"হোক্কাইডো"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2,626 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
==ক==
'''হোক্কাইডো''' {{En|Hokkaido|北海道|Hokkaidō|আক্ষৰিক "উত্তৰ সমুদ্ৰৰ [[wikt:বৰ্ত্ম|বৰ্ত্ম]]"|{{IPA-ja|hokkaidoː|lang|ja-hokkaido.ogg}}}} হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে '''এযো''', '''য়েযো''', '''য়েছো''' আদি। হোক্কাইডো [[হোনশু]] দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।<ref name="nussbaum343">[[Louis Frédéric|Nussbaum, Louis-Frédéric]]. (2005). "Hokkaido" in ''জাপান বিশ্বকোষ'', p. 343|page=343</ref> সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্রত্যয়িত একমাত্ৰ নগৰ।
{{Infobox Prefecture Japan
| Name = হক্কাইডো
| JapaneseName = {{lang|ja|北海道}}
| Rōmaji = Hokkaidō
| LocalLanguage1 = [[আইনু ভাষা|আইনু]]
| LocalLanguage2 =
| LocalName = {{lang|ain|アィヌ・モシ<small>リ</small>}}
| LocalTranscription1 = Ainu-Mosir
| Flag = Flag of Hokkaido Prefecture.svg
| Capital = [[Sapporo]]
| Region = Hokkaido
| Island = Hokkaido
| latd = |latm = |lats = |latNS = 44°00′N
| longd = |longm = |longs = |longEW = 142°00′E
| TotalArea = 83,453.57
| AreaRank = 1st
| PCWater = 6.4
| PopDate = June 30, 2016
| Population = 5,381,711
| PopRank = 8th
| Density = 64.49
| Districts = 74
| Municipalities = 179
| ISOCode = JP-01
| Website = {{URL|http://www.pref.hokkaido.lg.jp}}
| Flower = ''Hamanasu'' ([[rugosa rose]], ''Rosa&nbsp;rugosa'')
| Tree = ''Ezomatsu'' ([[Jezo spruce]], ''Picea&nbsp;jezoensis'')
| Bird = ''Tanchō'' ([[red-crowned crane]], ''Grus&nbsp;japonensis'')
| Fish = [[Sparidae|Sea bream]]
| Map = Map of Japan with highlight on 02edit Hokkaido prefecture.svg
| Governor = [[হাৰুমি তাকাহাছি]]
}}
{{Infobox islands
| name = হক্কাইডো (দ্বীপ)
| image name =
| image caption = হক্কাইডো দ্বীপ, জাপান
| locator map =
| native name = 北海道(本島)
| native name link = জাপানী ভাষা
| location = সীমা দক্ষিণ পশ্চিম [[প্ৰসান্ত মহাসাগৰ]], [[জাপান সাগৰ]], আৰু [[অখৎস্ক সাগৰ]]ৰ মাজত
| coordinates = {{coord|43|N|142|E|scale:500000|display=inline}}
| archipelago = [[Japanese archipelago]]
| area km2 = ৭৭৯৮১.৮৭
| highest mount = [[আছি-ডাকে]]
| elevation m = ২,২৯০
| country = Japan
| country admin divisions title = [[Prefectures of Japan|Prefectures]]
| country admin divisions = হক্কাইডো
| country largest city = [[ছাপ্পোৰো]]
| country largest city population = ১৮,৯০,৫৬১
| population = প্ৰায়. ৫৬,০০,০০০
| population as of =
| density km2 =
| ethnic groups = [[আইনু জনগোষ্ঠী|আইনু]], [[জাপানী জনগোষ্ঠী|জাপানী]]
}}
==খ==
'''হোক্কাইডো''' {{En|Hokkaido|北海道|Hokkaidō|আক্ষৰিক "উত্তৰ সমুদ্ৰৰ [[wikt:বৰ্ত্মবৰ্তনী|বৰ্ত্মবৰ্তনী]]"|{{IPA-ja|hokkaidoː|lang|ja-hokkaido.ogg}}}} হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে '''এযো''', '''য়েযো''', '''য়েছো''' আদি। হোক্কাইডো [[হোনশু]] দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।<ref name="nussbaum343">[[Louis Frédéric|Nussbaum, Louis-Frédéric]]. (2005). "Hokkaido" in ''জাপান বিশ্বকোষ'', p. 343|page=343</ref> সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্রত্যয়িত একমাত্ৰ নগৰ।
==ইতিহাস==
আইনু, নিভ্‌খ্‌ আৰু উৰোক জনজাতি আছিল প্ৰাকঐতিহাসিক হোক্কাইডো দ্বীপত<ref name="Japan Handbook p760">''জাপান হাতবই'', p. 760</ref> প্ৰথম বসতি স্থাপন কৰা মানৱ জনগোষ্ঠী।<ref>"[http://news.bbc.co.uk/2/hi/asia-pacific/7437244.stm অবশেষে জাপানে আইনুদের স্বীকৃতি ]". BBC News. July 6, 2008</ref> নথিবদ্ধ ইতিহাসত হোক্কাইডোৰ প্ৰথম উল্লেখ পোৱা যায় ৭২০ খ্ৰীঃত ৰচিত ''[[নিহন শোকি]]'' নামৰ গ্ৰন্থত। এই গ্ৰন্থ অনুযায়ী ৬৫৮ৰ পৰা ৬৬০ খ্ৰীঃত আবে নো হিৰাফু নামৰ এজন সামৰিক অধিকৰ্তাই এক বিশাল নৌ বাহিনী আৰু সেনাবাহিনী লৈ উত্তৰৰ সমুদ্ৰৰ পৰা অভিযান চলাই আৰু মিছিহাছে তথা এমিছি জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহে। হিৰাফু যিবোৰ অঞ্চললৈ গৈছিল তাৰ ভিতৰত এটা অঞ্চল আছিল {{nihongo|ৱাতাৰিছিমা|渡島}}। এই স্থানকেই অনেকে বৰ্তমানৰ হোক্কাইডো বুলি কব বিচাৰে। অৱশ্যে এই গ্ৰন্থখনৰ তথ্য সম্পৰ্কে অনেকে অনেক ধৰণৰ ব্যাখ্যা আগবঢ়ায়। এটা ব্যাখ্যা অনুযায়ী ৱাতাৰিছিমাৰ এমিছি জনগোষ্ঠীয়েই বৰ্তমানৰ হোক্কাইডোবাসী জনতা '''আইমু'''।