লেবানন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox Country |native_name = লেবানন গণতন্ত্ৰ <br> <big>{{lang|ar|الجمهورية اللبنانية}}</big> <br />''La Républi...
 
62 নং শাৰী:
ইয়াত এক বিশেষ প্ৰকাৰৰ গণতান্ত্ৰীক চৰকাৰে শাসন কৰে। ইয়াৰ ৰাষ্ট্ৰপতি এজন খ্ৰীষ্টিয়ান, প্ৰধানমন্ত্ৰী এজন চুন্নী মুছলমান, নিৰ্বাচিত প্ৰতিনিধিৰ সভাৰ অধ্যক্ষ এজন চিয়া মুছলিম আৰু উপ-প্ৰধানমন্ত্ৰী এজন পৰম্পৰাগত গ্ৰীক ধৰ্মৰ। আৰৱী আৰু ফৰাচী ইয়াৰ চৰকাৰী ভাষা।
 
লেবাননত দুটা পৰ্বত শ্ৰেণী আছে। ইয়াৰ উপকূলীয় সীমাৰেখাও যথেষ্ট বেছি। লেবাননক প্ৰায়ে "'''মধ্যপ্ৰাচ্যৰ পদ্মৰাগ মণি'''" বুলি কোৱা হয়।
==ৰাজনীতি==
 
ইয়াত প্ৰায় ৪ মিলিয়ন লোকে বসবাস কৰে।<ref>{{cite web|title=The World Factbook|url=https://www.cia.gov/library/publications/the-world-factbook/geos/le.html#People|publisher=United States government|accessdate=20 March 2016}}</ref> আনহাতে প্ৰায় ১৬ মিলিয়ন লেবানিছ মানুহ বিশ্বৰ আন আন প্ৰান্তত বাস কৰে। লেবাননৰ সংস্কৃতি ঘাইকৈ পাশ্চাত্য সভ্যতাৰ লগত মিল আছে। সেয়ে ইয়াক '''প্ৰাচ্য আৰু পাশ্চাত্যৰ মিলনভূমি''' বুলিও কোৱা হয়।
 
চিদাৰ গছ লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক। ইয়াৰ পৰ্বত-পাহাৰত যথেষ্ট পৰিমাণে এই গছ পোৱা যায়।
== প্ৰশাসন ==
লেবানন ছয়খন প্ৰশাসনিক অঞ্চলত বিভক্ত। এই ছয়খন প্ৰশাসনিক অঞ্চল আকৌ ২৫ খন জিলাত ভাগ কৰা হৈছে। <ref>USAID Lebanon. [http://lebanon.usaid.gov/(jakkco45gisweaychxvyoq55)/files/activities.aspx "USAID Lebanon—Definitions of Terms used"]. Retrieved 17 December 2006.</ref> জিলা সমূহ আকৌ কেইবাখনো পৌৰসভাত বিভক্ত কৰা হৈছে।
 
* বেইৰুত প্ৰশাসনিক অঞ্চল
** বেইৰুত প্ৰশাসনিক অঞ্চল কোনো আন জিলাত ভাগ কৰা হোৱা নাই। ই কেৱল ৰাজধানী বেইৰুত চহৰেৰে গঠিত ।
* নাবাটিয়েহ প্ৰশাসনিক অঞ্চল (''জাবল আমেল'')
** বিণ্ট জীবেল জিলা
** হাশ্ববায়া জিলা
** মাৰজেয়ুন জিলা
** নাবাটিয়েহ জিলা
* বেক্কা প্ৰশাসনিক অঞ্চল
** বালবেক জিলা
** হেৰমেল জিলা
** ৰাশায়া জিলা
**পশ্চিম বেক্কা জিলা (''আল বেক্কা লাল ঘৰবি'')
** জাহলে জিলা
* উত্তৰ প্ৰশাসনিক অঞ্চল (''আল শামাল'')
** অক্কাৰ জিলা
** বাটৰৌন জিলা
** বশ্বৰৰী জিলা
** কৌৰা জিলা
** মিনিয়েহ দাননীয়েহ জিলা
** ত্ৰিপলি জিলা
** জঘৰতা জিলা
*মাউণ্ট লেবানন প্ৰশাসনিক অঞ্চল (''জাবল লুবনান'')
**এলে জিলা
** বাব্দা জিলা
** বিবলছ (''জাবেলি'')
** চৌফ জিলা
** কেছেৰৱান জিলা
** মাতন জিলা
* দক্ষিণ প্ৰশাসনিক অঞ্চল (''আল জানোব '')
** জেঝজিন জিলা
** চিদন জিলা (''চাইদা '')
** টায়াৰ জিলা (''চুৰ'')
 
[[File:Pano Baalbek 1.jpg|thumb|center|500px|বালবেকৰ ঐতিহাসিক অঞ্চল]]
==তথ্য উৎস==
{{reflist}}
"https://as.wikipedia.org/wiki/লেবানন"ৰ পৰা অনা হৈছে