বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
missing citation fixed
1 নং শাৰী:
{{নিৰ্বাচিত প্ৰবন্ধ}}
{{Featured article}}
 
 '''বিজ্ঞানৰ দৰ্শন '''[[দৰ্শন]]ৰ এটি ভাগ যাৰ বিষয় [[বিজ্ঞান]]ৰ গুৰি, প্ৰণালী আদি। এই ভাগৰ মুখ্য প্ৰশ্নসমূহৰ বিষয় 'কি বিজ্ঞান হয় আৰু কি নহয়', 'বৈজ্ঞানিক প্ৰণালীসমূহৰ নিৰ্ভৰশীলতা', 'বিজ্ঞানৰ শেষ লক্ষ্য' আদি। এই ভাগৰ দৰ্শন আন আন ভাগ যেনে [[অধিবিদ্যা]], [[তত্ত্ববিদ্যা]], [[জ্ঞানতত্ত্ব]] আদিৰ সৈতে সম্পৰ্কিত। উদাহৰণ স্বৰূপে বিজ্ঞান আৰু [[সত্য]]ৰ সম্বন্ধ অধ্যয়ন কৰোঁতে-- কেনেকৈ বিজ্ঞানে মিছা প্ৰমাণিত কৰাৰ যোগ্য ভৱিষ্যদ্বানী আগবঢ়াই আৰু বিজ্ঞানৰ এই কাৰ্যই কেনেকৈ বিজ্ঞানক অধিক নিৰ্ভৰশীল কৰি তুলে।
 
বিজ্ঞানৰ দৰ্শনৰ বহু মুখ্য প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত দাৰ্শনিকসকল একমত নহয়। 'বিজ্ঞানে অনিৰীক্ষণীয় বিষয়ৰ সত্য অনাবৃত কৰিব পাৰিব নে?', 'বৈজ্ঞানিক যুক্তিৰ ন্যায্যতাই বা প্ৰতিপন্ন কৰিব পৰা যায় নে নাযায়?' আদি প্ৰশ্ন তাৰ অন্তৰ্গত। বিজ্ঞান বিষয়ক তেনে সাধাৰণ প্ৰশ্নসমূহৰ উপৰিও দৰ্শনৰ এই ভাগে বিজ্ঞানৰ কোনো এক ধাৰাতহে (যেনে [[জীৱবিজ্ঞান]], [[ভৌতিক বিজ্ঞান]] আদি) মাথো প্ৰযোজ্য প্ৰশ্নৰো উত্তৰ সন্ধান কৰে। কোনো কোনো দাৰ্শনিকে আকৌ আধুনিক বিজ্ঞানৰ ফলাফলৰ সহায়ত স্বয়ং দৰ্শনৰ বিষয়েই মীমাংসা কৰে।
44 নং শাৰী:
 
বাস্তৱবাদীসকলে প্ৰায় শেহতীয়া সূত্ৰসমূহৰ সফলতাৰ কথা দোহাৰে-- সত্যৰ (বা সত্যৰ ওচৰৰ) সাক্ষ্য ৰূপে।<ref name="Boyd2002" /><ref>Specific examples include:
</ref> অবাস্তৱবাদীসকলে বিজ্ঞানৰ ইতিহাসৰ মিছা প্ৰমাণিত সূত্ৰসমূহ<ref name="Stanford2006">{{সাঁচ:Cite book|last=Stanford|first=P. Kyle|title=Exceeding Our Grasp: Science, History, and the Problem of Unconceived Alternatives|year=2006|publisher=Oxford University Press|isbn=978-0-19-517408-3}}</ref><ref name="Laudan1981">{{সাঁচ:Cite journal|last=Laudan|first=Larry|authorlink=Larry Laudan|year=1981|title=A Confutation of Convergent Realism|journal=Philosophy of Science|volume=48|pages=218–249|doi=10.1086/288975}}</ref>, জ্ঞানশাস্ত্ৰীয় মডেলসমূহ<ref name="vanFraassen1980" />, মিথ্যা মডেলিং ধাৰণাসমূহৰ সফলতা<ref name="Winsberg2006">{{সাঁচ:Cite journal|last=Winsberg|first=Eric|date=September 2006|title=Models of Success Versus the Success of Models: Reliability without Truth|journal=Synthese|volume=152|pages=1–19|doi=10.1007/s11229-004-5404-6}}</ref>, বা বহুলভাৱে ব্যৱহৃত বস্তুবাদৰ উত্তৰাধুনিক সমালোচনাক বৈজ্ঞানিক বাস্তৱবাদবিৰোধী  সাক্ষ্য হিচাপে ব্যৱহাৰ কৰে।<ref name="Boyd2002">{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/scientific-realism/|title=Scientific Realism|accessdate=2007-12-01|last=Boyd|first=Richard|year=2002|work=Stanford Encyclopedia of Philosophy}}</ref> অবাস্তৱবাদীসকলে বৈজ্ঞানিক সূত্ৰসমূহৰ সাফল্য সত্যৰ উল্লেখ নকৰাকৈ বুজাবলৈ চেষ্টা কৰে।<ref name="Stanford2000">{{সাঁচ:Cite journal|last=Stanford|first=P. Kyle|date=June 2000|title=An Antirealist Explanation of the Success of Science|journal=Philosophy of Science|volume=67|pages=266–284|doi=10.1086/392775|issue=2}}</ref> কোনো কোনো অবাস্তৱবাদীয়ে দাবী কৰে যে বৈজ্ঞানিক সূত্ৰসমূহে কেৱল পৰ্যবেক্ষণীয় বস্তুৰ বিষয়ে সঠিক হোৱাৰহে লক্ষ্য কৰে আৰু তৰ্ক কৰে যে সেই সূত্ৰসমূহৰ সাফল্য কেৱল সেই চৰ্তেৰেহে মূল্যাংকন কৰা হয়।
{{cite book
| last = van Fraassen
| first = Bas
| authorlink = Bas van Fraassen
| title = The Scientific Image
| year = 1980
| publisher = The Clarendon Press
| location = Oxford
| isbn = 0-19-824424-X }}</ref>
, মিথ্যা মডেলিং ধাৰণাসমূহৰ সফলতা<ref name="Winsberg2006">{{সাঁচ:Cite journal|last=Winsberg|first=Eric|date=September 2006|title=Models of Success Versus the Success of Models: Reliability without Truth|journal=Synthese|volume=152|pages=1–19|doi=10.1007/s11229-004-5404-6}}</ref>, বা বহুলভাৱে ব্যৱহৃত বস্তুবাদৰ উত্তৰাধুনিক সমালোচনাক বৈজ্ঞানিক বাস্তৱবাদবিৰোধী  সাক্ষ্য হিচাপে ব্যৱহাৰ কৰে।<ref name="Boyd2002">{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/scientific-realism/|title=Scientific Realism|accessdate=2007-12-01|last=Boyd|first=Richard|year=2002|work=Stanford Encyclopedia of Philosophy}}</ref> অবাস্তৱবাদীসকলে বৈজ্ঞানিক সূত্ৰসমূহৰ সাফল্য সত্যৰ উল্লেখ নকৰাকৈ বুজাবলৈ চেষ্টা কৰে।<ref name="Stanford2000">{{সাঁচ:Cite journal|last=Stanford|first=P. Kyle|date=June 2000|title=An Antirealist Explanation of the Success of Science|journal=Philosophy of Science|volume=67|pages=266–284|doi=10.1086/392775|issue=2}}</ref> কোনো কোনো অবাস্তৱবাদীয়ে দাবী কৰে যে বৈজ্ঞানিক সূত্ৰসমূহে কেৱল পৰ্যবেক্ষণীয় বস্তুৰ বিষয়ে সঠিক হোৱাৰহে লক্ষ্য কৰে আৰু তৰ্ক কৰে যে সেই সূত্ৰসমূহৰ সাফল্য কেৱল সেই চৰ্তেৰেহে মূল্যাংকন কৰা হয়।
 
=== মূল্যবোধ আৰু বিজ্ঞান ===
Line 95 ⟶ 105:
অষ্ট্ৰিয়াৰ বিজ্ঞানৰ দাৰ্শনিক পল ফেয়েৰাবেণ্ডে (১৯২৪-১৯৯৪) তৰ্ক কৰিছিল যে বৈজ্ঞানিক প্ৰণালীৰ কোনো এনে বিৱৰণ নাই যিয়ে বিজ্ঞানীসকলে ব্যৱহাৰ কৰা সকলো অভিগমন আৰু প্ৰণালী সামৰি ল'ব পৰাকৈ বাহুল্য ৰাখে। তেওঁ দাবী কৰিলে যে বিজ্ঞানৰ বিকাশক শাসন কৰা এনে কোনো ব্যৱহাৰ্য প্ৰণালীসম্বন্ধীয় নিয়ম নাই যাৰ কোনো ব্যতিক্ৰম নাই। ফেয়েৰবেণ্ডৰ মতে, কোনো পৰিপ্ৰেক্ষিত প্ৰণালীয়ে বিজ্ঞানৰ বিকাশক কণ্ঠৰোধ আৰু বাধিত কৰিব। তেওঁ দাবী কৰিছিল যে "এনে একমাত্ৰ নীতি যিয়ে বিকাশক বাধিত নকৰে হ'ল: "''সকলো চলে""''।
 
ফেয়েৰাবেণ্ডৰ মতে বিজ্ঞান আৰম্ভ হৈছিল এক মুক্তকাৰী আন্দোলনৰ ৰূপত, পিচে সময়ৰ সৈতে, ই বৰ্দ্ধিতভাৱে উদ্ধত আৰু কঠোৰ হৈ পৰিছে। সেয়ে ই এক ভাৱাদৰ্শলৈ পৰিণত হ'বলৈ ধৰিছে। বিজ্ঞানে দমনমূলক বৈশিষ্ট্য আহৰণ কৰিবলৈ লৈছে। তেওঁ তৰ্ক কৰিলে যে বিজ্ঞান আৰু ধৰ্ম, জাদু,  বা মিথকবিদ্যাৰ মাজত ভেদ কৰাৰ স্পষ্ট পথ উলিওৱা অসম্ভৱ। তেওঁ বিজ্ঞানৰ অনন্য দমনক সমাজক সত্তাবাদী আৰু অস্থলিতভাৱে আগুৱাই লৈ যোৱাৰ এক সাধন হিচাপে চাইছিল।<ref name="contra">Paul Feyerabend, ''Against Method: Outline of an Anarchistic Theory of Knowledge'' (1975), ISBN 0-391-00381-X, ISBN 0-86091-222-1, ISBN 0-86091-481-X, ISBN 0-86091-646-4, ISBN 0-86091-934-X, ISBN 0-902308-91-2</ref> এই জ্ঞানতাত্ত্বিক নৈৰাজ্যবাদৰ প্ৰচাৰে তেওঁৰ আলোচকসমূহক তেওঁক "বিজ্ঞানৰ নিকৃষ্টতম্ শত্ৰু" উপাধি দিয়াত সহায় কৰিলে।
 
=== বৈজ্ঞানিক জ্ঞানৰ সমাজ-শাস্ত্ৰ ===
Line 156 ⟶ 166:
মনোবিজ্ঞানৰ দৰ্শন সম্বন্ধীয় আন প্ৰশ্ন হ'ল মন, মস্তিষ্ক আৰু জ্ঞান, অনুভূতি সম্বন্ধীয় সাধাৰণ দাৰ্শনিক প্ৰশ্নসমূহ। এই অধ্যয়নক সম্ভৱতঃ সাধাৰণতে অনুভূতি বিজ্ঞান, বা মনৰ দৰ্শনৰ অংগ হিচাপে গণ্য কৰা হয়। উদাহৰণ স্বৰূপে, মানুহ যুক্তিসংগত প্ৰাণী হয় নে?<ref name="Routpsych" /> এনে কোনো অনুভূতি আছে নে, য'ত স্বাধীন ইচ্ছাশক্তি থাকে, আৰু যদি থাকে, ই চয়ন কৰাৰ অভিজ্ঞতাৰ সৈতে কেনেদৰে সম্পৰ্কিত? মনোবিজ্ঞানৰ দৰ্শনে বৰ্তমানৰ অনুভূতিসম্বন্ধীয় স্নায়ু-বিজ্ঞান, ক্ৰমবিকাশ-সম্বন্ধীয় মনোবিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাকো অধ্যয়ন কৰে।
 
মনোবিজ্ঞানৰ দৰ্শন এক তুলনামূলকভাৱে নতুন ক্ষেত্ৰ, কাৰণ মনোবিজ্ঞান নিজেই ১৮০০ৰ শতিকাতহে এক পৃথক শৃংখলা হিচাপে প্ৰতিষ্ঠিত হৈছিল। বিশেষকৈ, স্নায়ুসম্বন্ধীয় মনোবিজ্ঞান এতিয়াহে পল চাৰ্চলেণ্ড আৰু পেট্ৰিচিয়া চাৰ্চলেণ্ডৰ অৱদানেৰে এক পৃথক ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে।<ref name="StanPhilNeuro">Bickle, John, Mandik, Peter and Landreth, Anthony, "The Philosophy of Neuroscience", The Stanford Encyclopedia of Philosophy (Summer 2010 Edition), Edward N. Zalta (ed.), URL = <http://plato.stanford.edu/archives/sum2010/entries/neuroscience/</ref> আন হাতে, মনৰ দৰ্শন এক সু-প্ৰতিষ্ঠিত শৃংখলা কাৰণ এই শৃংখলা মনোবিজ্ঞানৰো পূৰ্বেই অধ্যয়নৰ ক্ষেত্ৰ আছিল। ই মনৰ প্ৰকৃতি, অভিজ্ঞতাৰ গুণ, আৰু বিশেষ সমস্যা কিছুমান যেনে দ্বৈতবাদ আৰু একবাদৰ তৰ্কৰ বিষয়ক। আন এক সম্বন্ধীয় ক্ষেত্ৰ হ'ল ভাষাৰ দৰ্শন।
[[চিত্ৰ:Amartya_Sen_NIH.jpg|right|thumb|আমৰ্ত্য সেনক দৰ্শন আৰু অৰ্থনীতিৰ সঁজুলি একত্ৰিত কৰাৰ বাবে নবেল বঁটাৰে সন্মানিত কৰা হৈছিল।]]