চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

220 নং শাৰী:
 
চৰায়ে সাধাৰণতে নিজৰ বাহত কণী পাৰে৷ বেছিভাগ চৰায়ে নিজৰ প্ৰয়োজনৰ জোখাৰে বিভিন্ন আকৃতিৰ বাহ সাজি লয়৷ <ref name = "Hansell">Hansell M (2000). ''Bird Nests and Construction Behaviour''. University of Cambridge Press ISBN 0-521-46038-7</ref> <ref>{{cite journal | last1 = Lafuma | first1 = L | last2 = Lambrechts | first2 = M | last3 = Raymond | first3 = M | year = 2001 | title = Aromatic plants in bird nests as a protection against [[Hematophagy|blood-sucking]] flying insects? | url = | journal = Behavioural Processes | volume = 56 | issue = 2| pages = 113–20 | doi = 10.1016/S0376-6357(01)00191-7 }}</ref> চৰায়ে পাখিৰে বাহটো উমাল কৰি ৰাখে৷ <ref name = "Hansell"/> কিছুমান চৰাইৰ বাহ নাথাকে৷ উদাহৰণস্বৰূপে শিলাময় পাহাৰত বাস কৰা (cliff-nesting) [[:en: Common Guillemot|Common Guillemot]] নামৰ চৰাইটোৱে শিলতে কণী পাৰে ৷ তেনেদৰে এম্পাৰৰ পেংগুইনৰ মাইকীয়ে কণী পাৰে আৰু মতা চৰাইটোৱে নিজৰ ঠেঙৰ মাজতে কণীটো ভৰাই থয়৷
======চৰাইৰ ঠোঁট আৰু হাঁকোটা (Beaks and Claws in Bird)======
ক) চৰাইৰ ঠোঁট (Beaks in Birds): চৰাইৰ ঠোঁটটো উর্ধ আৰু নিম্ন হনুৰ দ্বাৰা গঠিত। ঠোঁটটো শিঙৰ দৰে টান পদার্থৰ আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণখনক ৰেম্‌ফ’থিকা (Rhamphotheca) বোলা হয়।
A. চৰাইৰ ঠোঁট (Beaks in Birds):
*ঠোঁটৰ কাম (Functions of teeth):
চৰাইৰ ঠোঁটটো উর্ধ আৰু নিম্ন হনুৰ দ্বাৰা গঠিত। ঠোঁটটো শিঙৰ দৰে টান পদার্থৰ আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণখনক ৰেম্‌ফ’থিকা (Rhamphotheca) বোলা হয়।
#খাদ্য সংগ্রহ কৰা।
ঠোঁটৰ কাম (Functions of teeth):
1. খাদ্য#খাদ্যবস্তু সংগ্রহলাৰাচাৰা কৰা।
3. #পাখিবোৰ আচোৰা আৰু জট ভঙা।
2. খাদ্যবস্তু লাৰাচাৰা কৰা।
4. #বাঁহ সাজিবলৈ সামগ্রী আহৰণ কৰা।
3. পাখিবোৰ আচোৰা আৰু জট ভঙা।
5.# বাঁহ সজা।
4. বাঁহ সাজিবলৈ সামগ্রী আহৰণ কৰা।
6.# পোৱালিবোৰক খুওৱাঅখুওৱা।
5. বাঁহ সজা।
7. #প্রতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰা।
6. পোৱালিবোৰক খুওৱাঅ
*ঠোঁটৰ প্রকাৰ (Types of Beaks): খাদ্য আৰু ভক্ষণ প্রক্ৰিয়াৰ ওপৰত নির্ভৰ কৰি চৰাইৰ ঠোঁটবোৰ বিভিন্ন প্রকাৰে ৰূপান্তৰিত হয়। তলত বিভিন্ন প্রকাৰৰ ঠোঁটৰ বিষয়ে আলোচনা কৰা হ’ল।
7. প্রতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰা।
#বীজ ভক্ষণকাৰী ঠোঁট (Seed eating beak): বীজ ভক্ষণকাৰী ঠোঁটবোৰ টান, দৃঢ় আৰু শঙ্কু আকাৰৰ। বীজ ভক্ষণকাৰী চৰাইবোৰে টান খোলাযুক্ত বীজবোৰ ভাঙিবলৈ আৰু গুৰি কৰিবলৈ এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে।উদাহৰণ: ঘন চিৰিকা, ফিন্স চৰাই।
ঠোঁটৰ প্রকাৰ (Types of Beaks):
2. #ছেদক ঠোঁট (Cutting beak): এইবোৰ ঠোঁট মজপুত আৰু চোকা ধাৰযুক্ত। ভক্ষী প্রাণীক ফালি টুকুৰা টুকুৰ কৰিবলৈ, কণী ভাঙিবলৈ নাইবা ফল কাটিবলৈ কিছুমান চৰায়ে এনে ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: কাউৰী।
খাদ্য আৰু ভক্ষণ প্রক্ৰিয়াৰ ওপৰত নির্ভৰ কৰি চৰাইৰ ঠোঁটবোৰ বিভিন্ন প্রকাৰে ৰূপান্তৰিত হয়। তলত বিভিন্ন প্রকাৰৰ ঠোঁটৰ বিষয়ে আলোচনা কৰা হ’ল।
1. বীজ#ফল ভক্ষণকাৰী ঠোঁট (SeedFruit eating beak): বীজফল ভক্ষণকাৰীখাবলৈ ব্যৱহাৰ কৰা ঠোঁটবোৰঠৌঁটবোৰ টানচোকা, দৃঢ়টান আৰু শঙ্কুবেকা আকাৰৰ।ধৰণৰ বীজহয়। ভক্ষণকাৰীএনে চৰাইবোৰেধৰণৰ টানঠোঁট খোলাযুক্তফলৰ বীজবোৰবাকলিবোৰ ভাঙিবলৈগুচাবলৈ আৰু গুৰিবীজৰ কৰিবলৈটান এনেকুৱাবাকলি ধৰণৰ ঠোঁটফালিবলৈ ব্যৱহাৰ কৰে।উদাহৰণ:কৰা ঘনহয়। চিৰিকা, ফিন্সউদাহৰণ: চৰাই।ভাটৌ।
4. #পতঙ্গভোজী ঠোঁট (Insect eating beak): পতঙ্গভোজী চৰাইবোৰৰ ঠোঁটবোৰ সৰু, চুটি আৰু চুঙা আকৃতিৰ। এনেকুৱা ধৰণৰ ঠোঁটবোৰ পতঙ্গ ধৰিবলৈ উপযোগী। উদাহৰণ: বতাহী চৰাই (Swift), তেলতুপি চৰাই (Swallow), দহিকতৰা (Robin)।
2. ছেদক ঠোঁট (Cutting beak): এইবোৰ ঠোঁট মজপুত আৰু চোকা ধাৰযুক্ত। ভক্ষী প্রাণীক ফালি টুকুৰা টুকুৰ কৰিবলৈ, কণী ভাঙিবলৈ নাইবা ফল কাটিবলৈ কিছুমান চৰায়ে এনে ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: কাউৰী।
5. #মোনাযুক্ত ঠোঁট (Pouched beak): মোনাযুক্ত ঠোঁটবোৰ টান, দীঘল আৰু নিম্নহনুৰ ঠোঁটটো মোনাযুক্ত। এইবোৰ ঠোঁট বহনকাৰী চৰাইবোৰে মাছ আদি ঠোঁটেৰে চিকাৰ কৰে। উদাহৰণ: পেলিকান (Pelican)।
3. ফল ভক্ষণকাৰী ঠোঁট (Fruit eating beak): ফল খাবলৈ ব্যৱহাৰ কৰা ঠৌঁটবোৰ চোকা, টান আৰু বেকা ধৰণৰ হয়। এনে ধৰণৰ ঠোঁট ফলৰ বাকলিবোৰ গুচাবলৈ আৰু বীজৰ টান বাকলি ফালিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ভাটৌ।
6. #চিকাৰ ধৰা ঠোঁট (Prey eating beak): চিকাৰ ধৰা ঠোঁটবোৰ টান, ক্ৰমাগত ভাৱে সঙ্কীর্ণ হৈ যোৱা ঠোঁট। এনে ধৰণৰ ঠোঁটৰ সহায়ত মৎস্যভোজী চৰাইবোৰে পানীৰ পৰা চিকাৰ ধৰি ওপৰলৈ উঠাই লৈ আহে। উদাহৰণ: মাছৰোকা (King fisher), চামুচ যেন ঠোঁটৰ বগলী (Spoon bill)।
4. পতঙ্গভোজী ঠোঁট (Insect eating beak):পতঙ্গভোজী চৰাইবোৰৰ ঠোঁটবোৰ সৰু, চুটি আৰু চুঙা আকৃতিৰ। এনেকুৱা ধৰণৰ ঠোঁটবোৰ পতঙ্গ ধৰিবলৈ উপযোগী। উদাহৰণ: বতাহী চৰাই (Swift), তেলতুপি চৰাই (Swallow), দহিকতৰা (Robin)।
#বোকা ছাকনী ঠোঁট (Mud strainer beak): এইবোৰ ঠোঁট দৃঢ়, বহল আৰু চেপেটা আৰু কটা খাজযুক্ত। এইবোৰ ঠোঁটৰ দ্বাৰা কিছুমান চৰায়ে বোকা পানীৰ পৰা ছাকন প্রক্ৰিয়াৰে শামুক আদি আহৰণ কৰে।। উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe), ধিত্‌ৰাজ (Goose)।
5. মোনাযুক্ত ঠোঁট (Pouched beak): মোনাযুক্ত ঠোঁটবোৰ টান, দীঘল আৰু নিম্নহনুৰ ঠোঁটটো মোনাযুক্ত। এইবোৰ ঠোঁট বহনকাৰী চৰাইবোৰে মাছ আদি ঠোঁটেৰে চিকাৰ কৰে। উদাহৰণ: পেলিকান (Pelican)।
8. #কাঠত বটালী মৰা ঠোঁট (Wood chiselling beak): কাঠত বটালী মৰা ঠোঁটবোৰ অতি টান, দীঘল আৰু চিধা। এই ঠৌঁটৰ অধিকাৰী চৰাইবোৰে গছৰ শুকাণ বাকলিৰ তলৰ পৰা পতঙ্গ আদি আহৰণ কৰিবলৈ নাইবা গছত বাহ সজাৰ অর্থে খোৰোং সাজিবলৈ বটালীৰে কাঠত গাত খান্দে। উদাহৰণ: বাঢ়ৈটোকা চৰাই (Wood pecker)।
6. চিকাৰ ধৰা ঠোঁট (Prey eating beak): চিকাৰ ধৰা ঠোঁটবোৰ টান, ক্ৰমাগত ভাৱে সঙ্কীর্ণ হৈ যোৱা ঠোঁট। এনে ধৰণৰ ঠোঁটৰ সহায়ত মৎস্যভোজী চৰাইবোৰে পানীৰ পৰা চিকাৰ ধৰি ওপৰলৈ উঠাই লৈ আহে। উদাহৰণ: মাছৰোকা (King fisher), চামুচ যেন ঠোঁটৰ বগলী (Spoon bill)।
7.#বোকাত বোকা ছাকনীপৰীক্ষক ঠোঁট (Mud strainerprobing beak): এইবোৰ ঠোঁট দৃঢ়, বহলদীঘল আৰু চেপেটাচুঙা আৰুআকৃতিৰ। কটাএনেকুৱা খাজযুক্ত।ঠোঁট এইবোৰবহনকাৰী ঠোঁটৰচৰাইবোৰে দ্বাৰাবোকাত কিছুমানঠোঁটটো চৰায়েসুমুৱাই বোকাদি পানীৰকেঁচু, পৰাশামুক, ছাকনপতঙ্গ প্রক্ৰিয়াৰেআদিৰ শামুকউপস্থিতিৰ আদিবিষয়ে আহৰণউমান কৰে।।পায়। উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe), ধিত্‌ৰাজ (Goose)।
10. #মাছ ধৰা ঠোঁট (Fish catching beak): মাছ ধৰা ঠোঁটবোৰ দীঘল, ঠেক আৰু খাজকটা। মাছ, ভেকুলী, লালুকি আদি ধৰিবলৈ কিছুমান চৰায়ে এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: পানী কাউৰী (Cormorant), বগলী (Heron)।
8. কাঠত বটালী মৰা ঠোঁট (Wood chiselling beak): কাঠত বটালী মৰা ঠোঁটবোৰ অতি টান, দীঘল আৰু চিধা। এই ঠৌঁটৰ অধিকাৰী চৰাইবোৰে গছৰ শুকাণ বাকলিৰ তলৰ পৰা পতঙ্গ আদি আহৰণ কৰিবলৈ নাইবা গছত বাহ সজাৰ অর্থে খোৰোং সাজিবলৈ বটালীৰে কাঠত গাত খান্দে। উদাহৰণ: বাঢ়ৈটোকা চৰাই (Wood pecker)।
9. বোকাত#ফুল পৰীক্ষক ঠোঁট (MudFlower probing beak): ফুল এইবোৰপৰীক্ষক ঠোঁটঠোঁটবোৰ দীঘল, ঠেক আৰু চুঙাজোঙা। আকৃতিৰ।মৌ এনেকুৱাআহৰণ ঠোঁট বহনকাৰীকৰা চৰাইবোৰে বোকাতএই ঠোঁটটোঠোঁটবোৰেৰে সুমুৱাইফুলৰ দিপৰা কেঁচু, শামুক, পতঙ্গ আদিৰ উপস্থিতিৰ বিষয়েমৌৰস উমানআহৰণ পায়।কৰে। উদাহৰণ: খঞ্জন জাতীয় চৰাইচানবার্ড (SandSun piperbird), ভূৰুংহামিং চৰাইবার্ড (SnipeHumming bird)।
12. #বিন্ধোৱা আৰু ফলা ঠোঁট (Pierching and Tearing beak): এই ঠোঁটবোৰ চুটি, ওপৰৰ ঠোঁটটো তলমুৱাকৈ বেকা আৰু শক্তিশালী। এইবোৰ ঠোঁট সৰু ডাঙৰ চিকাৰবোৰ ফুটাবলৈ আৰু ফলাচিৰা কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ঈগল, ফেঁচা, শগুণ ।
10. মাছ ধৰা ঠোঁট (Fish catching beak): মাছ ধৰা ঠোঁটবোৰ দীঘল, ঠেক আৰু খাজকটা। মাছ, ভেকুলী, লালুকি আদি ধৰিবলৈ কিছুমান চৰায়ে এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: পানী কাউৰী (Cormorant), বগলী (Heron)।
খ) চৰাইৰ হাকোটাযুক্ত পদাঞ্চলৰ প্রকাৰ (Types of clawed feet in birds): চৰাইৰ ঠেঙৰ পদাঞ্চল খোজ কঢ়াৰ উপৰিও অন্যান্য বহুতো কামৰ বাবে ব্যৱহৃত হয়। অন্যান্য কামবোৰ হ’ল – বস্তু আদি সংগ্রহ, বাঁহ সজা, আক্ৰমণ কৰা, প্রতিৰক্ষা ইত্যাদি। চৰাইৰ ঠেঙৰ পদাঞ্চল আঙুলিযুক্ত আৰু এই আঙুলিবোৰত নখ বা হাকোটা থাকে। কর্মৰ ওপৰত নির্ভৰ কৰি চৰাইৰ ঠেঙক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।
11. ফুল পৰীক্ষক ঠোঁট (Flower probing beak): ফুল পৰীক্ষক ঠোঁটবোৰ দীঘল, ঠেক আৰু জোঙা। মৌ আহৰণ কৰা চৰাইবোৰে এই ঠোঁটবোৰেৰে ফুলৰ পৰা মৌৰস আহৰণ কৰে। উদাহৰণ: চানবার্ড (Sun bird), হামিং বার্ড (Humming bird)।
1. #আৰোহী ঠেং (Climbing feet): আৰোহী ঠেঙৰ পদাঞ্চলবোৰ গছত বা গছৰ ডালত বগাবলৈ উপযোগী। এনেবোৰ ঠেঙত প্রথম আৰু চতুর্থ আঙুলি দুটা পিছফাললৈ মুখ কৰি অৱস্থান কৰে আনহাতে দ্বিতীয় আৰু তৃতীয় আঙুলিটোৱে সম্মুখৰ পিনে মুখ কৰি থাকে। এনেকুৱা প্রকৃতিৰ আঙুলিক জাইগ’ডেক্‌টাইলাছ (Zygodactylous) বুলি কোৱা হয়। হাকোটাযুক্ত জাইগ’ডেক্‌টাইলাছ আঙুলিৰ সহায়ত চৰাইবোৰে সৰু সৰু ডালত খামোচ মাৰি ধৰি উলম্ব গছত বগাই যাব পাৰে। উদাহৰণ: কাঠখোলা (Wood pecker), ভাটৌ (Parrot)।
12. বিন্ধোৱা আৰু ফলা ঠোঁট (Pierching and Tearing beak): এই ঠোঁটবোৰ চুটি, ওপৰৰ ঠোঁটটো তলমুৱাকৈ বেকা আৰু শক্তিশালী। এইবোৰ ঠোঁট সৰু ডাঙৰ চিকাৰবোৰ ফুটাবলৈ আৰু ফলাচিৰা কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ঈগল, ফেঁচা, শগুণ ।
2. #জপটিয়াই ধৰা ঠেং (Clinging feet): এইবোৰ ঠেঙৰ হাকোটা যুক্ত আঙুলিবোৰ এনেকৈ সজ্জিত হৈ থাকে যাতে ইহঁতে ওখ আৰু ঠিয় পর্বতৰ বা গুহাৰ বেৰত জপটিয়াই এঠা লাগি ধৰি থাকিব পাৰে। এই প্রকৃতিৰ ঠেঙৰ চাৰিওটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে। ইহঁতৰ নখ বা হাকোটাবোৰ চোকা আৰু বেকা প্রকৃতিৰ। উদাহৰণ: বতাহী চৰাই, হামিং বার্ড।
চৰাইৰ হাকোটাযুক্ত পদাঞ্চলৰ প্রকাৰ (Types of clawed feet in birds):
3. #খোচৰা ঠেং (Scratching feet): এইবোৰ ঠেং খোজ কঢ়া আৰু খাদ্যৰ সন্ধানত মাটি বালি আদিত খোচৰা কামৰ বাবে উপযোগী। খোচৰা ঠেবোৰ দৃঢ় আৰু আঙুলিত থকা হাকোটাবোৰ শক্তিশালী। উদাহৰণ: মুর্গী চৰাই।
চৰাইৰ ঠেঙৰ পদাঞ্চল খোজ কঢ়াৰ উপৰিও অন্যান্য বহুতো কামৰ বাবে ব্যৱহৃত হয়। অন্যান্য কামবোৰ হ’ল – বস্তু আদি সংগ্রহ, বাঁহ সজা, আক্ৰমণ কৰা, প্রতিৰক্ষা ইত্যাদি। চৰাইৰ ঠেঙৰ পদাঞ্চল আঙুলিযুক্ত আৰু এই আঙুলিবোৰত নখ বা হাকোটা থাকে। কর্মৰ ওপৰত নির্ভৰ কৰি চৰাইৰ ঠেঙক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।
4. #পক্ষীসাদ ঠেং (Perching feet): প্রায়বোৰ চৰাইৰে ঠেঙবোৰ এনেকুৱা প্রকৃতিৰ। এনেকুৱা ঠেঙৰ চৰাইবোৰে গছৰ ডালত বহোতে ডালটোত খামুচি ধৰিব পাৰে। এনেধৰণৰ ঠেঙত তিনিটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে আৰু এটা আঙুলি পিছফালে মুখ কৰি থাকে। উদাহৰণ: ঘন চিৰিকা, কাউৰী, কুলি ইত্যাদি।
1. আৰোহী ঠেং (Climbing feet): আৰোহী ঠেঙৰ পদাঞ্চলবোৰ গছত বা গছৰ ডালত বগাবলৈ উপযোগী। এনেবোৰ ঠেঙত প্রথম আৰু চতুর্থ আঙুলি দুটা পিছফাললৈ মুখ কৰি অৱস্থান কৰে আনহাতে দ্বিতীয় আৰু তৃতীয় আঙুলিটোৱে সম্মুখৰ পিনে মুখ কৰি থাকে। এনেকুৱা প্রকৃতিৰ আঙুলিক জাইগ’ডেক্‌টাইলাছ (Zygodactylous) বুলি কোৱা হয়। হাকোটাযুক্ত জাইগ’ডেক্‌টাইলাছ আঙুলিৰ সহায়ত চৰাইবোৰে সৰু সৰু ডালত খামোচ মাৰি ধৰি উলম্ব গছত বগাই যাব পাৰে। উদাহৰণ: কাঠখোলা (Wood pecker), ভাটৌ (Parrot)।
5. #সাঁতোৰা ঠেং (Swimming feet): পানীত সাঁতোৰা চৰাইবোৰৰ ঠেঙৰ আঙুলিৰ মাজত জালিকা থাকে। হাঁহ, পানী কাউৰী।
2. জপটিয়াই ধৰা ঠেং (Clinging feet): এইবোৰ ঠেঙৰ হাকোটা যুক্ত আঙুলিবোৰ এনেকৈ সজ্জিত হৈ থাকে যাতে ইহঁতে ওখ আৰু ঠিয় পর্বতৰ বা গুহাৰ বেৰত জপটিয়াই এঠা লাগি ধৰি থাকিব পাৰে। এই প্রকৃতিৰ ঠেঙৰ চাৰিওটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে। ইহঁতৰ নখ বা হাকোটাবোৰ চোকা আৰু বেকা প্রকৃতিৰ। উদাহৰণ: বতাহী চৰাই, হামিং বার্ড।
6. #খামুচি ধৰিব পৰা ঠেং (Grasping feet): এইবোৰ ঠেঙৰ দ্বাৰা চৰাইটোৱো ভক্ষ প্রাণীক চিকাৰ কৰি আটক কৰিব পাৰে আৰু ভক্ষ প্রাণীটোক কঢ়িয়াই লৈ যাব পাৰে। ইহঁতৰ চাৰিওটা আঙুলি শক্তিশালী আৰু হাঁকোটাবোৰ অতি তীক্ষ্ন। উদাহৰণ: ফেঁচা, ঈগল. চিলনী।
3. খোচৰা ঠেং (Scratching feet): এইবোৰ ঠেং খোজ কঢ়া আৰু খাদ্যৰ সন্ধানত মাটি বালি আদিত খোচৰা কামৰ বাবে উপযোগী। খোচৰা ঠেবোৰ দৃঢ় আৰু আঙুলিত থকা হাকোটাবোৰ শক্তিশালী। উদাহৰণ: মুর্গী চৰাই।
7. দ্রূতবেগী#দ্ৰুতবেগী ঠেং (Cursorial or running feet): উৰিব নোৱাৰা চৰাইবোৰৰ ঠেংবোৰ শক্তিশালী আৰু আঙুলিৰ সংখ্যা কম। ইহঁতৰ টাৰছ’মেটাটাৰছাছ হাড়ডাল দীঘল। উদাহৰণ: উট চৰাই, ইমু, ৰিয়া।
4. পক্ষীসাদ ঠেং (Perching feet): প্রায়বোৰ চৰাইৰে ঠেঙবোৰ এনেকুৱা প্রকৃতিৰ। এনেকুৱা ঠেঙৰ চৰাইবোৰে গছৰ ডালত বহোতে ডালটোত খামুচি ধৰিব পাৰে। এনেধৰণৰ ঠেঙত তিনিটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে আৰু এটা আঙুলি পিছফালে মুখ কৰি থাকে। উদাহৰণ: ঘন চিৰিকা, কাউৰী, কুলি ইত্যাদি।
8. #ৱাডিং ঠেং (Wading feet): ৱাডিং ঠেংবোৰ পানীত থকা বোকাত খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰা ঠেং। ইহঁতৰ টাৰছ’মেটাটাৰছাছ আৰু ভৰিৰ আঙুলিবোৰ দীঘল তথা চুঙা আকৃতিৰ। উদাহৰণ: বগলী জাতীয় চৰাই।
5. সাঁতোৰা ঠেং (Swimming feet): পানীত সাঁতোৰা চৰাইবোৰৰ ঠেঙৰ আঙুলিৰ মাজত জালিকা থাকে। হাঁহ, পানী কাউৰী।
6. খামুচি ধৰিব পৰা ঠেং (Grasping feet): এইবোৰ ঠেঙৰ দ্বাৰা চৰাইটোৱো ভক্ষ প্রাণীক চিকাৰ কৰি আটক কৰিব পাৰে আৰু ভক্ষ প্রাণীটোক কঢ়িয়াই লৈ যাব পাৰে। ইহঁতৰ চাৰিওটা আঙুলি শক্তিশালী আৰু হাঁকোটাবোৰ অতি তীক্ষ্ন। উদাহৰণ: ফেঁচা, ঈগল. চিলনী।
7. দ্রূতবেগী ঠেং (Cursorial or running feet): উৰিব নোৱাৰা চৰাইবোৰৰ ঠেংবোৰ শক্তিশালী আৰু আঙুলিৰ সংখ্যা কম। ইহঁতৰ টাৰছ’মেটাটাৰছাছ হাড়ডাল দীঘল। উদাহৰণ: উট চৰাই, ইমু, ৰিয়া।
8. ৱাডিং ঠেং (Wading feet): ৱাডিং ঠেংবোৰ পানীত থকা বোকাত খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰা ঠেং। ইহঁতৰ টাৰছ’মেটাটাৰছাছ আৰু ভৰিৰ আঙুলিবোৰ দীঘল তথা চুঙা আকৃতিৰ। উদাহৰণ: বগলী জাতীয় চৰাই।
 
 
 
[[File:Eastern Phoebe-nest-Brown-headed-Cowbird-egg.jpg|thumb|alt= Nest made of straw with five white eggs and one grey speckled egg|Nest of an [[Eastern Phoebe]] that has been parasitised by a [[Brown-headed Cowbird]]]]
চৰাইৰ উমনি দিয়া কাৰ্য্যই পোৱালিৰ গঠন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় উষ্ণতা প্ৰদান কৰে৷ <ref name = "Gill"/> একগামী চৰাইৰ ক্ষেত্ৰত মতা-মাইকী দুয়ো মিলি উমনি দিয়ে৷ <ref name = "Gill"/>
 
চৰাইৰ উমনি দিয়া কাৰ্য্যই পোৱালিৰ গঠন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় উষ্ণতা প্ৰদান কৰে৷ <ref name = "Gill"/> একগামী চৰাইৰ ক্ষেত্ৰত মতা-মাইকী দুয়ো মিলি উমনি দিয়ে৷ <ref name = "Gill"/>
 
====পোৱালিৰ যতন====
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে