"হোক্কাইডো"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,288 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
{{Infobox islands
| name = হোক্কাইডো (দ্বীপ)
| image name =
| image caption = হোক্কাইডো দ্বীপ, জাপান
| locator map =
| native name = 北海道(本島)
| native name link = জাপানী ভাষা
| location = [[প্ৰশান্ত মহাসাগৰ]], [[জাপান সাগৰ]] আৰু [[অখৎস্ক সাগৰ]]ৰ সীমাত
| coordinates = {{coord|43|N|142|E|scale:500000|display=inline}}
| archipelago = [[জাপানী দ্বীপপুঞ্জ]]
| area km2 = 77981.87
| highest mount = [[আছাহি-ডাকে]]
| elevation m = 2290
| country = জাপান
| country admin divisions title = [[Prefectures of Japan|Prefectures]]
| country admin divisions = হোক্কাইডো
| country largest city = [[ছাপ্পোৰো]]
| country largest city population = ১৮,৯০,৫৬১
| population = প্ৰায়. ৫৬,০০,০০০
| population as of =
| density km2 =
| ethnic groups = [[আইনু জনগোষ্ঠী|আইনু]], [[জাপানী জনগোষ্ঠী|জাপানী]]
}}
 
'''হোক্কাইডো''' {{En|Hokkaido|北海道|Hokkaidō|আক্ষৰিক "উত্তৰ সমুদ্ৰৰ [[wikt:বৰ্তনী|বৰ্তনী]]"|{{IPA-ja|hokkaidoː|lang|ja-hokkaido.ogg}}}} হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে '''এযো''', '''য়েযো''', '''য়েছো''' আদি। হোক্কাইডো [[হোনশু]] দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।<ref name="nussbaum343">[[Louis Frédéric|Nussbaum, Louis-Frédéric]]. (2005). "Hokkaido" in ''জাপান বিশ্বকোষ'', p. 343|page=343</ref> সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্রত্যয়িত একমাত্ৰ নগৰ।
==ইতিহাস==