পাঞ্জাবাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
1 নং শাৰী:
==পান্জাবাৰী==
 
 
পান্জাবাৰী'''পাঞ্জাবাৰী''' গুৱাহাটী মহানগৰৰ এক কাৰ্যালয় আৰু আবাসিক এলেকা ৷ ই দিশপুৰৰ ৫২ নং সমষ্টিৰ অন্তৰ্ভূক্ত ৷ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত ই মহানগৰখনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল ৷ ইয়াত বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু উন্নত মানদণ্ডৰ আবাসিক আন্ত:গাথনিৰ দ্বাৰা পৰিবেষ্টিত ৷
মহানগৰীৰ ছয়মাইল অঞ্চল পাৰ হৈ সম্পূৰ্ণ সাতগাৱলৈ এই বিস্তীৰ্ণ অংশ পান্জাবাৰীৰ অন্তৰ্গত ৷
 
==ইতিহাস==
 
প্ৰাচীনকালত পান্জাবাৰীপাঞ্জাবাৰী [[কামৰূপ সাম্ৰাজ্য]]ৰ অন্তৰ্গত আছিল ৷ পিছলৈ ই [[কোচ সাম্ৰাজ্য]]ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰাধীন হয় ৷ [[মোগল]]ৰ আগমণত এই অঞ্চল কামৰূপৰ আন ঠাইসমূহৰ দৰে কামৰূপ পৰগণাৰ অন্তৰ্ভূক্ত হয় ৷ মোগলৰ শাসন শেষ হোৱাৰ অন্তত ই [[কোচ হাজো]]ৰ ভিতৰলৈ আহে ৷ ব্ৰিটিছৰ আগমণৰ লগে লগে কোচ ৰাজ্য বিভক্ত হৈ বিভিন্ন জমিদাৰীলৈ পৰিৱৰ্তন হয় ৷ পান্জাবাৰীপাঞ্জাবাৰী [[বেলতলা ]]জমিদাৰী আৰু পিছলৈ বেলতলা মৌজাৰ অন্তৰ্গত হয় ৷ পান্জাবাৰীৰপাঞ্জাবাৰীৰ গাওগাওঁ পঞ্চয়ত বাঘৰবড়ীলৈ সলনি হয় ৷ পিছলৈ গুৱাহাটীৰ বহুমুখী পৰিকল্পনাত পান্জাবাৰীপাঞ্জাবাৰী এক অভিজাত বসতিলৈ ৰূপান্তৰিত হয় ৷ লগতে অসমৰ কলা-সংস্কৃতিৰ সৈতে জড়িত কাৰ্যালয়সমূহ ইয়ালৈ অনা হয় ৷
লোককথা মতে, পান্জাবাৰীতপাঞ্জাবাৰীত ভূতপূৰ্ব জমিদাৰসকলৰ পাচখন বাৰী আছিল ৷ সংক্ষেপে পঞ্চবাৰী ৷ কিন্তু ইয়াত বসবাস কৰা জনজাতীয় লোক সকলৰ মুখত অপভ্ৰংশ হৈ পান্জাবাৰীলৈপাঞ্জাবাৰীলৈ সলনি হয় ৷ এই অঞ্চলত এতিয়াও পৰি থকা পুখুৰী আৰু বহু বছৰ পুৰণি গছ-গছনি আৰু ফলৰ বাগানসমূহে তাৰে ইংগিত বহন কৰে ৷ দূৰ্ভাগ্যবশত: মহানগৰীৰ দ্ৰুত উন্নয়নৰ নামত সংৰক্ষণ কৰিব পৰা নগ'ল ৷ কিন্তু আবাসিক এলেকাৰ মাজে মধ্যে পৰা পুৰণি গছ আৰু পুখুৰী আৰু ভিতৰৰ জনজাতীয় বসতিয়ে গৌৰৱোজ্বল ইতিহাসৰ নিদৰ্শন দাঙি ধৰে ৷
 
==পথ সমূহ আৰু বিখ্যাত ভৱন==
 
উল্লখযোগ্য পথ সমূহ হ'ল- দ্বাৰান্ধা, জুৰিপাৰ, মেংগ লেন, জিলিকা পথ, বাঘৰবড়ী, নৱজ্যোতি, নামঘৰ পথ, বতাহঘূলি ৷ ইয়াত অৱস্হিত ভৱনসমূহৰ ভিতৰত [[কলাক্ষেত্ৰ]], ছিক্কিম হাউছ, শংকৰদেৱ আন্তৰ্জাতিক অডিটৰিয়াম, বিপণন ক্ষেত্ৰ আদি ৷ পান্জাবাৰীৰপাঞ্জাবাৰীৰ মাজেৰে পাৰ হৈছে সম্পূৰ্ণ এক টু লেন ৷ প্ৰত্যেক শনিবাৰে বতাহঘূলিত এখন নিয়মীয়া হাট বহে প্ৰাচীন ঐতিহ্য লৈ ৷ ইয়াত মূখ্য আকৰ্ষণ থলুৱা সা-সামগ্ৰী আৰু শাক-পাচলি ৷
 
==কৰ-খাজনা==