আব্ৰাহামিক ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|ইহুদিসকলৰ [[ডেভিড বা দাউদৰ তৰা (উপৰত), খ্ৰীষ...
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
[[File:Three main Abrahamic Religions.png|thumb|ইহুদিসকলৰ [[ডেভিড বা দাউদৰ তৰা]] (উপৰত), [[খ্ৰীষ্টানৰ ক্রুচ]] (মাজত), ইছলামৰ[[ইছলাম]]ৰ [[জোন আৰু তৰা]] (তলত)]]
'''ইব্ৰাহিমীয় ধর্ম''' বা '''আব্ৰাহামিক ধর্ম''' ({{lang-en|Abrahamic Religion}}) বুলিলে [[একেশ্বৰবাদ|একেশ্বৰবাদী]] ধর্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত [[ইব্ৰাহিম]]ৰ সৈতে সম্পৰ্কিত ধর্মীয় উৎপত্তি<ref>
{{cite web
8 নং শাৰী:
|accessdate=24 June 2010
| archiveurl= http://web.archive.org/web/20100721151923/http://www.britannica.com/EBchecked/topic/497132/philosophy-of-religion| archivedate= 21 July 2010 <!--DASHBot-->| deadurl= no}}</ref> অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান।<ref name="Massignon 1949">{{harvnb|Massignon|1949|pp=20–23}}</ref><ref name="J.Smith98">{{harvnb|Smith|1998|p=276}}</ref><ref name="Anidjar2001">{{harvnb|Derrida|2002|p=3}}</ref> এইসকলো ধর্ম [[ইব্ৰাহিম|হজৰত ইব্ৰাহিম (আঃ)]] অথবা তেখেতৰ বংশধৰে প্রচাৰ কৰিছিল। [[ভাৰত]], [[চীন]], [[জাপান]] ইত্যাদি দেশৰ [[উপজাতি|উপজাতিয়]] অঞ্চলৰ বাদ দি গোটেই বিশ্বত এই মতবাদৰ আধিপত্য। [[তুলনামূলক ধর্মতত্ত্ব|তুলনামূলক ধর্মতত্ত্বত]] যি তিনিটা ধর্মগত শ্রেণীবিন্যাস পোৱা যায়, সিহঁতৰ মাজত ইব্রাহিমীয় ধর্ম এটা শ্রেণী; অন্য দুটা শ্রেণী হৈছে [[ভাৰতীয় ধৰ্ম]] (উদাহৰণ- [[হিন্দু ধৰ্ম]]) আৰু [[পূৰ্ৱ এচিয় ধৰ্ম]]।<ref name="Adams2">[http://www.britannica.com/eb/article-38030/classification-of-religions C.J. ''Classification of religions: Geographical''. Encyclopædia Britannica, 2007]. Accessed: 15 May 2013</ref>
 
== তথ্যসূত্ৰ ==
{{reflist}}