শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
39 নং শাৰী:
 
কলম্বোৰ পৰা চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ ইয়ালৈ স্থানান্তৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে।
== প্ৰশাসন Municipal structure ==
[[File:Colombo 79.87379E 6.92710N.jpg|thumb|250px| কলম্বোৰ পৰা দক্ষিণ পূবত শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেৰ অৱস্থান]]
 
76 নং শাৰী:
*অন্যান্য খ্ৰীষ্টান ধৰ্মৰ লোক ৩,৬১৮ জন আৰু
*অন্যান্য ১৭০ জন।
==ক্ৰীড়া==
দেশৰ নগৰ অঞ্চল তথা গ্ৰাম্যাঞ্চলত ক্ৰিকেট অতি জনপ্ৰিয় খেল, নগৰ খনৰ প্ৰায় প্ৰতিখন খেল পথাৰত ক্ৰিকেট খেলা দেখা যায়।
 
এটা সময়ত কলম্বো অঞ্চসত ফুটবল জনপ্ৰিয় আছিল, ১৯৮০ চন মানৰ পৰা ইয়াৰ ঠাই ক্ৰিকেটে দখল কৰিলে। চাৰিটা পৃথক ফুটবল ক্লাবে (লিডো, ৱেলিকাড়া প্ৰগ্ৰেছ, ৱ্লিকাড়া ৰেড ষ্টাৰ আৰু ৱেলিকাড়া ইউনাইটেড) ব্যৱহাৰ কৰা ৱেলিকাড়া, ৰাজাগিৰিয়াৰ ইডব্লিউ পেৰেৰা পাৰ্কৰ খেলপছাৰত ১৯৭০ চনত এটা পেভেলিয়ন নিৰ্মান কৰা হয়। যিকিনহওক জেআৰ জয়াৱৰ্ধনেৰ দ্বাৰা ফেলপথাৰ ধ্বংশ কৰাৰ পিছত ফুটবল ক্লাবসমূহো অন্তৰ্ধান হবলৈ ধৰিলে।
==তথ্য উৎস==
{{reflist}}