→বৰ্ণ
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
(→বৰ্ণ) |
||
==বৰ্ণ==
যি সঙ্কেতৰ দ্বাৰা একোটা ধ্বনি প্ৰকাশ কৰা যায়, তাকে বৰ্ণ বোলে। বৰ্ণৰ সমষ্টিয়েই বৰ্ণমালা। বৰ্ণ কৰ্ণেন্দ্ৰিয়বেদ্য। বৰ্ণৰ চাক্ষুষ ৰূপেই অক্ষৰ বা আখৰ। অৱশ্যে বৰ্ণ আৰু আখৰ দুয়োতাকে প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰা দেখা যায়।
বর্ণ
বর্ণ ধ্বনিৰ এেকোটা গোট। বর্ণ উচ্চাৰণ নহয়। বর্ণর অন্তর্গত ধ্বনিবোৰহে উচ্চাৰণ হয়।
ধ্বনি
বাগযন্ত্রৰ দ্বারা উচ্চাৰিত যাদৃচ্ছিক প্রতীকেই হল ধ্বনি।
আখৰ
বর্ণর চাক্ষুষ ৰূপেই হল আখৰ।
==লগতে চাওক==
|