ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
28 নং শাৰী:
নটৰাজ থিয়ৈটাৰৰ বিপুল জনপ্ৰিয়তালৈ চাই ধীৰে ধীৰে অসমত অন্য থিয়েটাৰ দলৰ জন্ম হ'বলৈ ধৰে আৰু বৰ্তমান ই অসমৰ এক বিশেষ সাংস্কৃইতক অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। নটৰাজ থিয়েটাৰৰ সফলতাৰ পাছত 'আৰাধনা থিয়েটাৰ' (প্ৰযোজক--সদানন্দা লহকৰ), কহিনুৰ থিয়েটাৰ (প্ৰযোজক--ৰতন লহকৰ), আৱাহন থিয়েটাৰ (প্ৰযোজক--কৃষ্ণ ৰয়), ভাগ্যদেৱী থিয়েটাৰ (প্ৰসোজক--শৰৎ মজুমদাৰ) আৰু বহুতো থিয়েটাৰ দলৰ জন্ম হৈছে আৰু বৰ্তমানেও ভ্ৰাম্যমাণ থিয়টাৰ অসমত এক জনপ্ৰিয় অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে।
বিভিন্ন প্ৰকাৰৰ মঞ্চ উদ্ভাৱন (যেনে, থিয়েটাৰ-স্কোপ, অলছোম); পোহৰৰ বা অন্য কাৰিকৰী কৌশল আদিও নিত্য নতুন ভাৱে পৰিবেশন কৰাৰ চেষ্টা কৰা হয়। কিছুমান নাটকত মাজতে কিছুমান দৃশ্য চিনেমা হিচাপেও প্ৰদৰ্শন কৰা হৈছিল। পাছলৈ এখন
==ভ্ৰাম্যমাণ থিয়েটাৰৰ বছৰেকীয়া কাৰ্য্য-ক্ৰমণিকা==
|