কম্বোডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
63 নং শাৰী:
 
বিশ্বৰ আটাইতকৈ বিশাল ধাৰ্মিক উপাসনাস্থলী তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ [[অংকৰ ৱাত]] মন্দিৰ ইয়াতেই অৱস্থিত।
 
==ৰাজনীতি==
== ভূগোল ==
কম্বোডিয়া সম্পূৰ্ণৰূপে ক্ৰান্তীয় অঞ্চলত অৱস্থিত। সেয়ে ইয়াৰ জলবায়ু উষ্ণ আৰু আদ্ৰ। মেকং নদী ইয়াৰ গুৰুত্বপূৰ্ণ নদী। এই নদী দেশখনৰ সোঁমাজেৰে পাৰ হৈ গৈছে। মেকং নদী কম্বোডিয়াৰ মূল পানীৰ উৎস। দেশ খন আকাৰৰ ফালৰ পৰা মিছৌৰীৰ সমান।
== অৰ্থনীতি ==
[[File:Royal.Place.Phnom.Penh.Palais.Royal.Cambodge.001.jpg|thumbnail|right| কম্বোডিয়াৰ ৰাজপ্ৰসাদ]]
বৰ্তমান সময়ত কম্বোডিয়াৰ অৰ্থনীতি দ্ৰুত গতিত আগবাঢ়িছে। কম্বোডিয়ায়ে ইয়াৰ প্ৰথম সুউচ্চ আকাশলংঘি অট্টালিকা গোল্ড টাৱাৰ ৪২ নিৰ্মাণ কৰাৰ পথত। ফেনম পেনহ চহৰৰ কাষতে কামক' চিটি নামৰ এক আধুনিক উপগ্ৰহ চহৰ নিৰ্মাণ কৰি থকা হৈছে। কোৰিয়ান বিনিয়োগকাৰী সকলৰ দ্বাৰা এই চহৰ নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ মূল উদ্দেশ্য হল ফেনম পেনহক এক আধুনিক ৰূপ প্ৰদান কৰা আৰু বিদেশী বিনিয়োগ বৃদ্ধি কৰা। কম্বোডিয়া বিশ্বৰ অন্যতম শীৰ্ষ দুৰ্নীতিগ্রস্ত দেশ হিচাপে জনাজাত। প্ৰাকৃতিক সম্পদ আৰু পৰ্যটন ইয়াৰ অৰ্থনীতিৰ মূল ভেটি।
== জনগাঁথনি ==
খামেৰ বা কম্বোডিয়ান সকল ইয়াৰ মূল অধিবাসী। অন্যান্য উল্লেখযোগ্য সংখ্যালঘু সম্প্ৰদায় সমূহ হল: চীনা, ভিয়েটনামী, মুছলমান চাম-মালয়, লাওটিয়ান আৰু বিভিন্ন ওচৰৰ পাহাৰীয়া জনগোষ্ঠী।
==তথ্যউৎস==
{{reflist}}