মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(GR) File renamed: File:Young Gandhi.jpgFile:Mahatma Gandhi, age 7.jpg this is not Indira Gandhi at any age
27 নং শাৰী:
== জীৱনৰ প্ৰথমচোৱা ==
[[File:Birth place of Mahatma Gandhi.jpg|thumb|right|180px|পোৰবন্দৰৰ কীৰ্তি মন্দিৰ, গান্ধীৰ জন্মস্থান]]
[[File:MahatmaMohandas K Gandhi, age 7.jpg|upright|thumb|মহাত্মা গান্ধীৰ বিষয়ে এতিয়ালৈ আৱিষ্কৃত প্ৰথম আলোকচিত্ৰ, ৭ বছৰ বয়সত, চন: ১৮৭৬]]
মোহনদাস কৰমচান্দ গান্ধীৰ<ref>Gandhi means "grocer" in Gujarati (''L. R. Gala, Popular Combined Dictionary, English-English-Gujarati & Gujarati-Gujarati-English, Navneet''), or "perfumer" in Hindi (''Bhargava's Standard Illustrated Dictionary Hindi-English'').</ref> জন্ম হৈছিল ১৮৬৯ চনৰ অক্টোবৰ মাহৰ ২ তাৰিখে, [[গুজৰাট]]ৰ [[পোৰবন্দৰ]] (বৰ্তমান [[কীৰ্তি মন্দিৰ]]) নামে স্থানত। [[হিন্দু]] ধৰ্মাৱলম্বী [[মোধ]] সম্প্ৰদায়ৰ, পিতাক কৰমচান্দ গান্ধীয়ে (১৮২২ - ১৮৮৫) [[পোৰবন্দৰ]] ৰাজ্যৰ এজন [[দেৱান]] হিচাবে [[কাথিৱাৰ এজেন্সি]] নামে বৃটিছ প্ৰশাসনীয় বিভাগত কাম কৰিছিল<ref name=fischer1954>{{Cite document|title=Gandhi:His life and message for the world|last= Fischer|first= Louis|year= 1954|publisher=Mentor|ref= harv}}</ref>। বৈষ্ণব ধৰ্মাৱলম্বী মাতৃ পুতলীবাই আছিল কৰমচান্দ গান্ধীৰ চতুৰ্থা স্ত্ৰী, এখেতৰ আগৰ কেইগৰাকীৰ সন্তান জন্মৰ সময়ত মৃত্যু ঘটিছিল। [[জৈন ধৰ্ম]]ৰ পৰিবেশত এগৰাকী ধাৰ্মিক মাতৃৰ সান্নিধ্যত ডাঙৰ-দীঘল হোৱা গান্ধীৰ জীৱনত ভবিষ্যতলৈ গভীৰ প্ৰভাব পেলায়। সহজ-সৰল জীৱন যাপন, নিৰামিষ আহাৰ, ব্ৰত আৰু অনশন, পাৰস্পৰিক সহনশীলতা আদি পাছলৈ তেখেতৰ জীৱনৰ অভিন্ন অংগ হৈ পৰে।<ref>{{cite web
|last = Sannuti