মাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

212 নং শাৰী:
4.কশেৰুকাবোৰ সম্পূর্ণকৈ অস্থিভূত (Ossified) আৰু পশ্চগর্তী।
উদাহৰণ: লেপিড’ষ্টিয়াছ (Lepidosteus)
 
'''বর্গ: 5. ক্লুপিফৰমিছ (Clupeiformes):'''
 
1.বাকলিবোৰ সুবিকশিত আৰু ছাইক্লইড প্রকৃতিৰ।
2.পুচ্ছ ফান সমপুচ্ছীয় (Homocercal)।
Line 219 ⟶ 221:
5.ৱেবাৰ অস্থিকা (Weberian ossicle) নেথাকে।
উদাহৰণ: নট’পটেৰাছ (Notopterus), ক্লুপিয়া (Clupeia)।
 
'''বর্গ: 6. স্কপেলিফৰমিছ (Scopeliformes):'''
 
1.পৃষ্ঠীয় আৰু পায়ু ফানত কন্টক নেথাকে।
2.এখন চর্বীময় ফান (Adipose fin) থাকে।
Line 225 ⟶ 229:
4.সাধাৰণতে সংদীপ্তি অংগ থাকে।
উদাহৰণ: হাৰপ’ডন (Harpodon)
 
'''বর্গ: 7. ছাইপ্রিনিফৰমিছ (Cypriniformes):'''
 
1.ৱেবাৰ অস্থিয়ে অন্তঃকর্ণ আৰু বায়ুথলীক সংযোক কৰে।
2.বায়ুথলীটো পাচন নলীৰ লগত এডাল নলিকাৰ দ্বাৰা সংযুক্ত হৈ থাকে।
Line 237 ⟶ 243:
 
'''বর্গ: 8. এংগুইলিফৰমিছ (Anguilliformes):'''
 
1.দেহটো চুঙা আকৃতিৰ আৰু দীঘলীয়া।
2.ছালখন নগ্ন যদিও সৰু সৰু বাকলি কিছুমান ছালত পোত খাই থাকে।
Line 244 ⟶ 251:
6.বায়ুথলীটো অন্ত্ৰৰ লগত সংযুক্ত হৈ থাকে।
উদাহৰণ: এংগুইলা (Anguilla)
 
'''বর্গ:9. বেলনিফৰমিছ (Beloniformes):'''
 
1.দেহটো দীঘলীয়া আৰু ছালত ছাইক্ল’ইড বাকলি থাকে।
2.ফানত কন্টকনেথাকে।
Line 250 ⟶ 259:
4.ইহঁতৰ কিছুমানে মাছে গ্লাইডিং প্রক্ৰিয়াৰে পানীৰ ওপৰলৈ জাপ মাৰি কিছু সময়ৰ বাবে ভাসমান হৈ উৰিব পাৰে।
উদাহৰণ: বেল’নি (Beloni), উৰণীয়া মাছ (Exocoetus)
 
'''বর্গ:10. চিগ্‌নাথিফৰমিছ (Syngnathifomes):'''
 
1.দেহটো বাকলি নাইবা অস্থিযুক্ত আঙঠিৰে আবৃত।
2.মুখখন অগ্রপ্রান্তৰ মূৰত অৱস্থিত আৰু নাসামণ্ডল নলি আকৃতিৰ।
3.পৃষ্ঠীয়, পায়ু আৰু বক্ষীয় পক্ষ বা ফানৰ পক্ষৰশ্মিবোৰ শাখাযুক্ত নহয়।
উদাহৰণ: সামূদ্রিক ঘোঁৰা (Hippocampus), চিগ্‌নেথাছ (Syngnathus)
 
'''বর্গ:11. অফিঅ’চেফালিফৰমিছ (Ophiocephaliformes):'''
 
1.দেহটো ছাইক্ল’ইড বাকলিৰে আবৃত।
2.মূৰটো দোপাখোৱা আৰু ডাঙৰ ডাঙৰ বাকলিৰে আবৃত।
Line 262 ⟶ 275:
5.বায়ুথলী দীঘলীয়া আৰু পুচ্ছ অঞ্চললৈ বিস্তৃত।
গৰৈ মাছ (Channa)
 
'''বর্গ:12. চিমব্রেংকিফৰমিছ (Symbranchiformes):'''
 
1.দেহটো সাপৰ নিচিনা দীঘলীয়া আৰু ছালত বাকলি নেথাকে।
2.বায়ুথলী নেথাকে।
Line 269 ⟶ 284:
5.ক্লোমৰন্ধ্র এটা, অনুপ্রস্থীয় আৰু অংকীয়।
উদাহৰণ: কুচিয়া (Amphipnous cuchia)।
 
'''বর্গ:13. পার্চিফৰমিছ (Perciformes):'''
 
1.ফান কন্টকযুক্ত।
2.দুখন পৃষ্ঠীয় ফান।
Line 275 ⟶ 292:
4.ৱেবাৰৰ অস্থি নেথাকে।
উদাহৰণ: কাৱৈ মাছ (Anabus), ট্রাইকিউৰাছ (Trichirus)।
 
'''বর্গ:14. প্লিউৰ’নেক্‌টিফৰমিছ (Pleuronectiformes):'''
 
1.পানীৰ তলত বাস কৰাৰ বাবে অভিযোজিত হ’বলৈ বাবে ইয়াৰ দেহটো চেপেটা।
2.চকু দুটা অংকীয় ফালে অৱস্থিত।
Line 282 ⟶ 301:
5.পূর্ণাংগ প্রাণীথ বায়ুথলী নেথাকে।
উদাহৰণ: চাইনাপ্‌টুৰা (Synaptura), প্লিউৰ’নেক্‌টাছ(Pleuronectus)।
 
'''বর্গ:15. মাষ্টাচেম্‌বেলিফৰমিছ (Mastacembeliformes):'''
 
1.দেহটো ঈল মাছৰ নিচিনা দিঘলীয়া।
2.পৃষ্ঠীয়, পুচ্ছ আৰু পায়ু ফান উপৰা উপৰিকৈ সংযুক্ত হৈ থাকে। কেতিয়াবা সৰু পুচ্ছ ফানখন পৃথক হৈ থাকে।
Line 290 ⟶ 311:
6.বক্ষ ফান থাকে।
উদাহৰণ: মাষ্টাচেম্‌বেলাছ (Mastacembelus)
 
'''বর্গ:16. ইকিনেইফৰমিছ (Echeneiformes):'''
 
1.প্রথম পৃষ্ঠীয় ফানখন ৰূপান্তৰিত হৈ এঠা খাই ধৰিবলৈ অভিযোজিত হয়।
2.বাকলিবোৰ চাইক্লইড প্রকৃতিৰ।
Line 296 ⟶ 319:
4.বায়ুথলী নেথাকে।
উদাহৰণ: ইকিনেইছ (Echeneis), ৰিম’ৰা (Remora)।
 
'''বর্গ:17. টেট্র’দন্তীফৰমিছ (Tetrodontiformes):'''
 
1.বাকলিবোৰ কাইটলৈ ৰূপান্তৰিত হয়।
2.অস্থিযুক্ত প্লেটে দেহটো আগুৰি ৰাখে।
উদাহৰণ: অষ্ট্রাচিঅ’ন (Ostracion), টেট্রাড’ন (Tetradon)।
'''বর্গ:18. লফিফৰমিছ (Lophiformes):'''
 
1.পৃষ্ঠীয় ফান দুখন।
2.বায়ুথলী নেথাকে।
"https://as.wikipedia.org/wiki/মাছ"ৰ পৰা অনা হৈছে