জাপান সাগৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

32 নং শাৰী:
 
ইউৰোপত সাগৰখনক, "মেৰ ডু জাপন" ফ্ৰান্সত, "জাপানিস্কাছ মীৰ" জাৰ্মানীত, "মাৰ ডেল গিয়াপ্প'নে" ইটালিত, আৰু স্পেইনত "মাৰ ডে জাপ'ন" বুলি কয়। দক্ষিণ পূৱ এছিয়াত, [[মালয় ভাষা]]ত "লাউট জেপুন", [[ইণ্ডোনেছিয়ান ভাষা]]ত "লাউট জেপাং" আৰু [[ফিলিপাইন ভাষা]] "ডাগাট হেপন" বুলি কোৱা হয়।
==জীৱ প্ৰজাতি==
[[File:107 0798 Sivuchi wiki.jpg|thumb|right|মনেৰোণ দ্বীপৰ [[সামুদ্ৰিক সিংহ]]]]
উচ্চ হাৰত উপলব্ধ দ্ৰবীভূত অক্সিজেনৰ বাবে জাপান সাগৰত বহু জলজ জীৱ পোৱা যায় – প্ৰায় আঠ শতাধিক জলজ উদ্ভিদ আৰু ৯০০তকৈও অধিক মাছ আৰু ২৬টা স্তন্যপায়ী প্ৰজাতিকে ধৰি প্ৰায় ৩,৫০০তকৈও অধিক জলজ প্ৰাণী পোৱা যায়। সমুদ্ৰতীৰত বহু বৰ্গকিলোগ্ৰাম জীৱভৰ (biomass) পোৱা যায়। সামুদ্ৰিক মাছৰ ভিতৰত [[Pacific saury|ছাউৰি]], মেকেৰেল, [[Trachurus|জেক মেকেৰেলছ]], ছাৰ্ডিন, আঞ্চভি, হেৰিং, [[Sparidae|ছি বিম]], স্কুইড আৰু বিভিন্ন প্ৰজাতিৰ ছলমন আৰু ট্ৰোট উল্লেখযোগ্য। ইয়াৰোপৰি কড, পলোক আৰু আটকা মেকেৰেল আদি মাছো পোৱা যায়।
 
স্তন্যপায়ীৰ ভিতৰত ছীল আৰু তিমি আৰু খোলাধাৰী জীৱৰ ভিতৰত কেকোঁৰা উল্লেখনীয়। ঠেক জলীয় পথেৰে প্ৰশান্ত মহাসাগৰৰ সৈতে সংযুক্ত হৈ থকা বাবে ইয়াত বিশেষভাৱে বৈশিষ্টপূৰ্ণ গভীৰ পানীৰ সামুদ্ৰিক উদ্ভিদ প্ৰজাতি নাই। এই অঞ্চলত পোৱা একক বৈশিষ্টৰ জীৱ প্ৰজাতি সমূহক "জাপান সাগৰৰ মৌল" বোলা হয়।<ref name="Kameda 2011">Kameda Y. & Kato M. (2011). "Terrestrial invasion of pomatiopsid gastropods in the heavy-snow region of the Japanese Archipelago". ''[[BMC Evolutionary Biology]]'' '''11''': 118. {{doi|10.1186/1471-2148-11-118}}.</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}