সম্পূর্ণ আৰু পৃথক।
9.অৱস্তক গুহা (Cloaca) থাকে।
11. 5 যোৰ জলক্লোম আছে।
10.কশেৰুকা সম্পূর্ণ আৰু পৃথক।
12. নিষেচন আভ্যন্তৰিণ।
11.5 যোৰ জলক্লোম আছে।
12.নিষেচন আভ্যন্তৰিণ।
এই শ্রেণীটোক 2 টা উপশ্রেণীত ভগোৱা হৈছে।
 
উপশ্রেণী: 1. ছিলাচি বা ইলাছম’ব্রেংকি (Selachii or Elasmobranchi)
'''উপশ্রেণী: 1. ছিলাচি বা ইলাছম’ব্রেংকি (Selachii or Elasmobranchi)'''
1. মধ্য অক্ষ অবিহনে যুগ্ম ফান থাকে।
 
2. বক্ষ ফানৰ গুৰিটো ঠেক।
1.মধ্য অক্ষ অবিহনে যুগ্ম ফান থাকে।
3. ইহঁতৰ জলক্লোমবোৰ পৃথক পৃথক কোঠালিত থাকে।
2.বক্ষ ফানৰ গুৰিটো ঠেক।
4. চকুৰ পিছফালে এটা সৰু ৰন্ধ্র থাকে।
3.ইহঁতৰ জলক্লোমবোৰ পৃথক পৃথক কোঠালিত থাকে।
5. আলিংগক থাকে।
4.চকুৰ পিছফালে এটা সৰু ৰন্ধ্র থাকে।
5.আলিংগক থাকে।
এই উপশ্রেণীৰ বিলুপ্ত মাছবোৰক প্রট’ছিলাচি (Protoselachii) আৰু জীৱিত মাছবোৰক ইউছিলাচি (Euselachii) বোলা হয়।
অতিবর্গ: 1. প্লিউৰ’ট্রিমেটা (Pleurotremata):
'''অতিবর্গ: 1. প্লিউৰ’ট্রিমেটা (Pleurotremata):'''
1. ক্লোমৰন্ধ্রবোৰ পার্শ্বীয়ভাবে অৱস্থিত।
 
2. দাঁতবোৰ চোকা আৰু শংকু আকৃতিৰ।
1.ক্লোমৰন্ধ্রবোৰ পার্শ্বীয়ভাবে অৱস্থিত।
3. বক্ষীয় চক্ৰৰ সোঁ আৰু বাওঁফালটো পৃষ্ঠীয়ভাৱে পৃথক।
2.দাঁতবোৰ চোকা আৰু শংকু আকৃতিৰ।
বর্গ: 1. লেম্‌নিফৰমিছ (Lamniformes):
3.বক্ষীয় চক্ৰৰ সোঁ আৰু বাওঁফালটো পৃষ্ঠীয়ভাৱে পৃথক।
1. পৃষ্ঠীয় ফান দুখন কন্টকবিহীন।
2. পায়ু ফান থাকে।
'''বর্গ: 1. লেম্‌নিফৰমিছ (Lamniformes):'''
 
1.পৃষ্ঠীয় ফান দুখন কন্টকবিহীন।
2.পায়ু ফান থাকে।
উদাহৰণ: ডগফিছ (Scoliodon), ষ্টেগ’ষ্ট’মেটা (Stegostoms, Tiger shark), হাতুৰিমুৰীয়া চার্ক (Sphyrna) ইত্যাদি।
 
অতিবর্গ: 2. হাইপ’ট্রিমেটা (Hypotremata):
'''অতিবর্গ: 2. হাইপ’ট্রিমেটা (Hypotremata):'''
1. ক্লোমৰন্ধ্রবোৰ অংকীয় দিশত অৱস্থিত।
 
2. বক্ষীয় ফানৰ সন্মূখৰ ফালটো মূৰ নাইবা শৰীৰৰ লগত সংযুক্ত হৈ থাকে।
1.ক্লোমৰন্ধ্রবোৰ অংকীয় দিশত অৱস্থিত।
3. হায়মেণ্ডিবুলাৰত (Hyomandibular) ক্লোমীয় ৰশ্মি (Branchial rays) নেথাকে।
42. বক্ষচক্ৰবক্ষীয় (Pectoralফানৰ girdle)সন্মূখৰ দুয়োটাফালটো ফালমূৰ প্রত্যেকেনাইবা প্রত্যেকৰ লগত সংযুক্ত হৈ থাকে নতুবা ৰাজহাড়ৰশৰীৰৰ লগত সংযুক্ত হৈ থাকে।
3.হায়মেণ্ডিবুলাৰত (Hyomandibular) ক্লোমীয় ৰশ্মি (Branchial rays) নেথাকে।
বর্গ: 1. ৰাজিফৰ্‌মিছ (Rajiformes):
4.বক্ষচক্ৰ (Pectoral girdle) দুয়োটা ফাল প্রত্যেকে প্রত্যেকৰ লগত সংযুক্ত হৈ থাকে নতুবা ৰাজহাড়ৰ লগত সংযুক্ত হৈ থাকে।
1. মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ নেথাকে।
 
2. আদিনেত্ৰকোটৰ (Preorbital) কোমলাস্থিৰ বৃদ্ধি নহয়।
'''বর্গ: 1. ৰাজিফৰ্‌মিছ (Rajiformes):'''
 
1.মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ নেথাকে।
2.আদিনেত্ৰকোটৰ (Preorbital) কোমলাস্থিৰ বৃদ্ধি নহয়।
উদাহৰণ: স্কেট বা ৰাইন’বেটাছ (Rhinobatus),। ঈগল ৰে (Myliobatus)।
 
বর্গ: 2. ট’ৰপেডিনিফ’ৰমিছ (Torpediniformes):
'''বর্গ: 2. ট’ৰপেডিনিফ’ৰমিছ (Torpediniformes):'''
1. মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ থাকে।
 
2. আদিনেত্ৰকোটৰ (Preorbital) কোমলাস্থিৰ বৃদ্ধি হৈ বৃহৎ আকৃতি ধাৰণ কৰে।
1.মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ থাকে।
2.আদিনেত্ৰকোটৰ (Preorbital) কোমলাস্থিৰ বৃদ্ধি হৈ বৃহৎ আকৃতি ধাৰণ কৰে।
উদাহৰণ: ট’ৰপেড’ বা ইলেট্রিক ৰে (Torpedo)।
 
শ্রেণী: 3. হল’ছেফালি (Holocephalii):
'''শ্রেণী: 3. হল’ছেফালি (Holocephalii):'''
1. লাওঁখোলাৰ পেলেট’-কোৱার্ডেট (Palato-quadrate) কোমলাস্থিডাল নিউৰ’ক্ৰেনিয়ামৰ (Neuro-cranium) লগত সংযুক্ত হৈ থাকে।
 
2. জলক্লোম 4 যোৰ আৰু ইহঁতক অপাৰকুলামে ঢাকি ৰাখে।
1.লাওঁখোলাৰ পেলেট’-কোৱার্ডেট (Palato-quadrate) কোমলাস্থিডাল নিউৰ’ক্ৰেনিয়ামৰ (Neuro-cranium) লগত সংযুক্ত হৈ থাকে।
3. ক্ল’আকা নেথাকে।
2.জলক্লোম 4 যোৰ আৰু ইহঁতক অপাৰকুলামে ঢাকি ৰাখে।
4. শ্রোণীচক্ৰৰ সোঁ আৰু বাওঁফালটো সংযুক্ত হৈ নেথাকে।
3.ক্ল’আকা নেথাকে।
উপশ্রেণী: 2. কাইমেৰা (Chimarae):
4.শ্রোণীচক্ৰৰ সোঁ আৰু বাওঁফালটো সংযুক্ত হৈ নেথাকে।
1. পৃষ্ঠদণ্ড আছে আৰু ইয়াক অসংখ্য কেলছিয়ামযুক্ত আঙঠিয়ে আংশিকভাৱে আৱৰি ৰাখে।
 
2. বক্ষ ফানবোৰ সাধাৰণ প্রকৃতিৰ।
'''উপশ্রেণী: 2. কাইমেৰা (Chimarae):'''
বর্গ: 1. কাইমেৰিফৰমিছ (Chimaeriformes):
 
1.পৃষ্ঠদণ্ড আছে আৰু ইয়াক অসংখ্য কেলছিয়ামযুক্ত আঙঠিয়ে আংশিকভাৱে আৱৰি ৰাখে।
2.বক্ষ ফানবোৰ সাধাৰণ প্রকৃতিৰ।
 
'''বর্গ: 1. কাইমেৰিফৰমিছ (Chimaeriformes):'''
উদাহৰণ: কাইমেৰা (Chimerae)
 
শ্রেণী: 3. ডিপ্ন’ই (Dipnoi):
'''শ্রেণী: 3. ডিপ্ন’ই (Dipnoi):'''
1. দুই ধৰণৰ শ্বসনাংগ থাকে – জলক্লোম আৰু হাওঁফাওঁ।
 
2. মাত্ৰ এযোৰ জলক্লোম থাকে।
1.দুই ধৰণৰ শ্বসনাংগ থাকে – জলক্লোম আৰু হাওঁফাওঁ।
3. অপাৰকুলাম, বায়ু থলী আৰু ক্ল’য়েকা আছে।
2.মাত্ৰ এযোৰ জলক্লোম থাকে।
4. ছাইক্ল’ইত বাকলিৰ ছালখন আবৃত।
3.অপাৰকুলাম, বায়ু থলী আৰু ক্ল’য়েকা আছে।
5. যুগ্ম ফানবোৰ খণ্ডিত।
4.ছাইক্ল’ইত বাকলিৰ ছালখন আবৃত।
6. শ্রোনীচক্ৰ যুৰীয়া নহয়।
5.যুগ্ম ফানবোৰ খণ্ডিত।
বর্গ: 1. ছেৰাট’ডিফ’ৰমিছ (Ceratodformes):
6.শ্রোনীচক্ৰ যুৰীয়া নহয়।
1. অন্তঃলাওঁখোলাটো (Endocranium) কোমলাস্থিযুক্ত।
 
2. বায়ুথলী এটা।
'''বর্গ: 1. ছেৰাট’ডিফ’ৰমিছ (Ceratodformes):'''
 
1.অন্তঃলাওঁখোলাটো (Endocranium) কোমলাস্থিযুক্ত।
2.বায়ুথলী এটা।
উদাহৰণ: ছেৰাট’ডাছ (Ceratodus), নিঅ’ছেৰাট’ডাছ (Neoceratodus)।
 
বর্গ: 2. ছেৰাট’ডিফ’ৰমিছ (Lepidosireniformes):
'''বর্গ: 2. ছেৰাট’ডিফ’ৰমিছ (Lepidosireniformes):'''
1. অন্তঃলাওঁখোলাটো আৱৰণযুক্ত।
 
2. বায়ুথলী যুৰীয়া।
1.অন্তঃলাওঁখোলাটো আৱৰণযুক্ত।
2.বায়ুথলী যুৰীয়া।
উদাহৰণ: প্রট’পটেৰাছ (Protopterus), লেপিড’চাইৰেন (Lepidosiren)
 
শ্রেণী: 4. টেলিঅ’ষ্টমি (Teleostomi):
'''শ্রেণী: 4. টেলিঅ’ষ্টমি (Teleostomi):'''
1. অন্তঃকংকাল কম বেছি পৰিমাণে অস্থিযুক্ত।
 
2. লাওঁখোলাটো সাধাৰণতে হায়’ষ্টাইলিক (Hyostylic)।
1.অন্তঃকংকাল কম বেছি পৰিমাণে অস্থিযুক্ত।
3. ছালখন গ্লেনইড, ছাইক্লইড বা টিন’ইড বাকলিৰে আবৃত।
2.লাওঁখোলাটো সাধাৰণতে হায়’ষ্টাইলিক (Hyostylic)।
4. অপাৰকুলাম থাকে।
3.ছালখন গ্লেনইড, ছাইক্লইড বা টিন’ইড বাকলিৰে আবৃত।
5. যুগ্ম আৰু অযুগ্ম ফান থাকে।
64. ক্ল’য়েকা আৰু আলিংগকঅপাৰকুলাম থাকে।
5.যুগ্ম আৰু অযুগ্ম ফান থাকে।
এই শ্রেণীটোক দুটা উপশ্রেণীত ভগোৱা হৈছে।
6.ক্ল’য়েকা আৰু আলিংগক থাকে।
উপশ্রেণী: 1. ক্ৰছপ্‌টেৰিজি (Crossopterygii):
এই শ্রেণীটোক দুটা উপশ্রেণীত ভগোৱা হৈছে।
1. যুৰীয়া ফানযুক্ত আৰু এইবোৰ মধ্যস্থ খলপাযুক্ত।
2. দেহটো বাকলিৰি ঢাক খোৱা।
'''উপশ্রেণী: 1. ক্ৰছপ্‌টেৰিজি (Crossopterygii):'''
3. অন্তঃনাসাৰন্ধ্র আছে আৰু মুখগহ্বৰৰ লগত যুক্ত।
 
4. কেইটা জীৱিত প্রজাতিত বাহিৰে বাকীবোৰ বিলুপ্ত হৈছে।
1.যুৰীয়া ফানযুক্ত আৰু এইবোৰ মধ্যস্থ খলপাযুক্ত।
2.দেহটো বাকলিৰি ঢাক খোৱা।
3.অন্তঃনাসাৰন্ধ্র আছে আৰু মুখগহ্বৰৰ লগত যুক্ত।
4.কেইটা জীৱিত প্রজাতিত বাহিৰে বাকীবোৰ বিলুপ্ত হৈছে।
উদাহৰণ: লেটিমেৰিয়া (Letimeria), ছিলাকেন্‌থাছ (Celacanthus, বিলুপ্ত)।
 
উপশ্রেণী: 2. একটিন’প্‌টেৰিজি (Actinopterygii):
'''উপশ্রেণী: 2. একটিন’প্‌টেৰিজি (Actinopterygii):'''
1. ইহঁতে আদিম চৰিত্ৰ দেখুৱায়।
 
2. অন্তঃনাসাৰন্ধ্র নেথাকে।
1.ইহঁতে আদিম চৰিত্ৰ দেখুৱায়।
3. শল্কীয় (Squamosal) অস্থি নেথাকে।
2.অন্তঃনাসাৰন্ধ্র নেথাকে।
4. যুগ্মফানৰ পক্ষৰশ্মিৰ (Fin rays) চেছেলিয়াবোৰে (Basalia) ছালৰ লগত লাগি নেথাকে।
3.শল্কীয় (Squamosal) অস্থি নেথাকে।
4.যুগ্মফানৰ পক্ষৰশ্মিৰ (Fin rays) চেছেলিয়াবোৰে (Basalia) ছালৰ লগত লাগি নেথাকে।
এই উপশ্রেণীটো 18 টা বর্গত বিভক্ত।
 
বর্গ: 1. পলিপটেৰিফৰমিছ (Polypteriformes):
'''বর্গ: 1. পলিপটেৰিফৰমিছ (Polypteriformes):'''
1. ছালখন সাধাৰণ তীর্যককোণী (Rhombic) গেনইড বাকলিৰে আবৃত।
1.ছালখন সাধাৰণ তীর্যককোণী (Rhombic) গেনইড বাকলিৰে আবৃত।
2. পৃষ্ঠীয় ফানৰ অসংখ্য ফিনলেটছ্‌ (Finlets) আছে।
2.পৃষ্ঠীয় ফানৰ অসংখ্য ফিনলেটছ্‌ (Finlets) আছে।
3. নেজডাল বিষমপুচ্ছীয়।
3.নেজডাল বিষমপুচ্ছীয়।
4. বক্ষীয় ফানৰ সংযোগ স্থলত এটা সুস্পষ্ট ভূমি আছে।
4.বক্ষীয় ফানৰ সংযোগ স্থলত এটা সুস্পষ্ট ভূমি আছে।
5. বায়ুথলী দ্বিখণ্ডিত আৰু অন্ত্ৰৰ অংকীয় দিশৰ লগত সংযুক্ত হৈছে।
5.বায়ুথলী দ্বিখণ্ডিত আৰু অন্ত্ৰৰ অংকীয় দিশৰ লগত সংযুক্ত হৈছে।
উদাহৰণ: পলিপটেৰাছ (Polypterus)
উদাহৰণ: পলিপটেৰাছ (Polypterus)
বর্গ: 2. এছিপেনচেৰিফৰমিছ (Acipenseriformes):
1. দেহটোত 5 শাৰী অস্থিযুক্ত প্রশক্ল (Scutes) আছে।
'''বর্গ: 2. এছিপেনচেৰিফৰমিছ (Acipenseriformes):'''
2. নাসামণ্ডল দীঘলীয়া।
 
3. অন্তঃলাওঁখোলা কোমলাস্থিযুক্ত।
1.দেহটোত 5 শাৰী অস্থিযুক্ত প্রশক্ল (Scutes) আছে।
4. পুচ্ছফান বিষমপুচ্ছীয় (Heterocercal)।
2.নাসামণ্ডল দীঘলীয়া।
3.অন্তঃলাওঁখোলা কোমলাস্থিযুক্ত।
4.পুচ্ছফান বিষমপুচ্ছীয় (Heterocercal)।
উদাহৰণ: এছিপেন্‌চাৰ (Acipenser)
 
বর্গ: 3. এমিফৰমিছ (Amiiformes):
'''বর্গ: 3. এমিফৰমিছ (Amiiformes):'''
1. বাকলি ছাইক্ল’ইড প্রকৃতিৰ।
 
2. কশেৰুকাকায় (Vertebral centra) পশ্চগর্তী (Opisthocoelus) নহয়।
1 বাকলি ছাইক্ল’ইড প্রকৃতিৰ।
3. বক্ষীয় প্রকোষ্ঠিকা (Pectoral radials) স্কেপুলা-কোৰাকয়ড কোমলাস্থিৰ লগত সংযুক্ত।
2.কশেৰুকাকায় (Vertebral centra) পশ্চগর্তী (Opisthocoelus) নহয়।
3.বক্ষীয় প্রকোষ্ঠিকা (Pectoral radials) স্কেপুলা-কোৰাকয়ড কোমলাস্থিৰ লগত সংযুক্ত।
উদাহৰণ: এমিয়া (Amia)
 
বর্গ: 4. লেপিড’ষ্টেইফৰমিছ (Lepidosteiformes):
'''বর্গ: 4. লেপিড’ষ্টেইফৰমিছ (Lepidosteiformes):'''
1. ছালখন তীর্যককোণী (Rhombic) গেনইড বাকলিৰে আবৃত।
 
2. নাসাৰন্ধ্রটো দীঘলীয়া নাসামণ্ডলৰ প্রান্তত অৱস্থিত।
1.ছালখন তীর্যককোণী (Rhombic) গেনইড বাকলিৰে আবৃত।
3. পুচ্ছ ফান কিছু পৰিমাণে বিষমপুচ্ছীয়।
2.নাসাৰন্ধ্রটো দীঘলীয়া নাসামণ্ডলৰ প্রান্তত অৱস্থিত।
4. কশেৰুকাবোৰ সম্পূর্ণকৈ অস্থিভূত (Ossified) আৰু পশ্চগর্তী।
3.পুচ্ছ ফান কিছু পৰিমাণে বিষমপুচ্ছীয়।
4.কশেৰুকাবোৰ সম্পূর্ণকৈ অস্থিভূত (Ossified) আৰু পশ্চগর্তী।
উদাহৰণ: লেপিড’ষ্টিয়াছ (Lepidosteus)
'''বর্গ: 5. ক্লুপিফৰমিছ (Clupeiformes):'''
1. বাকলিবোৰ সুবিকশিত আৰু ছাইক্লইড প্রকৃতিৰ।
2. পুচ্ছ ফান সমপুচ্ছীয় (Homocercal)।
3. পৃষ্ঠীয় আৰু পায়ু ফানত কন্টক নেথাকে।
4. কশেৰুকাকায় সম্পূর্ণৰূপে অস্থিভূত।
5. ৱেবাৰ অস্থিকা (Weberian ossicle) নেথাকে।
উদাহৰণ: নট’পটেৰাছ (Notopterus), ক্লুপিয়া (Clupeia)।
'''বর্গ: 6. স্কপেলিফৰমিছ (Scopeliformes):'''
1. পৃষ্ঠীয় আৰু পায়ু ফানত কন্টক নেথাকে।
2. এখন চর্বীময় ফান (Adipose fin) থাকে।
3. মুখখন ডাঙৰ আৰু ইয়াত অসংখ্য সৰসৰু দাঁত থাকে।
4. সাধাৰণতে সংদীপ্তি অংগ থাকে।
উদাহৰণ: হাৰপ’ডন (Harpodon)
'''বর্গ: 7. ছাইপ্রিনিফৰমিছ (Cypriniformes):'''
1. ৱেবাৰ অস্থিয়ে অন্তঃকর্ণ আৰু বায়ুথলীক সংযোক কৰে।
2. বায়ুথলীটো পাচন নলীৰ লগত এডাল নলিকাৰ দ্বাৰা সংযুক্ত হৈ থাকে।
3. উদৰৰ তলফালে অংকীয় ফান থাকে।
ইয়াক আকৌ দুটা উপভাগত ভগোৱা হৈছে –
 
ভাগ : 1. ছাইপ্রিনি (Cyprini): শৰীৰটোত সাধাৰণতে বাকলি থাকে যদিও কিছুমানৰ নেথাকে।
'''ভাগ : 1. ছাইপ্রিনি (Cyprini):''' শৰীৰটোত সাধাৰণতে বাকলি থাকে যদিও কিছুমানৰ নেথাকে।
ইহঁতৰ তৃতীয় আৰু চতুর্থ কশেৰুকা ইটোৱে সিটোৰ লগত যুক্ত হৈ নেথাকে। উদাহৰণ: ৰৌ মাছ (Labeo rohita), ভকুৱা (Catla)।
 
ভাগ : 2. চিলুৰি (Siluri): বাকলি নেথাকে। উর্দ্ধহনুৰ হাড়ডাল সৰু হৈ পিচ্ছিকাবোৰক Barbules) ধৰিৰাখে। দ্বিতীয়, তৃতীয়, চতুর্থ আনকি কেতিয়াবা পঞ্চম কশেৰুকাও একেলগে সংযুক্ত হৈথাকে। উদাহৰণ: এৰিয়াছ (Arius), শিঙি মাছ (Heteropneustes), মাগুৰ মাছ (Clarius), বৰালী মাছ (Wallago) ।
'''ভাগ : 2. চিলুৰি (Siluri):''' বাকলি নেথাকে। উর্দ্ধহনুৰ হাড়ডাল সৰু হৈ পিচ্ছিকাবোৰক Barbules) ধৰিৰাখে। দ্বিতীয়, তৃতীয়, চতুর্থ আনকি কেতিয়াবা পঞ্চম কশেৰুকাও একেলগে সংযুক্ত হৈথাকে। উদাহৰণ: এৰিয়াছ (Arius), শিঙি মাছ (Heteropneustes), মাগুৰ মাছ (Clarius), বৰালী মাছ (Wallago) ।
বর্গ: 8. এংগুইলিফৰমিছ (Anguilliformes):
 
1. দেহটো চুঙা আকৃতিৰ আৰু দীঘলীয়া।
'''বর্গ: 8. এংগুইলিফৰমিছ (Anguilliformes):'''
2. ছালখন নগ্ন যদিও সৰু সৰু বাকলি কিছুমান ছালত পোত খাই থাকে।
1.দেহটো চুঙা আকৃতিৰ আৰু দীঘলীয়া।
3. পৃষ্ঠীয় আৰু পায়ু ফান দীঘলীয়া আৰু ঠেক।
2.ছালখন নগ্ন যদিও সৰু সৰু বাকলি কিছুমান ছালত পোত খাই থাকে।
4. শ্রোণী ফান থাকিলে উদৰীয় অঞ্চলত থাকে।
3.পৃষ্ঠীয় আৰু পায়ু ফান দীঘলীয়া আৰু ঠেক।
5. ফানবোৰত কন্টক নেথাকে।
4.শ্রোণী ফান থাকিলে উদৰীয় অঞ্চলত থাকে।
6. বায়ুথলীটো অন্ত্ৰৰ লগত সংযুক্ত হৈ থাকে।
5.ফানবোৰত কন্টক নেথাকে।
6.বায়ুথলীটো অন্ত্ৰৰ লগত সংযুক্ত হৈ থাকে।
উদাহৰণ: এংগুইলা (Anguilla)
'''বর্গ:9. বেলনিফৰমিছ (Beloniformes):'''
1. দেহটো দীঘলীয়া আৰু ছালত ছাইক্ল’ইড বাকলি থাকে।
2. ফানত কন্টকনেথাকে।
3. অংকীয় ফান উদৰীয়।
4. ইহঁতৰ কিছুমানে মাছে গ্লাইডিং প্রক্ৰিয়াৰে পানীৰ ওপৰলৈ জাপ মাৰি কিছু সময়ৰ বাবে ভাসমান হৈ উৰিব পাৰে।
উদাহৰণ: বেল’নি (Beloni), উৰণীয়া মাছ (Exocoetus)
'''বর্গ:10. চিগ্‌নাথিফৰমিছ (Syngnathifomes):'''
1. দেহটো বাকলি নাইবা অস্থিযুক্ত আঙঠিৰে আবৃত।
2. মুখখন অগ্রপ্রান্তৰ মূৰত অৱস্থিত আৰু নাসামণ্ডল নলি আকৃতিৰ।
3. পৃষ্ঠীয়, পায়ু আৰু বক্ষীয় পক্ষ বা ফানৰ পক্ষৰশ্মিবোৰ শাখাযুক্ত নহয়।
উদাহৰণ: সামূদ্রিক ঘোঁৰা (Hippocampus), চিগ্‌নেথাছ (Syngnathus)
'''বর্গ:11. অফিঅ’চেফালিফৰমিছ (Ophiocephaliformes):'''
1. দেহটো ছাইক্ল’ইড বাকলিৰে আবৃত।
2. মূৰটো দোপাখোৱা আৰু ডাঙৰ ডাঙৰ বাকলিৰে আবৃত।
3. ফানবোৰ কন্টকহীন।
4. অতিৰিক্ত শ্বসনাংগ থাকে।
5. বায়ুথলী দীঘলীয়া আৰু পুচ্ছ অঞ্চললৈ বিস্তৃত।
গৰৈ মাছ (Channa)
'''বর্গ:12. চিমব্রেংকিফৰমিছ (Symbranchiformes):'''
1. দেহটো সাপৰ নিচিনা দীঘলীয়া আৰু ছালত বাকলি নেথাকে।
2. বায়ুথলী নেথাকে।
3. ফানত কন্টকনেথাকে।
4. পৃষ্ঠীয়, পুচ্ছ আৰু পায়ু ফান নিৰবিচ্ছিন্ন ভাৱে সংলগ্ন হৈ থাকে।
5. ক্লোমৰন্ধ্র এটা, অনুপ্রস্থীয় আৰু অংকীয়।
উদাহৰণ: কুচিয়া (Amphipnous cuchia)।
'''বর্গ:13. পার্চিফৰমিছ (Perciformes):'''
1. ফান কন্টকযুক্ত।
2. দুখন পৃষ্ঠীয় ফান।
3. বক্ষীয় অঞ্চলত অংকীয় ফান থাকে আৰু ইয়াত 6 ডালতকে বেছি পক্ষৰশ্মি নেথাকে।
4. ৱেবাৰৰ অস্থি নেথাকে।
উদাহৰণ: কাৱৈ মাছ (Anabus), ট্রাইকিউৰাছ (Trichirus)।
'''বর্গ:14. প্লিউৰ’নেক্‌টিফৰমিছ (Pleuronectiformes):'''
1. পানীৰ তলত বাস কৰাৰ বাবে অভিযোজিত হ’বলৈ বাবে ইয়াৰ দেহটো চেপেটা।
2. চকু দুটা অংকীয় ফালে অৱস্থিত।
3. লাওঁখোলাটো অপ্রতিসম।
4. ফানত কন্টক নেথাকে।
5. পূর্ণাংগ প্রাণীথ বায়ুথলী নেথাকে।
উদাহৰণ: চাইনাপ্‌টুৰা (Synaptura), প্লিউৰ’নেক্‌টাছ(Pleuronectus)।
'''বর্গ:15. মাষ্টাচেম্‌বেলিফৰমিছ (Mastacembeliformes):'''
1. দেহটো ঈল মাছৰ নিচিনা দিঘলীয়া।
2. পৃষ্ঠীয়, পুচ্ছ আৰু পায়ু ফান উপৰা উপৰিকৈ সংযুক্ত হৈ থাকে। কেতিয়াবা সৰু পুচ্ছ ফানখন পৃথক হৈ থাকে।
3. পৃষ্ঠীয় ফানৰ সন্মূখত কিছুমান মুক্ত কন্টক থাকে।
4. পায়ু ফানৰ তিনিডাল কন্টক থাকে।
5. অংকীয় ফান নেথাকে।
6. বক্ষ ফান থাকে।
উদাহৰণ: মাষ্টাচেম্‌বেলাছ (Mastacembelus)
'''বর্গ:16. ইকিনেইফৰমিছ (Echeneiformes):'''
1. প্রথম পৃষ্ঠীয় ফানখন ৰূপান্তৰিত হৈ এঠা খাই ধৰিবলৈ অভিযোজিত হয়।
2. বাকলিবোৰ চাইক্লইড প্রকৃতিৰ।
3. দ্বিতীয় পৃষ্ঠীয় ফান আৰু পায়ু ফানত কন্টক নেথাকে
4. বায়ুথলী নেথাকে।
উদাহৰণ: ইকিনেইছ (Echeneis), ৰিম’ৰা (Remora)।
'''বর্গ:17. টেট্র’দন্তীফৰমিছ (Tetrodontiformes):'''
1. বাকলিবোৰ কাইটলৈ ৰূপান্তৰিত হয়।
2. অস্থিযুক্ত প্লেটে দেহটো আগুৰি ৰাখে।
উদাহৰণ: অষ্ট্রাচিঅ’ন (Ostracion), টেট্রাড’ন (Tetradon)।
'''বর্গ:18. লফিফৰমিছ (Lophiformes):'''
1. পৃষ্ঠীয় ফান দুখন।
2. বায়ুথলী নেথাকে।
3. বক্ষফান ঠেংসদৃশ।
উদাহৰণ: লফিয়াছ (Lophius)।
"https://as.wikipedia.org/wiki/মাছ"ৰ পৰা অনা হৈছে