শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox settlement |official_name = শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে<br>Sri Jayawardenepura Kotte |native_name = <br />{...
 
34 নং শাৰী:
}}
'''শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে (Sri Jayawardenepura Kotte''' বা '''Sri Jayewardenepura Kotte''')<ref>http://www.parliament.lk/en/secretariat/vacancies/view/65</ref> ('''কট্টে''' বুলিও জনাজাত ) [[শ্ৰীলংকা]]ৰ চৰকাৰী ৰাজধানী।<ref>{{cite web|url=http://www.priu.gov.lk/Parliament/ParliamentHistory.html|title=The Administrative Capital of Sri Lanka since 1982 is Sri Jayewardenepura Kotte.|accessdate=2015-01-07 |work=Official Sri Lanka government website}}</ref> ১৯৮২ চনত শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেলৈ স্থানান্তৰ কৰা হয়। ই কলম্বোৰ কাষতে অৱস্থিত নাগৰিক এলেকা।
==স্থাপন==
==প্ৰশাসন==
 
শ্ৰীলংকাৰ নতুন সংসদ ১৯৮২ চনৰ ২৯ এপ্ৰিলত উদ্বোধন কৰে হয়। নতুন সংসদ ভৱন ৫০,০০০ বৰ্গ মিটাৰ এলেকাৰ দোৱা বা এখন হ্ৰদৰ মাজৰ দ্বীপত নিৰ্মাণ কৰা হয়। এই দ্বীপ পূৰ্বতে পৰ্তুগীজ সকলে কট্টেৰ শেষৰ কালৰ লৈকে অধিকাৰ কৰি ৰাখিছিল। এই ৰাজকীয় চহৰত সুৰা নিষিদ্ধ। ২৯ এপ্ৰিল ১৯৮২ চনত ৰাষ্ট্ৰপতি জে. আৰ. জয়বৰ্ধনে এই সংসদ ভৱন কমপ্লেক্স উদ্বোধন কৰে।
 
কলম্বোৰ পৰা চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ ইয়ালৈ স্থানান্তৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে।
== প্ৰশাসন Municipal structure ==
[[File:Colombo 79.87379E 6.92710N.jpg|thumb|250px| কলম্বোৰ পৰা দক্ষিণ পূবত শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেৰ অৱস্থান]]
 
কট্টে নাগৰিক উন্নয়ন কাউন্সিল ১৯৩০ ৰ দশকত ৰাজাগিৰীয়া নামৰ আধুনিক ভৱন নিৰ্মাণৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল। পিছলৈ ই কট্টে নাগৰিক কাউন্সিললৈ উন্নীত হয়। কলম্বো পৌৰনিগমৰ এক বুজন অংশৰ দ্বাৰা এই কাউন্সিল প্ৰতিষ্ঠা কৰা হৈছিল।
১৯৯৭ চনত কট্টে নাগৰিক কাউন্সিল''' শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে পৌৰনিগম'''লৈ উন্নীত হয়। চন্দ্ৰ ছিলভা ইয়াৰ প্ৰথম মেয়ৰ আছিল।
 
এই কাউন্সিলত ২০ জন সদস্য আছে। ইয়াৰ ১০ টা ৱাৰ্ড আছে। কিন্তু এই ৱাৰ্ড সমূহৰ কোনো প্ৰতিনিধি নাই। কেৱল ভোটডাঙৰ বাবে এই ৱাৰ্ড ব্যৱহৃত হয়।
 
===অঞ্চল===
* পিতা কট্টে
পিতা কট্টে চহৰ খনৰ মাজে ভাগৰে গঠিত। মালিবান আৰামায়া মন্দিৰ এই অঞ্চলৰ মুখ্য আকৰ্ষণ।
*এথুল কট্টে
*নাৱালা
*নুগেগদা
* ৰাজাগিৰীয়া