কাকৈঢোৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
17 নং শাৰী:
| range_map= PaintedStorkMap.svg
}}
[[File:Painted stork ,Motemajra pond 02.jpg|thumb|Painted stork ,[[Motemajra]] village pond,[[Punjab]],India]]
 
 
'''পাকৈঢোৰা''' ({{Lang-en|Painted Stork}}; বৈজ্ঞানিক নাম: ''Mycteria leucocephala'')<ref name=aa>শান্তা শৰ্মা, ''লুইতৰ পাৰৰ চৰাইৰ বিননি'', সাপ্তাহান্তিক (আমাৰ অসম কাকতৰ শনিবৰীয়া পৰিপূৰিকা) ১২ মে, ২০১২</ref> এবিধ পানী যুঁৱলিত দেখা পোৱা চৰাই। হিমালয়ৰ পাদদেশৰ [[দক্ষিণ এছিয়া]] আৰু দক্ষিণ-পূব এছিয়াত এই চৰাই দেখা পোৱা যায়। [[অসম]]তো চৰাই বিধ পোৱা যায়। তৰাং পানীত দল বান্ধি থাকে। আধাখোলা ঠোঁট পানীত ডুবাই ৰাখি ইফাল-সিফাল কৰি থাকে। মাছ পালেই ঠোঁটেৰে ধৰি লয়। পানীৰে অহাযোৱা কৰোঁতে ঠেঙেৰে খেদালি থাকে, আৰু লুকাই থকা মাছ ওপৰলৈ উঠি আহে। দল বান্ধি গছত বাঁহ সাজে। এইবিধ [[পৰিভ্ৰমী চৰাই]] নহয়। খাদ্যৰ সন্ধানতো বৰ বেছি দূৰলৈ নাযায়।
"https://as.wikipedia.org/wiki/কাকৈঢোৰা"ৰ পৰা অনা হৈছে