ৱিকিপিডিয়া:ইতিবৃত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

46.198.197.15 (আলোচনা) সম্পাদিত 158859 সংশোধনটি বাতিল কৰক
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
3 নং শাৰী:
{{About Wikipedia}}
 
অসমীয়া গণবিশ্বকোষ (Assamese Open Content Wikipedia) হৈছে ৱিকিপিডিয়া বৃহত্তৰ প্ৰকল্পৰ এক অংশ। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে পৃথিবীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰা। সাৰ্বজনীন চফ্টৱেৰে আৰু কন্টেন্ট আন্দোলনৰ (open source software and content movement) ব্যাপক জনসমৰ্থন আৰু সুফলৰ এক উৎকৃষ্ট উদাহৰণস্বৰুপ এই গণবিশ্বকোষৰ ২০০১ চনত আৰম্ভ হোৱা ইংৰাজী সংকলনটোত বৰ্তমান প্ৰায় ৫ লাখতৈকও অধিক উৎকৃষ্ট মানৰ প্ৰবন্ধ আছে। ইয়াৰেই অনুকৰণ কৰি ভগ্নী প্ৰকল্প হিচাবে সৃষ্টি কৰা প্ৰায় শতাধিক পৃথিৱীৰ অন্যান্য বিভিন্ন ভাষাৰ সাৰ্বজনীন গণবিশ্বেকাষ নিত্যবৰ্ধিত সংখ্যাইও এই প্ৰকল্পৰ কলেৱৰ বৃদ্ধিত অৰিহনা যোগাইছে।
 
ৱিকিপিডিয়া [[ইণ্টাৰনেট]]ক কেন্দ্ৰ কৰি গঢ়ি উঠা এক মুক্ত [[জ্ঞানকোষ]] পৰিযোজনা । ই [[ৱিকি]] নামৰ এনে এটা ব্যৱস্থাৰে পৰিচালিত য’ত যি কোনো ব্যক্তিয়েই ইয়াৰ যিকোনো বিষয়কে সম্পাদনা কৰিব পাৰে ।ৱিকিপিডিয়া শব্দটো ৱিকি আৰু এনচাইক্ল’পিডিয়া (জ্ঞানকোষ) শব্দ দুটা মিলাই সৃষ্টি কৰা হৈছে । ৱিকিপিডিয়া এক বহুভাষিক প্ৰকল্প আৰু ই স্বেচ্ছাসেৱকৰ বৰঙনিৰে নিৰ্মিত ।ইণ্টাৰনেটৰ জৰিয়তে যিকোনো ব্যক্তিয়েই ইয়াত বৰঙনি আগবঢ়াব পাৰে আৰু সম্পাদনা কৰিব পাৰে । ৱিকিপেডিয়াৰ মূখ্য পৰিচালন কেন্দ্ৰ [[ফ্লৰিডা]]ৰ [[টেম্পা]]ত অৱস্থিত আৰু অতিৰিক্ত পৰিচালন কেন্দ্ৰ [[আমষ্টাৰডাম]] আৰু [[ছিউল]]ত আছে ।