6,707
টা সম্পাদনা
দিব্য দত্ত (আলোচনা | বৰঙণি) (→ইতিহাস) |
অ (→তথ্য সংগ্ৰহ) |
||
== ইতিহাস ==
খ্ৰীষ্টপূৰ্ব ৫৫০০ বছৰ আগৰ পৰা সংযুক্ত আমিৰাতত প্ৰথম মানৱ বসতিৰ সন্ধান পোৱা যায়। সেই সময়ত বিশ্বৰ আন আন ঠাইৰ লগত যোগাযোগ বুলিলে উত্তৰ- পশ্চিমৰ মেছোপটেমিয়া সভ্যতাৰ লগত যোগাযোগৰ প্ৰমাণ পোৱা যায়। হাজৰ পৰ্বতত প্ৰাপ্ত তামেৰে ব্যৱসায়ৰ মাধ্যমত ৩০০০ খ্ৰীষ্টপূৰ্বৰ পৰা মেছোপটেমিয়াৰ লগত এই যোগাযোগ দীর্ঘস্থায়ী আৰু বিস্তৃত হয়। প্ৰথম শতাব্দীৰ পৰা ভূমি পথেৰে [[চিৰিয়া]] আৰু [[ইৰাণ]]ৰ দক্ষিণাংশৰ লগত যোগাযোগ আৰম্ভ হয়। পৰৱৰ্তী সময়ত ওমানা বন্দৰৰ (বৰ্তমান ওম্ম-আল-কোয়াইন) মাধ্যমত সমুদ্ৰ পথেৰে ভাৰতৰ লগত যোগাযোগ আৰম্ভ হয়।
== জলবায়ু==
সংযুক্ত আৰৱ আমিৰাতত উপক্ৰান্তীয় জলবায়ু বিৰাজ কৰে। মৰুভুমিয় অঞ্চল হোৱাৰ বাবে গ্ৰীষ্ম কাল অতি গৰম পৰে। জুলাই আৰু আগষ্ট আটাইতকৈ বেছি গৰম মাহ। ইয়াৰ গড় উষ্ণতা {{convert|45|°C|°F|0}}ৰ ওপৰত থাকে। আল হাজাৰ পৰ্বতৰিং ফালে উষ্ণতা তুলনামূলক ভাবে কম।<ref>{{cite web|url=http://www.manmm.net/eng/?page_id=35 |title= UAE Climate |publisher=Manmm.net |deadurl=yes |archiveurl=https://web.archive.org/web/20160112072308/http://www.manmm.net/eng/?page_id=35 |archivedate=12 January 2016 }}</ref>জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুভূত হোৱা সৰ্বনিম্ন তাপমাত্ৰা {{Convert|10|and|14|°C|°F|0|abbr=on}}ৰ ভিতৰত থাকে। <ref>{{cite web|url=http://www.abudhabi.ms/weather.html |title=rak Weather |publisher=Abudhabi.ms |date=8 March 2007 }}</ref> গ্ৰীষ্মকালৰ শেষৰ ফালে উপকূলীয় অঞ্চলত শ্বৰকী নামৰ এক আদ্ৰ বতাহ বলে। উপকূলীয় অঞ্চলৰ গড় বৃষ্টিপাত {{convert|120|mm|in|1|abbr=on}}, কিন্তু পৰ্বতীয়া অঞ্চলত {{convert|350|mm|in|1|abbr=on}}ৰ আশে পাশে থাকে।<ref>{{cite news|url=http://news.bbc.co.uk/2/hi/in_pictures/7189929.stm |title=In Pictures | Flooding in the UAE |publisher=BBC News |date=15 January 2008 }}</ref> এই অঞ্চলত প্ৰায়ে বালিৰ ধুমুহা বলে।
২০০৪ চনত প্ৰথম বাৰৰ বাবে ইয়াৰ উচ্চ অঞ্চল সমূহত বৰফ পৰিছিল।<ref>[http://news.bbc.co.uk/2/hi/middle_east/4135857.stm Middle East | Cold snap brings Gulf rare snow]. BBC News (30 December 2004). Retrieved on 10 October 2015.</ref> A few years later, there were more sightings of snow and hail.<ref>[http://indiatoday.intoday.in/story/abu-dhabi-snow-hail-dubai/1/414185.html Global warming or wonder! Hail the snow in Abu Dhabi : World, News – India Today]. Indiatoday.intoday.in. Retrieved on 10 October 2015.</ref><ref>[http://www.thenational.ae/news/uae-news/middle-east-snow-extreme-heatwaves-and-uae-fog-whats-going-on-with-the-weather Middle East snow, extreme heatwaves and UAE fog: what's going on with the weather? | The National]. Thenational.ae (29 January 2013). Retrieved on 10 October 2015.</ref> The Jebel Jais mountain cluster in Ras al-Khaimah has experienced snow only twice since records began.<ref>{{cite news|url=http://gulfnews.com/news/gulf/uae/general/heavy-snowfall-on-ras-al-khaimah-s-jebel-jais-mountain-cluster-1.46663|title=Heavy snowfall on Ras Al Khaimah's Jebel Jais mountain cluster|author=Nasouh Nazzal|work=[[Gulf News]]|date=24 January 2009}}</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}
|
টা সম্পাদনা