পাঞ্জাবাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

12 নং শাৰী:
==পথ সমূহ আৰু বিখ্যাত ভৱন==
 
উল্লখযোগ্য পথ সমূহ হ'ল- দ্বাৰান্ধা, জুৰিপাৰ, মেংগ লেন, জিলিকা পথ, শিল্পগ্ৰাম, বাঘৰবড়ী, নৱজ্যোতি, নামঘৰ পথ, বতাহঘূলি, অৰবিন্দ মাৰ্গ ৷ ইয়াত অৱস্হিত ভৱনসমূহৰ ভিতৰত [[কলাক্ষেত্ৰ]], ছিক্কিম হাউছ, এন.চি.চি. মূখ্য কাৰ্যালয়, গুৱাহাটী মানসিক চিকিৎসালয়, শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, অৰণ্য ভৱন, পশ্চিম অসম দুগ্ধ সমবায় উৎপাদন কেন্দ্ৰ লিমিটেড, পুষ্প বিপণী, বিপণন ক্ষেত্ৰ, শ্ৰী অৰবিন্দ কেন্দ্ৰ, কেন্দ্ৰীয় শিক্ষা বিভাগৰ মূখ্য কাৰ্যালয়, অসম চলচ্ছিত্ৰ সংগ্ৰহালয়, বিষ্ণৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় ( ভূতপূৰ্বৰ আৰ্ল ল' কলেজ ), অসম ৰাজ্যিক চলচিত্ৰ বিনিয়োগ আৰু উন্নয়ন কাৰ্যালয় পৰিসীমিত আদি ৷ পাঞ্জাবাৰীৰ মাজেৰে পাৰ হৈছে সম্পূৰ্ণ এক টু লেন ৷ প্ৰত্যেক শনিবাৰে বতাহঘূলিত এখন নিয়মীয়া হাট বহে প্ৰাচীন ঐতিহ্য লৈ ৷ ইয়াত মূখ্য আকৰ্ষণ থলুৱা সা-সামগ্ৰী আৰু শাক-পাচলি ৷
 
==কৰ-খাজনা==