কুৱেইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox Country |native_name =  دولة الكويت
''দাওলাত আল-কুৱেইট '' |conventional_long_name = কুৱে...

60 নং শাৰী:

খাৰুৱা তেলৰ সঞ্চিত ভাণ্ডাৰৰ ভিতৰত কুৱেইট বিশ্বৰ ভিতৰতে পঞ্চম। সেইদৰে জনমূৰী আয়ৰ হিচাপত ই বিশ্বৰ একাদশ স্থানৰ ধনী দেশ। কুৱেইটত তেলৰ সন্ধান আৰু শোধনৰ প্ৰক্ৰিয়া ১৯৩০ চনৰ পৰা আৰম্ভ কৰা হৈছিল। ১৯৬১ চনত যুক্তৰাষ্ট্ৰৰ পৰা স্বাধীন হোৱাৰ পিছৰে পৰা এই ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি দেখিবলৈ পোৱা গৈছে। দেশ খনৰ ৯৫ শতাংশ ৰপ্তানি আৰু ৮০ শতাংশ চৰকাৰী ৰাজস্ব তেল আৰু তেলৰ পৰা উৎপাদিত বস্তুৰ পৰায়ে আহে।

==ৰাজনীতি==
== প্ৰশাসন ==
কুৱেইট ছয়খন প্ৰশাসনীয় অঞ্চলত বিভক্ত। এই অঞ্চল সমূহ আকৌ জিলাৰে ভাগ কৰা হৈছে।

{| class="wikitable"
! bgcolor="#ffffff" colspan="25" width="80%" valign="right"|[[File:Kuwait governorates english.png|250px|কুৱেইটৰ প্ৰশাসনীয় অঞ্চল]]

|-align="center" bgcolor="#CCCCCC"
! অঞ্চল
! ৰাজধানীCapital
! কালি
কিঃমিঃ²
! জনসংখ্যা
লোকপিয়ল
২০০৫
! সৃষ্টি

| আল আশ্বিমাহ (আল কুৱায়ত)2) || আল কুৱেইট || align="right" |২০০ || align="right" | ২৬১০১৩ || প্ৰাৰম্ভিক প্ৰশাসনীয় অঞ্চল

| হায়াল্লি || হায়াল্লি জিলা || align="right" | ৮৪ || align="right" | ৪৮৭৫১৪ || প্ৰাৰম্ভিক প্ৰশাসনীয় অঞ্চল

| আল ফাৰৱানীয়া || আল ফাৰৱানীয়া || align="right" | ১৯০|| align="right" |৬২২১২৩ || আল আশ্বিমাহৰ পৰা, ১৯৮৮

| আল আহমেডি 1) || আল আহমেডি|| align="right" |৫১২০ || align="right" | ৩৯৩৮৬১ || আল আশ্বিমাহৰ পৰা, ১৯৪৬

| আল জাহৰা 3) || আল জাহৰা || align="right" |১২১৩০ || align="right" | ২৭২৩৭৩ || আল আশ্বিমাহৰ পৰা, ১৯৭৯

| মোবাৰাক আল কবিৰ || মোবাৰাক আল কবিৰ || align="right" |৯৪|| align="right" | ১৭৬৫১৯ || হায়াল্লিৰ পৰা, ১৯৯৯
|- style="background: #CCC;"
| মুঠ || || align="right" |১৭৮১৮ || align="right" | ২২১৩৪০৩ ||

| colspan=5 bgcolor="#ffffff" | 1)১৮ ডিচেম্বৰ, ১৯৬৯ চনত চৌদি কুৱেইটি প্রশমন অঞ্চল ভংগ কৰা হয় ,
আৰু উত্তৰ অঞ্চলৰ ২৫৯০ কিঃমিঃ² আল আহমেডিত যোগ দিয়া হয় (লগতে কিছু অঞ্চল আল জাহৰাত যৌগ দিয়া হয় )

| colspan=5 bgcolor="#ffffff" | 2) ফেইলকা দ্বীপ, মিচকান দ্বীপ আৰু আওহাহ দ্বীপেৰে গিঠিত

| colspan=5 bgcolor="#ffffff" | 3) ৱাৰবাহ আৰু বুবিয়ান দ্বীপেৰে গঠিত

== ভাষা ==

আদৰ্শ [[আৰৱী ভাষা]] কুৱেইটৰ চৰকাৰী ভাষা। আদৰ্শ আৰৱী ভাষা ধ্ৰুপদী আৰৱী ভাষাৰ এটি আধুনিকায়িত ৰূপ। ধৰ্মীয় আচাৰ অনুষ্ঠানত এতিয়াও ধ্ৰুপদী আৰৱী ভাষা ব্যৱহৃত হয়। অন্যান্য সমস্ত আনুষ্ঠানিক কামকাজ, শিক্ষা আৰু গণমাধ্যমত আদৰ্শ আৰৱী ভাষা ব্যৱহৃত হয়। কুৱেইটৰ জনগণৰ প্ৰায় ৮৫% লোকে মৌখিক আদান-প্ৰদানৰ বাবে উপসাগৰীয় আৰৱী ভাষা ব্যৱহাৰ কৰে। বিদেশী ভাষা হিচাপে [[ইংৰাজী ভাষা]] বহুলভাবে প্ৰচলিত। ইংৰাজীত ৰেডিঅ টিভিৰ অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়।
==তথ্য উৎস==
{{reflist}}
"https://as.wikipedia.org/wiki/কুৱেইট"ৰ পৰা অনা হৈছে