বিক্ৰম সাৰাভাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক
Content deleted Content added
নতুন পৃষ্ঠা: ==তথ্য সংগ্ৰহ== {{reflist}} {{Infobox scientist | name = বিক্ৰম সাৰাভাই<br>Vikram Sarabhai | full name...
(কোনো পাৰ্থক্য নাই)

10:25, 30 December 2016ৰ সংস্কৰণ

তথ্য সংগ্ৰহ

বিক্ৰম সাৰাভাই
Vikram Sarabhai
 
জন্ম ১২ আগষ্ট, ১৯১৯[1][2]
আহমেদাবাদ, বোম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ৩০ ডিচেম্বৰ, ১৯৭১
হালচিয়ন কেছেল, কভালম, তিৰুঅনন্তপুৰম, কেৰেলা, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
কৰ্মস্থান ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)
ভৌতিক গৱেষণাগাৰ(PRL)
শিক্ষানুষ্ঠান গুজৰাট কলেজ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ছাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণ
জনা যায় ভাৰতীয় মহাকাশ আঁচনি
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভটনাগৰ বঁটা (১৯৬২)
পদ্ম ভূষণ(১৯৬৬)
পদ্ম বিভূষণ (মৰণোত্তৰ ভাবে) (১৯৭২)
দাম্পত্যসঙ্গী মৃণালিনী সাৰাভাই (শাস্ত্ৰীয় নৃত্য পতিয়সী)
সতি-সন্ততি মল্লিকা সাৰাভাই[3][4][5][6]কাৰ্তিকেয় সাৰাভাই[7]

বিক্ৰম অম্বালাল সাৰাভাই (ইংৰাজী:Vikram Ambalal Sarabhai) (১২ আগষ্ট ১৯১৯ - ৩০ ডিচেম্বৰ ১৯৭১)[8] এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল। [9] স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটকীয়া স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৬ চনত পদ্ম ভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰ ভাবে পদ্ম বিভূষণ বঁটা প্ৰদান কৰে।[10]

ব্যক্তিগত জীৱন

বিক্ৰম সাৰাভাই ভাৰতৰ বিখ্যাত সাৰাভাই পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ অম্বালাল সাৰাভাই ভাৰতৰ স্বাধীনতা আন্দোলনত এজন সক্ৰিয় অংশগ্ৰহণ কৰা এজন বিখ্যাত উদ্যোগপতি আছিল। তেওঁ ১৯৪২ চনত শাস্ত্ৰীয় নৃত্য বিশাৰদ মৃণালিনীৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন সন্তান আছে। তেওঁৰ জীয়েক মল্লিকা সাৰাভাই এগৰাকী প্ৰতিষ্ঠিত নায়িকা আৰু আৰু পুত্ৰ কাৰ্তিকেয় সাৰাভাই এজন বিজ্ঞানী।[7] তেওঁ জৈন ধৰ্মৰ অনুগামী। তেওঁ আহমেদাবাদৰ শ্ৰীমল জৈন সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।[11]

কৰ্মজীৱন

তথ্য উৎস

  1. "Vikram Sarabhai Biography". mapsofindiamapsofindia.com. January 30, 2014. http://www.mapsofindia.com/who-is-who/science-technology/vikram-sarabhai.html। আহৰণ কৰা হৈছে: 22 July 2015. 
  2. "About Vikram Sarabhai". iloveindiailoveindia.com. http://www.iloveindia.com/indian-heroes/vikram-sarabhai.html। আহৰণ কৰা হৈছে: 22 July 2015. 
  3. "Mystery behind Vikram Sarabhai's death". Times of India. December 30, 2008. http://timesofindia.indiatimes.com/city/ahmedabad/Mystery-behind-Vikram-Sarabhais-death/articleshow/3910516.cms। আহৰণ কৰা হৈছে: 22 July 2015. 
  4. "Vikram Sarabhai's love affair gave birth to IIM-A". Times of India. January 8, 2014. http://timesofindia.indiatimes.com/india/Vikram-Sarabhais-love-affair-gave-birth-to-IIM-A-book-says/articleshow/28534030.cms। আহৰণ কৰা হৈছে: 22 July 2015. 
  5. "Witness to persecution". tribuneindia. January 14, 2006. http://www.tribuneindia.com/2006/20060121/saturday/above.htm। আহৰণ কৰা হৈছে: 22 July 2015. 
  6. Vikram Sarabhai: A Life by Amrita Shah, 2007, Penguin Viking ISBN 0-670-99951-2
  7. 7.0 7.1 "Famous people, Vikram Sarabhai". thefamouspeople. http://www.thefamouspeople.com/profiles/vikram-sarabhai-5293.php#mEwgWkBQ6yRGZHkx.99। আহৰণ কৰা হৈছে: 22 July 2015. 
  8. "The Visionary- Vikram Ambalal Sarabhai". Vikram Sarabhai Space Centre. http://www.vssc.gov.in/VSSC_V4/index.php/vikram-sarabhai। আহৰণ কৰা হৈছে: 22 July 2015. 
  9. "Profile of the Awardee, Dr Vikram Ambalal Sarabhai". ssbprize.gov.in. http://ssbprize.gov.in/Content/Detail.aspx?AID=286। আহৰণ কৰা হৈছে: 22 Feb 2016. 
  10. "Padma Awards Directory (1954-2013)". Ministry of Home Affairs, Government of India. 14 August 2013. Archived from the original on 15 November 2014. http://www.webcitation.org/6U68ulwpb। আহৰণ কৰা হৈছে: July 21, 2015. 
  11. "Jains steal the show with 7 Padmas". Times of IndiaThe times of India. April 9, 2015. http://timesofindia.indiatimes.com/india/Jains-steal-the-show-with-7-Padmas/articleshow/46856659.cms। আহৰণ কৰা হৈছে: 9 December 2015. "The Jain community has always nurtured exceptional talent whether it is eminent scientist Vikram Sarabhai, who is considered the father of the country's space programme, or poet, thinker and spiritual leader Banarsidas who composed the magnum opus Ardhakathanaka, the first ever autobiography in Hindi literature."