হোক্কাইডো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
[[মুৰোমাচি যুগ]]ত (১৩৩৬-১৫৭৩) জাপানী সকলে উছিমা উপদ্বীপৰ দক্ষিণে এটি জনপদ স্থাপন কৰে। যুদ্ধৰ শেষত ক্ৰমশঃ অধিক সংখ্যক জাপানী এই জনপদলৈ আহিবলৈ আৰম্ভ কৰে। জাপানী আৰু আইনু সকলৰ মাজত বিবাদ আৰম্ভ হয়। এই বিবাদ ক্ৰমশঃ বাঢ়ি বাঢ়ি যুদ্ধৰ ৰূপ লয়। ১৪৫৭ খ্ৰীঃত তাকেদা নোবুহিৰোৰ হাতত আইনু নেতা কোছামাইন নিহত হয় আৰু জাপানী সকলে আইনু সকলক পৰাস্ত কৰে।<ref name="Japan Handbook p760" /> নোবুহিৰোৰ উত্তৰ পুৰুষ সকলে হোক্কাইডোত মাৎসুম পৰিয়ালৰ শাসন বলবৎ কৰে। এই পৰিয়ালে [[আযুচি-মোমোইৱামা যুগ|আযুচি-মোমোইৱামা]] আৰু [[এদো যুগ]]ত (১৫৬৮-১৮৬৮ খ্ৰীঃ) আইনু সকলৰ সৈতে বাণিজ্যৰ একচ্ছত্র অধিকাৰ লাভ কৰে। মাৎসুমে পৰিয়ালৰ সমৃদ্ধি এই বাণিজ্যৰ ওপৰতেই নিৰ্ভৰশীল আছিল। দক্ষিণ এযোচিত ১৮৬৮ পৰ্যন্ত তেওঁলোকৰে কৰ্তৃত্ব আছিল।
 
মাৎসুমে পৰিয়ালৰ শাসন জাপানৰ সামন্ততন্ত্ৰৰ বিস্তাৰৰ পৰিপেক্ষিততে বিচাৰ্য। হোনশু দ্বীপৰ উত্তৰে উত্তৰ ফুজিৱাৰা, আকিতা ইত্যাদি স্বাধীন পৰিয়াল আছিল, আৰু তাৰ সম্ৰাট আৰু তাৰ প্ৰতিনিধি শোগুনতন্ত্ৰৰ প্ৰতি নামমাত্ৰ আনুগত্য স্বীকাৰ কৰিছিল। হোক্কাইডোৰ সামন্ত প্ৰভূসকলে কেতিয়াবা কেতিয়াবা মধ্যযুগীয় জাপানী শাসনকাঠামোৰ সৈতে সামঞ্জস্য ৰাখি শোগুনতন্ত্ৰৰ সৈতে মানানছই উপাধি ৰাখে, তেওঁলোকে কেতিয়াবা আপাত অ-জাপানী খিতাপো গ্ৰহণ কৰিছিল। বাস্তৱিকতে, অনেক স্থানীয় সামন্তপ্রভু ততদিনে জাপানি সমাজৰ অঙ্গীভূত হলেও এমিছি যোদ্ধাসকলৰ বংশধৰ আছিল।<ref>Howell, David. "Ainu Ethnicity and the Boundaries of the Early Modern Japanese State", Past and Present 142 (February 1994), p. 142</ref> মাৎসুমে পৰিয়াল অন্যান্য জাপানী জনগোষ্ঠীৰ দৰেই য়ামাতো জাতিৰ উত্তৰসূৰী আছিল, কিন্তু উত্তৰ হোনহোৰ বাসিন্দা এমিছি সকল আছিল আইনু বংশজাত। কিন্তু মাৎসুমে পৰিয়ালৰ শাসনৰ সময়ত অধিকাংশ এমিছি য়ামাতো সকলৰ সৈতে মিলা-মিছাৰ ফলত শাৰীৰিক আৰু সাংস্কৃতিক দিশৰ পৰা য়ামাতো সকলৰ নিকটবৰ্তী হৈ পৰিছিল। ইয়াৰ ফলত স্থানীয় জনবিন্যাসৰ ইতিহাসত প্ৰতিস্থাপন তত্ত্বৰ (অৰ্থাৎ আদিম [[জোমোন]] জনগোষ্ঠী পৰবৰ্তী [[য়ায়োই]] জনগোষ্ঠীৰ আগমনে লোপ পায়)<ref>Ossenberg, Nancy (see reference) has the best evidence of this relationship with the Jōmon. Also, a newer study, Ossenberg, et al., "Ethnogenesis and craniofacial change in Japan from the perspective of nonmetric traits" (''Anthropological Science'' v.114:99-115) is an updated analysis published in 2006 which confirms this finding.</ref> পৰিবৰ্তে পৰিবৰ্তন তত্ত্ব, (অর্থাৎ জোমোনৰ পৰাই য়ায়োৰ উদ্ভব হয়) মতবাদৰ প্ৰচলন স্বাভাৱিক হিচাপে প্ৰতিভাত হৈ পৰিছিল।
[[File:Matumae Takahiro.jpg|thumb|right|160px|অন্তিম [[এদো যুগ]]ৰ মাৎসুমে সামন্ত মাৎসুমে তাকাহিৰো। ১০ ডিচেম্বৰ, ১৮২৯-৯ জুন, ১৮৬৬]]
সামন্ততন্ত্ৰৰ বিৰুদ্ধে আইনু সকলৰ অসংখ্য বিদ্ৰোহ অনুষ্ঠিত হয়, যাৰ ভিতৰত মুখ্য আছিল ১৬৬৯-১৬৭২ৰ ছাকুছাইনেৰ বিদ্ৰোহ। ১৭৮৯ত হোৱা মেনাছি-কুনাছিৰ বিদ্ৰোহো দমন কৰা হয়। এই বিদ্ৰোহৰ পৰা জাপানী আৰু আইনু শব্দ দুটা স্পষ্টভাৱে দুই পৃথক জনজাতিক চিনাক্ত কৰিবলৈ ব্যবহৃত হ‌য় আৰু মাৎসুমে পৰিয়ালে নিজকে 'বিশুদ্ধ জাপানী' হিচাপে প্ৰতিষ্ঠিত কৰে।
==তথ্য সংগ্ৰহ==
{{Reflist}}
মাৎসুমে পরিবারের শাসন জাপানে সামন্ততন্ত্রের বিস্তারের পরিপ্রেক্ষিতে বিচার্য। হোনশু দ্বীপের উত্তরে উত্তর ফুজিওয়ারা, আকিতা ইত্যাদি পরিবার ছিল কার্যত স্বাধীন, এবং তারা সম্রাট ও তাঁর প্রতিনিধি শোগুনতন্ত্রের প্রতি নামমাত্র আনুগত্য স্বীকার করত। হোক্কাইদোর সামন্ত প্রভুরা কখনও কখনও মধ্যযুগীয় জাপানি শাসনকাঠামোর সাথে সামঞ্জস্য রেখে শোগুনতন্ত্রের সঙ্গে মানানসই উপাধি নিতেন, আবার কখনও আপাত অ-জাপানি খেতাব গ্রহণ করতেন। বাস্তবিক, অনেক স্থানীয় সামন্তপ্রভুই ততদিনে জাপানি সমাজের অঙ্গীভূত হলেও এমিশি যোদ্ধাদের বংশধর ছিলেন।<ref>Howell, David. "Ainu Ethnicity and the Boundaries of the Early Modern Japanese State", Past and Present 142 (February 1994), p. 142</ref> মাৎসুমে পরিবার অন্যান্য জাপানি জনগোষ্ঠীর মতই য়ামাতো জাতির উত্তরসূরী ছিল, কিন্তু উত্তর হোনশুর বাসিন্দা এমিশিরা ছিল আইনু বংশজাত। কিন্তু মাৎসুমে পরিবারের শাসনের সময় অধিকাংশ এমিশিই য়ামাতোদের সাথে মেলামেশার ফলে শারীরিক ও সাংস্কৃতিক দিক দিয়ে য়ামাতোদের নিকটবর্তী হয়ে পড়েছিল। এর ফলে স্থানীয় জনবিন্যাসের ইতিহাসে প্রতিস্থাপন তত্ত্ব, অর্থাৎ আদিম [[জোমোন]] জনগোষ্ঠী পরবর্তী [[য়ায়োই]] জনগোষ্ঠীর আগমনে লোপ পায় এই মতবাদের<ref>Ossenberg, Nancy (see reference) has the best evidence of this relationship with the Jōmon. Also, a newer study, Ossenberg, et al., "Ethnogenesis and craniofacial change in Japan from the perspective of nonmetric traits" (''Anthropological Science'' v.114:99-115) is an updated analysis published in 2006 which confirms this finding.</ref> পরিবর্তে পরিবর্তন তত্ত্ব, অর্থাৎ জোমোনদের থেকেই য়ায়োইদের উদ্ভব হয় এই মতবাদের প্রচলন স্বাভাবিক হিসেবে প্রতিভাত হতে পেরেছিল।
[[File:Matumae Takahiro.jpg|thumb|right|160px|অন্তিম [[এদো যুগ]]ৰ মাৎসুমে সামন্ত মাৎসুমে তাকাহিৰো। ১০ ডিচেম্বৰ, ১৮২৯-৯ জুন, ১৮৬৬]]
সামন্ততন্ত্রের বিরুদ্ধে আইনুদের অসংখ্য বিদ্রোহ অনুষ্ঠিত হয়, যাদের মধ্যে মুখ্য ছিল ১৬৬৯-১৬৭২ এর শাকুশাইনের বিদ্রোহ। ১৭৮৯ এ অনুষ্ঠিত মেনাশি-কুনাশির বিদ্রোহও দমন করা হয়। এই বিদ্রোহের পর থেকে জাপানি ও আইনু শব্দ দুটি স্পষ্টভাবে দুই পৃথক জনজাতিকে শনাক্ত করতে ব্যবহৃত হতে থাকে এবং মাৎসুমে পরিবার নিজেদেরকে 'বিশুদ্ধ জাপানি' হিসেবে প্রতিষ্ঠিত করে। ১৭৯৯-১৮২১ ও ১৮৫৫-১৮৫৮ খ্রিঃ এদো শোগুনতন্ত্র রাশিয়ার কাছ থেকে আসন্ন বিপদের আশঙ্কায় হোক্কাইদোর উপর সরাসরি কর্তৃত্ব প্রতিষ্ঠা করে।
"https://as.wikipedia.org/wiki/হোক্কাইডো"ৰ পৰা অনা হৈছে