গ্ৰহাণু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
'''গ্ৰহাণু''' হৈছে [[সূৰ্য]]ৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি ৷ সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্হান মঙল আৰু বৃহস্পতিৰ মাজত ৷ এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে ৷ ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব্যাস 780 কিলোমিটাৰ ৷ আন কেইটামান গ্ৰহানু হ'ল: আটেনছ, এপ'লোছ,এম'ৰ্ছ, ফ্ল'ৰা, থেমিছ আদি ৷
 
[[চিত্র:(253) mathilde crop.jpg|thumb|250px|right|[[253 Mathilde]], এটি [[সি-টাইপ গ্রহাণু]]]]
==পৃথিৱীৰ সৈতে সংঘৰ্ষ==
 
"https://as.wikipedia.org/wiki/গ্ৰহাণু"ৰ পৰা অনা হৈছে