বুৰ্খাণ খাল্ডুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"Burkhan Khaldun" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
No edit summary
1 নং শাৰী:
'''বুৰ্খাণ খাল্ডুন '''(ছিৰিলিক ভাষাত: Бурхан Халдун) উত্তৰ-পূব মংগোলিয়াৰ[[মংগোলিয়া]]ৰ [[খেণ্টাই অঞ্চলৰঅঞ্চল]]ৰ এক খেণ্টাই পৰ্বত। পৰ্বতটো [[জেংঘিছ খানৰখান]]ৰ জন্মস্থল বুলি বিশ্বাস কৰা হয় আৰু ইয়াতঐইয়াতেই তেখেতৰ সমাধিস্থল অৱস্থিত। এই স্থান আন এক বিখ্যাত বীৰ চাবুটাইৰ[[চাবুটাই]]ৰ জন্মস্থল। পৰ্বতটো ১৯৯২ত প্ৰতিষ্ঠিত ১২০০০ বৰ্গ কিলোমিটাৰ আৱৰা খান খেণ্টাই কাঢ়াভাৱে সুৰক্ষিত অঞ্চলৰ অংগ। যদিও জেংঘিছ খানৰ পূৰ্বেও পৰ্বতটোক পবিত্ৰ জ্ঞান কৰা হৈছিল, জেংঘিছ খানে এই পৰ্বতটোক মংগোলিয়াৰ আতাইতকৈ পবিত্ৰ পৰ্বত আখ্যা দিয়াৰ পাছত ইয়াৰ গুৰুত্ব বৃদ্ধি পালে। ৪ জুলাই ২০১৫ত এই পৰ্বতকে সামৰি "মহান বুৰ্খান খাল্ডুন পৰ্বত আৰু খাষৰ পবিত্ৰ পৰিবেশ"খ ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হ'ল। ১৯৫৫ত পৰ্বতটোৰ পূজা আনুষ্ঠানিক কৰা হ'ল আৰু পৰ্বতটোক ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন ঘোষণা কৰা হ'ল। এই স্থানৰ জৈৱ বৈচিত্ৰ্য মধ্য এছীয় ষ্টেপেৰ উদ্ভিদ আৰু ৫০ জন্তুৰ সৈতে ২৫৩ চৰাইৰ প্ৰজাতিৰে অনন্য ।
 
== অৱস্থিতি ==
5 নং শাৰী:
 
== ভূগোল ==
বুৰ্খান খাল্ডুনৰ অৰ্থ [[ছিৰিলিক ভাষাতভাষা]]ত ঈশ্বৰ পৰ্বত। এই পৰ্বতক কেণ্টাই খান অৰ্থাৎ কেণ্টাই পৰ্বতমালাৰ ৰজাও বোলা হয়।<ref name="Nomination" /> ই মংগোলিয়াৰ খেণ্টাই অণ্চলৰ খেণ্টাই পৰ্বতৰ অন্যতম্।<ref name="Nomination">{{Cite web|url=http://whc.unesco.org/uploads/nominations/1440.pdf|format=pdf|title=Great Burkhan Khaldun Mountain and its surrounding sacred landscape: Nomination (Amended text)|year=2015|accessdate=19 November 2015|access-date=19 November 2015|publisher=[[UNESCO]] organization}}</ref> ই অঞ্চলটোৰ উচ্চ পৰ্বতসমূহৰ অন্যতম, উচ্চতা ২৩৬২ মিটাৰ। পৰ্বটতোৰ আকাৰ ন-জোনৰ দৰে। এই পৰ্বতৰ পৰা আমুৰলৈ অনন আৰু খেৰ্লেণ নৈ বৈ যায়।, যি গৈ পেচিফিক মহাসাগৰত পৰে গৈ, চেলেংগেলৈ টূল, খাৰা আৰু য়েৰূ নৈ বৈ যায়, যি পৰে গৈ আৰ্কটিক মহাসাগৰত। এই অঞ্চলৰ জৈৱবৈচিত্ৰ্য অনন্য় আৰু চাইবেৰিয়ান ভূমিৰ পৰা গ্ৰেট ষ্টেপেলৈ পৰিবৰ্তনৰ স্থল বুলিব পাৰি।<ref name="Nomination" />
 
== বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা ==