পাঞ্জাবাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

12 নং শাৰী:
==পথ সমূহ আৰু বিখ্যাত ভৱন==
 
উল্লখযোগ্য পথ সমূহ হ'ল- দ্বাৰান্ধা, জুৰিপাৰ, মেংগ লেন, জিলিকা পথ, শিল্পগ্ৰাম, বাঘৰবড়ী, নৱজ্যোতি, নামঘৰ পথ, বতাহঘূলি, অৰবিন্দ মাৰ্গ ৷ ইয়াত অৱস্হিত ভৱনসমূহৰ ভিতৰত [[কলাক্ষেত্ৰ]], ছিক্কিম হাউছ, এন.চি.চি. মূখ্য কাৰ্যালয়, গুৱাহাটী মানসিক চিকিৎসালয়, শংকৰদেৱ আন্তৰ্জাতিক অডিটৰিয়ামপ্ৰেক্ষাগৃহ, অৰণ্য ভৱন, পূৰৱী দুগ্ধ উৎপাদন কেন্দ্ৰ, বিপণন ক্ষেত্ৰ, শ্ৰী অৰবিন্দ কেন্দ্ৰ, কেন্দ্ৰীয় শিক্ষা বিভাগৰ মূখ্য কাৰ্যালয় আদি ৷ পাঞ্জাবাৰীৰ মাজেৰে পাৰ হৈছে সম্পূৰ্ণ এক টু লেন ৷ প্ৰত্যেক শনিবাৰে বতাহঘূলিত এখন নিয়মীয়া হাট বহে প্ৰাচীন ঐতিহ্য লৈ ৷ ইয়াত মূখ্য আকৰ্ষণ থলুৱা সা-সামগ্ৰী আৰু শাক-পাচলি ৷
 
==কৰ-খাজনা==