4,301
টা সম্পাদনা
Anshuman.jrt (আলোচনা | বৰঙণি) |
Anshuman.jrt (আলোচনা | বৰঙণি) |
||
==যাতায়ত==
গোলাঘাটৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাটৰ [[ৰৰৈয়া বিমানবন্দৰ]]।
গোলাঘাট [[ভাৰতীয় ৰেলসেৱা]]ৰ [[উত্তৰ-পূব সীমান্ত ৰেলসেৱা]]ৰ অন্তৰ্গত। গোলাঘাট ৰেল ষ্টেচন নগৰৰ ভিতৰত আৰু ফৰকাটিং জংচন গোলাঘাট নগৰৰ পৰা কিছু আঁতৰত আছে। ফৰকাটিং জংছনৰ মাজেদি কেইবাখনো দীঘলীয়া পথৰ ৰেল চলাচল কৰে।
অসমৰ অান প্ৰধান নগৰ-চহৰসমূহৰ লগত পথেৰে গোলাঘাটৰ সু-সংযোগ আছে। ৰাষ্ট্ৰীয় ঘাইপথ ৩৯ নুমলীগঢ়ৰ পৰা অাৰম্ভ হৈ গোলাঘাট নগৰৰ কাষেদি পাৰ হৈ গৈছে।
|
টা সম্পাদনা