সংযুক্ত আৰৱ আমিৰাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎ইতিহাস: বানান
63 নং শাৰী:
 
== ইতিহাস ==
খ্ৰীষ্টপূৰ্ব ৫৫০০ বছৰ আগৰ পৰা সংযুক্ত আমিৰাতত প্তথমপ্ৰথম মানৱ বসতিৰ সন্ধান পোৱা যায়। সেই সময়ত বিশ্বৰ আন আন ঠাইৰ লগত যোগাযোগ বুলিলে উত্তৰ- পশ্চিমৰ মেছোপটেমিয়া সভ্যতাৰ লগত যোগাযোগৰ প্ৰমাণ পোৱা যায়। হাজৰ পৰ্বতত প্টাপ্তপ্ৰাপ্ত তামেৰে ব্যৱসায়ৰ মাধ্যমত ৩০০০ খ্ৰীষ্টপূৰ্বৰ পৰা মেছোপটেমিয়াৰ লগত এই যোগাযোগ দীর্ঘস্থায়ী আৰু বিস্তৃত হয়। প্ৰথম শতাব্দীৰ পৰা ভূমি পথেৰে [[চিৰিয়া]] আৰু [[ইৰানইৰাণ]]ৰ দক্ষিণাংশৰ লগত যোগাযোগ আৰম্ভ হয়। পৰৱৰ্তী সময়ত ওমানা বন্দৰৰ (বৰ্তমান ওম্ম-আল-কোয়াইন) মাধ্যমত সমুদ্ৰ পথেৰে ভাৰতৰ লগত যোগাযোগ আৰম্ভ হয়।